Monalisha's Vlog

Monalisha's Vlog সকলোকে মোৰ সৰু ঘৰখনিলৈ স্বাগতম জনাইছোঁ 🙏🙏🙏🌻🌻🌻🌻🌻লগতে সূৰ্যমুখী ফুল মোৰ বৰ প্ৰিয়.........লগতে কাঞ্চন ফুল 🌸🌸🌸🌸🌸🌸...

শেষ নিশা মৰমৰ শিল্পী জুবিন দাক চাবলৈ অনুৰাগীৰ হেতা ওপৰা ... কাৰণ অলপ দেৰিৰ পাছতে 12 বাজিলে stadium ৰ গেট বন্ধ কৰি দিব বু...
22/09/2025

শেষ নিশা মৰমৰ শিল্পী জুবিন দাক চাবলৈ অনুৰাগীৰ হেতা ওপৰা ... কাৰণ অলপ দেৰিৰ পাছতে 12 বাজিলে stadium ৰ গেট বন্ধ কৰি দিব বুলি শেষ বাৰৰ বাবে মৰমৰ প্ৰিয় শিল্পী গৰাকীক চাবলৈ লৰা ধপৰা কৰিছে প্ৰিয় অনুৰাগী সকলে......😢😢😢

.....to all....√√√√
Monalisha's Vlog

জুবিন দাক এৰি মই নিজৰ বুলি তেনেকৈ একো post দিবই পৰা নাই.....কিছুমানক দেখিছোঁ একো বাদ পৰাই নাই good morning, good evening...
22/09/2025

জুবিন দাক এৰি মই নিজৰ বুলি তেনেকৈ একো post দিবই পৰা নাই.....কিছুমানক দেখিছোঁ একো বাদ পৰাই নাই good morning, good evening...ৰাম ৰাম মনিছো দেই তেওঁলোকক selute বাঃ ...একো একো নমুনা কিন্তু দেই.....বিশাল সাগৰৰ নমুনা একো একোজন.....প্ৰাণ ভৰি চাই লওঁ প্ৰাণৰ জুবিন দাক সময় থাকোতেই.. আৰুনো কেতিয়া চাবলৈ পাম.....
বিশাল সাগৰৰ দৰে মানুহজনক দুনয়ন ভৰি
আজি চাই লওঁ........ৰ' লাগি চাই লওঁ আজি.....😢😢😢😢😢

.....

Monalisha's Vlog

মইয়ো আকাশখন আজি খুব ভালকৈ চাই লওঁ ....বহুত দিন আকাশখন ভালকৈ চোৱা নাই ....কিজানি ডাৱৰৰ আৰতে কৰ'বাতহেৰুৱাবোৰ বিচাৰি পাওঁ....
22/09/2025

মইয়ো আকাশখন আজি খুব ভালকৈ চাই লওঁ ....
বহুত দিন আকাশখন ভালকৈ চোৱা নাই ....
কিজানি ডাৱৰৰ আৰতে কৰ'বাত
হেৰুৱাবোৰ বিচাৰি পাওঁ......

....to all....√√


Monalisha's Vlog

দাদা অ' হত্যা হ'ল অ' তোমাৰ......মানৱ ৰূপী দানৱবোৰেচুহি চুহি খালে তোমাৰ বিপ্লৱী অসমীয়াত্বৰ কেঁচা তেজ।জাতিটোৰ হত্যা হ'ল অ'...
22/09/2025

দাদা অ' হত্যা হ'ল অ' তোমাৰ......
মানৱ ৰূপী দানৱবোৰে
চুহি চুহি খালে
তোমাৰ বিপ্লৱী অসমীয়াত্বৰ কেঁচা তেজ।
জাতিটোৰ হত্যা হ'ল অ' দাদা
তোমাৰ মৃত্যুৰ প্ৰলয়
ৰাক্ষক ৰূপী অসুৰ কেইটাই
অ'ট্টহাস্য কৰি পান কৰিলে
তোমাৰ কেঁচা তেজ
অসমীয়াত্বৰ মৃত্যু হ'ল আজি দাদা
ধিক কেঁচা তেজ খোৱাহত
ধিক মানৱতা !

একাজলি মৰমেৰে বুলালো তোমাক
আজি তুমি মুক্ত
তুমি ভাল পোৱা অসীমতাত
তুমি আজি বিলীন
আকাশ ভাল পোৱা তুমি আজি
শূণ্যত বিলীন
সাগৰ ভাল পোৱা তুমি আজি
গভীৰতাত বিলীন
মানুহ ভাল পোৱা তুমি আজি
অসমীয়াৰ হৃদয়ত বিলীন
একাজলি মৰমেৰে বোলালো তোমাক
তুমি মুক্ত হোৱা দাদা
তুমি মুক্ত হোৱা........

