SG Something New

SG Something New Kisu natun video

kuch noya video

কিছু নতুন video

01/07/2025

My new page plz follow me frnds

06/06/2024

গীতার ১৮টি নামের মাহাত্ম্য কি??
জানা নাই যদি ভিডিও টা দেখেন,,,,আর ভালো লাগলে share করুন

11/02/2024
02/02/2024

মোডী জিৰ যি বিকশিত ভাৰত গঢ়াৰ সপোন তাৰে ফলস্বৰূপ আজি সাংসদত দেখা গল।।

দেশৰ কৌটি কৌটি জনতালৈ আহিল ভাল খবৰ.....
কেন্দ্ৰীয় বিত্ত মন্ত্ৰী জিয়ে সাংসদত অন্তবৰ্তীকালীন বাজেট দাখিল কৰিলে।।।

1. নতুনকৈ ৫ বছৰৰ ভিতৰত দৰিদ্ৰ সীমাৰেখাৰ তলৰ কৌটি কৌটি জনতাই লাভ কৰিব PM আবাস যোজনাৰ ঘৰ l
2. মধ্যবিত্তইও পাব PM আবাস যোজনাৰ ধন।
3. 3 কৌটি মহিলাক লাখপতি দিদি আঁচনিত অন্তৰ্ভূক্ত কৰিব চৰকাৰে। (তিনিটা কিস্তিত লাভ কৰিব 85 হাজাৰ চৰকাৰী ধন)
4. প্ৰতি মাহে 300 ইউনিট বিজুলী ফ্ৰী।
5. 1 কৌটি পৰিয়াললৈ চলাৰ পেনেল লগোৱাৰ পৰিকল্পনা।
6. 7 লাখ টকালৈকে আয়কৰ ৰেহাই।
7. PM ধন-জন একাউন্টৰ বাবে 4 হাজাৰ কোটি টকা ধাৰ্য্য কৰিছে চৰকাৰে।
8. নতুনকৈ 4 কৌটি কৃষকে লাভ কৰিব PM ফচল যোজনাৰ সুবিধা।
9. আশাকৰ্মীও আহিব আয়ুস্মান যোজনাৰ অধীনত।
10. নতুনকৈ বহুকেইখন মেডিকেল কলেজ স্থাপন কৰাৰ লক্ষ্য।
11. দেশত 3 হাজাৰ নতুনকৈ ITI, 7 খন IIT, 7 খন IIM স্থাপনৰ লক্ষ্য।
12. প্ৰতিখন ৰাজ্যক 75 হাজাৰ কোটিকৈ ঋণ প্ৰদান কৰিব কেন্দ্ৰই।
13.দেশৰ 70% শতাংশ মহিলাই লাভ কৰিব PM আবাস যোজনাৰ ঘৰ।

সেয়েহে মোডীক আনক দেশক বিশ্বগুৰু আসনত স্থাপন কৰাত সহায় কৰক।
BJP জিন্দাবাদ। ।

Haimanta Biswa sarma
BJP Assam Pradesh
Bhabesh Kalpita ভৱেশ কলিতা
Bhrigu Rabha ভৃগুৰঞ্জন ৰাভা

ভাৰতীয় জনতা পাৰ্টীৰ দলৰ সমূহ কৰ্ম কৰ্তা লগতে গোৱালপাৰা জিলাৰ ৰংজুলি মণ্ডলৰ সমূহ bjp কৰ্ম কৰ্তালৈ অশেষ অশেষ ধন্যবাদ জ্ঞা...
28/01/2024

ভাৰতীয় জনতা পাৰ্টীৰ দলৰ সমূহ কৰ্ম কৰ্তা লগতে গোৱালপাৰা জিলাৰ ৰংজুলি মণ্ডলৰ সমূহ bjp কৰ্ম কৰ্তালৈ অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিছো ,,,🙏🙏

Onno ৰূপত
28/01/2024

Onno ৰূপত

03/01/2024

Suto meyer golai sunun sundur hare Krishna

28/12/2023

Hello friends 🙏🙏🙏🙏
Radhe Radhe

28/12/2023

দিক্ষা দিয়াৰ পৰ নগৰ কৃত্তান

Address

Dhupdhara
783123

Alerts

Be the first to know and let us send you an email when SG Something New posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to SG Something New:

Share