News r.assam

News r.assam Assamese News Portal Assamese News Portal 'News R. Assam'
https://youtu.be/eEmtywIY7SQ

বায়ুৰ মানদণ্ড 'গুৰুতৰ' শ্ৰেণীত থকাৰ বাবে দিল্লী স্মগত আৱৰি আছে; চিগনেচাৰ ব্ৰীজৰ চাৰিওফালৰ এলেকাৰ দৃশ্য।
05/11/2022

বায়ুৰ মানদণ্ড 'গুৰুতৰ' শ্ৰেণীত থকাৰ বাবে দিল্লী স্মগত আৱৰি আছে; চিগনেচাৰ ব্ৰীজৰ চাৰিওফালৰ এলেকাৰ দৃশ্য।

01/11/2022

গোৱালপাৰা জিলা সাংবাদিক সন্থাৰ কাৰ্যালয়ত সোমবাৰে শিশু কবি আছাদুৰ ৰহমানৰ কাব্য গ্ৰন্থ "মোৰ আপোন দেশ "উন্মোচন কৰা হয়।এই সন্দৰ্ভত অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী সভাত সভাপতিত্ব কৰে পি আৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ বিষয় শিক্ষক ছজিমুদ্দন আহমেদে।গোৱালপাৰা জিলা সাংবাদিক সন্থাৰ সম্পাদক উদিত নাৰায়ণ কলিতাই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত কবিতা পুথিখন উন্মোচন কৰে গোৱালপাৰা জিলা স্কুল সমুহৰ পৰিদৰ্শক ছাদুল্লা খানে। সভাত অৱসৰপ্ৰাপ্ত শিক্ষক তথা সাহিত্যিক কেৰামত আলী শ্বেখ, জেষ্ঠ্য সাংবাদিক, দিলীপ কুমাৰ শৰ্মা, জনসংযোগ বিষয়া প্ৰনৱ কুমাৰ দাসে গোৱালপাৰা জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ৰেজাউল ইছলামে ভাষণ প্ৰদান কৰে।উক্ত অনুষ্ঠানত ভালেসংখ্যক শিক্ষক শিক্ষয়িত্ৰী, ছাত্র ছাত্ৰী,কবি সাহিত্যিক উপস্থিত থাকে।

 #দিল্লী-এনচিআৰত বায়ুৰ মানদণ্ড হ্ৰাস হৈ আছে। বায়ু গুণমান সূচক (AQI) বৰ্তমান 'গুৰুতৰ' শ্ৰেণীত নয়ডাত (ইউপি) 444, ধীৰপুৰ...
01/11/2022

#দিল্লী-এনচিআৰত বায়ুৰ মানদণ্ড হ্ৰাস হৈ আছে। বায়ু গুণমান সূচক (AQI) বৰ্তমান 'গুৰুতৰ' শ্ৰেণীত নয়ডাত (ইউপি) 444, ধীৰপুৰত (দিল্লী) 594 'গুৰুগ্ৰাম (হাৰিয়ানা)ত 'অতি দৰিদ্ৰ' শ্ৰেণীত 391। দিল্লীৰ সামগ্ৰিক AQI আজি ৰাতিপুৱা 385 (অতি দৰিদ্ৰ শ্ৰেণী)।

31/10/2022

ধুবুৰী জিলাৰ গোলকগঞ্জ
নগৰৰ ষট্ অৰ্থাৎ সূৰ্য্য পূজাৰ অন্তিম দিনৰ প্ৰতিবেদন।

  শতিকা ধৰি শাসন কৰা (পূৰ্বৰ) ৰাজপৰিয়ালবোৰে দেশৰ ঐক্যৰ বাবে এক নতুন ব্যৱস্থাৰ বাবে তেওঁলোকৰ অধিকাৰ সমৰ্পিত কৰিছিল। স্বা...
31/10/2022

