The News Dhubri Axom

The News Dhubri Axom ধুবুৰীবাসি বাবে ভালো খবৰ The News Dhubri Axom আপনাৰ লগত

25/10/2025

কাচখানা পি এম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰাক্তন শিক্ষক-শিক্ষয়ত্রীৰ বিদায় সম্বৰ্দ্ধনাৰ জনাই নৱাগত আদৰণী সভাৰ আয়োজন কৰে

23/10/2025

বাসী বিক্রিতা জনে প্ৰানেৰ শিল্পী জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি জনাই

22/10/2025

খেজুৰ তলাত আৰতি প্ৰতিয়োগিতা

22/10/2025

গৌৰীপুৰ দক্ষিণ গেৰামাৰী পণ্ডিত বাৰীত এক আকৰ্ষণীয় যাদু খেল অনুষ্ঠানৰ আয়োজন কৰা হৈছে।
অহা ২৩,২৪ আৰু ২৫ অক্টোবৰত অনুষ্ঠিত হ'ব এই আকৰ্ষণীয় যাদু খেল।

22/10/2025

গোলকগঞ্জৰ বিৰাট নগৰ চাৰিআলি শ্যামা কালী পূজা উপলক্ষে এখন সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে ।

20/10/2025

ধুবুৰী জিলাৰ গোলকগঞ্জ থানাৰ অন্তৰ্গত ঢেপঢেপী বজাৰত স্থানীয় ৰাইজৰ সহযোগত দিপাৱলী উপলক্ষে আজি সন্ধিয়া 7 বজাত 1001 টা বন্তি জ্বলাই হিয়াৰ আমুঠু প্ৰানৰ শিল্পী হাৰ্টথ্ৰব জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

20/10/2025

তামাৰহাটৰ কুমাৰগঞ্জত চাঞ্চল্যকৰ অপহৰণৰ ঘটনা, গংগাধৰ নদীৰ পানীত ভাঁহি অহা সংজ্ঞাহীন যুৱকে প্রাণ পাই উঠিল

20/10/2025

মই উপস্থিত থাকিম সকলো আহিব

20/10/2025

অহা কালি বিৰাট নগৰ চাৰিআলি এল পি স্কুল কালি পুজা উপলক্ষে মই উপস্থিত থাকিম

20/10/2025

অহা কালি বিৰাট নগৰ চাৰিআলি বিছনদৈ এল পি স্কুল কালি পুজা উপলক্ষে সাংস্কৃতিক সন্ধ্যায় অনুষ্ঠান আয়োজন কৰা হৈছে আৰু লগতে মই উপস্থিত থাকিম

20/10/2025

আগমনীত সদৌ ধুবুৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আগমনী আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত ৫২০০ বন্তি জ্বলাই প্ৰানৰ শিল্পী জুবিন গাৰ্গলৈ শ্রদ্ধাঞ্জলী

পোহৰৰ আৰু আনন্দৰ উৎসৱ দীপাৱলীয়ে যেন আপোনালোকৰ জীৱন পোহৰাই তোলে, সকলো অপশক্তি নাশ কৰি সকলোৰে জীৱনলৈ সুখ-সমৃদ্ধিৰ কঢ়িয়াই ...
20/10/2025

পোহৰৰ আৰু আনন্দৰ উৎসৱ দীপাৱলীয়ে যেন আপোনালোকৰ জীৱন পোহৰাই তোলে, সকলো অপশক্তি নাশ কৰি সকলোৰে জীৱনলৈ সুখ-সমৃদ্ধিৰ কঢ়িয়াই আনে তাৰেই কামনাৰে সকলোলৈ দীপাৱলীৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিলোঁ অশ্বিনী ৰায় সৰকাৰ প্রাক্তন বিধায়ক, গোলকগঞ্জ সমষ্টি

Address

Dhubri

Website

Alerts

Be the first to know and let us send you an email when The News Dhubri Axom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share