মনালিছা 😢💔

........√√√
Monalisha's Vlog

ফটো খন ইয়াতে থাকক বুলিহে দিলোঁ.....ইচ্ছা নাছিল ন'হলে......কিজানি আজিৰ ৰাতিটো আমাৰ বাবে বহুত দীঘলীয়া হ'ব..... কাৰণ দাদা...
21/09/2025

ফটো খন ইয়াতে থাকক বুলিহে দিলোঁ.....ইচ্ছা নাছিল ন'হলে......কিজানি আজিৰ ৰাতিটো আমাৰ বাবে বহুত দীঘলীয়া হ'ব..... কাৰণ দাদা যে তাত অকলে তেনেকৈ....😢.......√√√√√√√

Monalisha's Vlog

দাদা এতিয়া গভীৰ নিদ্ৰাত ...... 🙏🙏🙏🙏😢😢...প্ৰকৃতিয়েও মানি লৈছে এইয়া যে বাস্তৱ ......😢😢😢        Monalisha's Vlog
21/09/2025

দাদা এতিয়া গভীৰ নিদ্ৰাত ...... 🙏🙏🙏🙏😢😢...
প্ৰকৃতিয়েও মানি লৈছে এইয়া যে বাস্তৱ ......😢😢😢

Monalisha's Vlog

তোমাক নাই বুলি ভাবিব নোৱাৰোঁ যদিও এটি শুভ ক্ষণ চাই  আকৌ সোনকালে উভতি আহিবা দাদা.... কাতৰ অনুৰোধ এয়া আমাৰ প্ৰতিজনৰে.....এ...
21/09/2025

তোমাক নাই বুলি ভাবিব নোৱাৰোঁ যদিও এটি শুভ ক্ষণ চাই আকৌ সোনকালে উভতি আহিবা দাদা.... কাতৰ অনুৰোধ এয়া আমাৰ প্ৰতিজনৰে.....এতিয়া বাৰু অলপ বিশ্ৰাম লৈ লোৱা তোমাৰ ভাগৰুৱা দেহাটি ....💔💔💔😭😢😢🙏🙏.......√√√

Monalisha's Vlog

🙏🙏🙏.....থৈ দিছোঁ দেই ইয়াতে......√√√....তোমাৰ মৃত্যু হব নোৱাৰে.......তুমি অমৰ......সদায় আমাৰ মাজত থাকিবা দাদা....তুমি য...
20/09/2025

🙏🙏🙏.....থৈ দিছোঁ দেই ইয়াতে......√√√....তোমাৰ মৃত্যু হব নোৱাৰে.......তুমি অমৰ......সদায় আমাৰ মাজত থাকিবা দাদা....তুমি য'তে থাকিলেও ভালকৈ থাকিবা ......💔💔💔😭😭

অসহ্য, অসহনীয়, বুকু খন ফাটি যাব অ' এতিয়া....😢😢🙏🙏🙏  .....√√√         Monalisha's Vlog
20/09/2025

অসহ্য, অসহনীয়, বুকু খন ফাটি যাব অ' এতিয়া....😢😢🙏🙏🙏

.....√√√

Monalisha's Vlog

জুবিন দা 🙏🙏🙏.....তোমাক নাই বুলি ভাবিব নোৱাৰোঁ দেই আমি......😢.......√√√√  .....√√√    Monalisha's Vlog
20/09/2025

জুবিন দা 🙏🙏🙏.....তোমাক নাই বুলি ভাবিব নোৱাৰোঁ দেই আমি......😢.......√√√√

.....√√√
Monalisha's Vlog

Good morning....... 🙏🙏🙏Post sost একো দিবই মন নাই........ মন একেবাৰে ভাল নহয়......😢😢😢😢 নাজানো মনটো আকৌ সুস্থিৰ হবনে নাই....
20/09/2025

Good morning....... 🙏🙏🙏Post sost একো দিবই মন নাই........ মন একেবাৰে ভাল নহয়......😢😢😢😢 নাজানো মনটো আকৌ সুস্থিৰ হবনে নাই......এক অজান বুজাব নোৱাৰা শূন্যতাই চাৰিওফালে বিয়পি পৰিছে..... যি কাহানিও পূৰণ নহব..... চেপা উত্তেজনা এটাই চাৰিওফালে বিৰাজ কৰিছে.......জুবিন দা তোমাৰ পৰা এনেকুৱা এটা খবৰ কল্পনাৰো অতীত আছিল..... কেনেকৈনো অসমবাসীয়ে তোমাক হিয়াৰ মাজৰ পৰা আঁতৰাই পঠাব.......তুমি সদায় আমাৰ বুকুৰ মাজত থাকিবা জুবিন দা........🙏🙏🙏🙏🙏🙏..........আকৌ ভাল
সময়ত আমাৰ মাজলৈ উভতি আহিবা.....এতিয়া ক্ষন্তেক জিৰণি লৈ আকৌ আহিবা আমাৰ মাজত....😢

......to all.....
Monalisha's Vlog

19/09/2025

মানি ল'ব নোৱাৰোঁ অ' জুবিন দা.......💔💔...√√√
তোমাৰ গানৰ মাজতে উমলি জামলি ডাঙৰ হৈছো আমি.....বিদাই বুলি ক'ব নোৱাৰোঁ তোমাক..... জাতিটোৰ কথা আছে জুবিন দা......

...........√√√


Monalisha's Vlog

Address

Dibrugarh

Website

Alerts

Be the first to know and let us send you an email when Monalisha's Vlog posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share