শতিকা ধৰি শাসন কৰা (পূৰ্বৰ) ৰাজপৰিয়ালবোৰে দেশৰ ঐক্যৰ বাবে এক নতুন ব্যৱস্থাৰ বাবে তেওঁলোকৰ অধিকাৰ সমৰ্পিত কৰিছিল। স্বাধীনতাৰ পিছত কেইবা দশকধৰি এই অৱদানউপেক্ষা কৰা হৈছিল। একতা নগৰত এটা সংগ্ৰহালয় নিৰ্মাণ কৰা হ'ব, যি পূৰ্বৰ ৰাজপৰিয়ালৰ ত্যাগৰ বাবে উৎসৰ্গিত: প্ৰধানমন্ত্ৰী

কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী   মৃত্যু বাৰ্ষিকীত পুষ্পাঞ্জলি জ্ঞাপন কৰে আৰু তেলেংগানাত ভাৰত যোদো ...
31/10/2022

কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী মৃত্যু বাৰ্ষিকীত পুষ্পাঞ্জলি জ্ঞাপন কৰে আৰু তেলেংগানাত ভাৰত যোদো যাত্ৰাৰ সময়ত তেওঁৰ জন্ম জয়ন্তীত কৰে।

30/10/2022

#দক্ষিণ সালমাৰাৰ হাজিৰহাট গাওঁ পঞ্চায়তৰ বৰবাবু গাৱঁত অব্যাহত আছেঃ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন বিজিপিৰ এটা সজাতি দলৰ৷

#দক্ষিণ শালমাৰা সমষ্টিৰ হাজিৰহাট গাওঁ পঞ্চায়তৰ বৰবালু গাৱঁত অব্যাহত আছে ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া । গৰাখহনীয়াত জাঁহ গৈছে বিঘাই বিঘাই পাচলি খেতি লগতে কৃষি ভূমি । গৰাখহনীয়াত কৃষিভূমি জাহ হোৱাত সৰ্বস্ৰান্ত হৈ পৰিছে অঞ্চলটোৰ বহু পৰিয়াল। মূৰৰ ঘাম মাটিত পেলাই লোন ধাৰ লৈ বিঘাই প্ৰতি ১৫/২০ হাজাৰ টকা খৰচ কৰি কৰা বিভিন্ন পাচলি খেতি বৰ্তমান ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ কৱলত পৰাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কৃষক ৰাইজৰ মাজত ৷
লগতে কেইবাটা পৰিয়ালৰ বাসগৃহ ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াত জাহ যোৱাৰো উপক্ৰম হৈ পৰিছ ।

এনে পৰিস্থিতি দক্ষিণ শালমাৰা মানকাচৰ জিলা বিজেপিৰ সভাপতি অধিৰ চন্দ্ৰ দাসৰ নেতৃত্বত এটা সজাতি দলে উক্ত গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰি অঞ্চলটোৰ পৰিস্থিতিৰ বুজ লয় ৷ পৰিস্থিতি ভয়াবহ দেখি বিজেপিৰ জিলা সভাপতি অধিৰ চন্দ্ৰ দাসে আবেগিক হৈ পৰে ৷ অতি শীঘ্ৰে অঞ্চলটোত গৰাখহনীয়া প্ৰতিৰোধ কাৰ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷
স্থানীয় ৰাইজে জিলা সভাপতি গৰাকীক ধন্যবাদ জনোৱাৰ লগতে অতিশীঘ্ৰে অস্থায়ীভাবে হলেও গৰাখহনীয়া প্ৰতিৰোধৰ কাম কৰাৰ দাবী জনায় ৷

চৰকাৰী ভাবে গৰাখহনীয়া প্ৰতিৰোধৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ভীতিগ্ৰস্ত হৈ পৰিছে কৃষক ৰাইজ। অতি শীঘ্ৰে গৰাখহনীয়া প্ৰতিৰোধৰ দাবী ৰাইজৰ ৷
বাইট- অধিৰ চন্দ্ৰ দাস
বাইট- ৰাইজ

 #পাকিস্তানত বিশ্বাস পৰিৱৰ্তনৰ  #সন্মুখীন হোৱা আটাইতকৈ  #বিপদজনক গোটবোৰৰ মাজত  #নাবালকসকল । #ইছলামাবাদ  #পাকিস্তান, ৩০  ...
30/10/2022

#পাকিস্তানত বিশ্বাস পৰিৱৰ্তনৰ #সন্মুখীন হোৱা আটাইতকৈ #বিপদজনক গোটবোৰৰ মাজত #নাবালকসকল ।

#ইছলামাবাদ #পাকিস্তান, ৩০ #অক্টোবৰঃ পাকিস্তানত বিশ্বাস পৰিৱৰ্তনৰ সন্মুখীন হোৱা আটাইতকৈ বিপদজনক গোটবোৰৰ ভিতৰত পাকিস্তানৰ নাবালক ল'ৰা আৰু ছোৱালী অন্যতম কিয়নো ধৰ্মীয় গোটসমূহৰ মাজত নাবালকসকলৰ ওপৰত অত্যাচাৰৰ বৃদ্ধি তুলনামূলকভাৱে অজ্ঞাত হৈ আছে ।
কানাডাভিত্তিক থিংক থ্যাংক, আন্তৰ্জাতিক ফ'ৰাম ফৰ ৰাইট এণ্ড চিকিউৰিটি (আইএফএফআৰএএছ)ৰ প্ৰতিবেদন

29/10/2022

#বিলাসী পাৰাৰ একা;শ বিদালয়ত ৰান্ধনী গৃহ শৌচালয়ৰ নাটনি : :
ধুবুৰী জিলাৰ বিলাসী পাৰা শিক্ষা খন্ড তথা বিদ্যালয় সমূহৰ পৰিদৰ্শক কাৰ্যালয়ৰ অধিনস্হ একা;শ বিদ্যালয়ত লাগতিয়াল বস্তু সামগ্ৰী নথকাত বিশেষ অসুবিধা হোৱা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে , ডালা গুটি পাৰা এলপি স্কুল, গুটি পাৰা এম,ই, মাদ্ৰাছাৰ লগতে বিশেষকৈ ডালা গুটি পাৰা পাব্লিক হাই স্কুলৰ অতি শোচনীয় অৱস্থাৰ বাতৰি পোৱা গৈছে।

আজি সা;বাদিকৰ এটা দল পৰিদৰ্শন কৰি উক্ত বিদ্যালয় কেইখনৰ অতি জৰুলা অৱস্থা থকাৰো নজিৰত পৰিছে।

সেয়েহে বিভাগীয় কতৃপক্ষই তদন্ত ক্ৰমে ইয়াৰ কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব পৰবৰ্তী সময়ত লক্ষণীয়।

বাইট ১) স্কুলৰ শিক্ষক
বাইট ২) ছাত্ৰ ছাত্ৰী

চাওক আমাৰ এক বিশেষ প্ৰতিবেদন।

 #বিশ্বব্যাপী প্ৰৱণতাৰ ক্ষেত্ৰত, নগদ ধন আৰু হাৱালা হৈছে সন্ত্ৰাসবাদীৰ বিত্তীয় যোগানৰ মুখ্য পদ্ধতি। আমি কোন সন্ত্ৰাসবাদী...
29/10/2022

#বিশ্বব্যাপী প্ৰৱণতাৰ ক্ষেত্ৰত, নগদ ধন আৰু হাৱালা হৈছে সন্ত্ৰাসবাদীৰ বিত্তীয় যোগানৰ মুখ্য পদ্ধতি। আমি কোন সন্ত্ৰাসবাদীসকলে তেওঁলোকৰ চাৰিওফালৰ পৰিস্থিতিৰ বিৱৰ্তনৰ সৈতে খাপ খাওঁ আৰু প্ৰযুক্তিবিলাক বিকশিত হোৱাৰ লগে লগে তেওঁলোকেও খাপ খায়: সন্ত্ৰাসবাদীৰ বিত্তীয় যোগানৰ বাবে ব্যৱহৃত ক্ৰিপ্টোকাৰেন্সীৰ ওপৰত ৰাষ্ট্ৰসংঘৰ আইনী বিষয়া স্বেতলানা মাৰ্টিনোভা ।

29/10/2022

A.C:বিজনী ৰেলৱে ষ্টেচনত DYFIৰ প্ৰতিবাদ কাৰ্যসূচী । NFRৰ GM লৈ স্মাৰক পত্ৰ প্ৰেৰণ ।

Address

Assm
Dhuburi

Alerts

Be the first to know and let us send you an email when News r.assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to News r.assam:

Share