Fact TV Axom

Fact TV Axom আপোনালোকৰ অঞ্চলৰ যিকোনো তথ্য ভিত্তিক বাতৰি পৰিবেশনৰ বাবে যোগাযোগ কৰক:
৭৫৭৮০২৪৭৯৫
[email protected]

30/01/2025

যোৰহাটৰ বীৰ লাচিত সেনা অসমৰ উ*লংগ বাবাৰ অপসংস্কৃতিৰ বিৰুদ্ধে প্ৰতিবাদ ।

29/01/2025

কংগ্ৰেছ নেতা অজয় গগৈয়ে কি ক'লে শুনক...

29/01/2025

গোৱালপাৰাৰ এগৰাকী উদীয়মান ফুটবল খেলুৱৈ নাম যতীন ৰাভা। যতীন ৰাভাই খেলৰ বাহিৰেও ফুটবলৰ জৰিয়তে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । কেৱল ভৰিৰেই নহয়, হাত আৰু মুখৰ জৰিয়তেও ফুটবল নচুৱাই কেতিয়াবা আঙুলিৰ ওপৰত কেতিয়াবা কলমৰ ওপৰত কেতিয়াবা বাহঁৰ মূৰত ফুটবল ঘূৰাই যুৱকজনে চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে।


29/01/2025

🛑পুনৰ ব্যতিক্ৰমী ৰূপত দেখা গ'ল মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক।গুৰুজনাৰ আদৰ্শৰে গালে সমন্বয়ৰ গীত।

🛑শংকৰদেৱৰ আদৰ্শৰে সমন্বয়ৰ ৰক্ষাৰ বাবে মঞ্চত ৰাইজৰ সৈতে জিকিৰ জাৰী পৰিবেশন কৰিলে মৰিগাঁৱৰ জিলা আয়ুক্ত দেবাশীষ শৰ্মাই ।

🛑তৰাবৰি অনুষ্ঠিত ইছলাম ধৰ্মাৱলম্বী লোকসকলক ওৱাজ মেহফিলত মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা উপস্থিত হৈ এনেদৰে পৰিবেশন কৰিলে জিকিৰ জাৰী।

🛑 পশ্চিম তৰাবৰি মছজিদৰ। উদ্যোগত আৰু ৰাইজৰ সহযোগত ধৰ্মীয় সভা অনুষ্ঠিত হয় । মঙ্গলবাৰে নিশা অনুষ্ঠিত ওৱাজ মেহফিলত উপস্থিত হৈ জিকিৰ জাৰী পৰিবেশন কৰি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই দেখুৱালে সমন্বয় ৰক্ষাৰ এক উজ্জ্বল নিদৰ্শন ।


28/01/2025

👉গেলেকীত ভূ- মাফিয়াৰ দপদপনি

👉অবাধ হাৰত কৰ ফাকিৰে চলাই গৈছে ৰমৰমীয়া ব্যৱসায় ।

👉গেলেকী আৰু আঠখেল বন বিভাগৰ অধীনস্থ বিভিন্ন ঠাইত খেতি পথাৰৰ মাটি কাটি ভূ-মাফিয়াই চলাইছে সন্ত্ৰাস ।

28/01/2025

দৰঙৰ দলগাঁৱৰ মাদলৰ তালে তালে জাক জাক গাভৰুৰ নাচোন।

26/01/2025

অৰুণাচলত ভয়ংকৰ বনজুই

25/01/2025

ৰকষ্টাৰৰ ৰূপত ৰাইজৰ মাজত প্ৰস্তুতি পৰাশৰ।
সর্বত্ৰে জনপ্ৰিয়তাৰ শীৰ্ষত আৱাহন থিয়েটাৰৰ অভিজাত প্ৰযোজনা জনপ্ৰিয় নাট্যকাৰ, পৰিচালক অভিজিত ভট্টাচাৰ্যৰ ‘মেডাম মেনকা’।

25/01/2025

ৰণক্ষেত্ৰত পৰিণত যুৱ মহোৎসৱ
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱত অঘটন
ডিব্ৰুগড় বিশ্ববিঃৰ ছাত্ৰ একতা সভাৰ সভাপতিক আক্ৰমণ

26/12/2024

নিচাত মাতাল... সুৰাপান কৰি গাড়ী চলাই সন্মুখীন হ'ল জৰিমনাৰ..

26/12/2024

খ্ৰীষ্টমাছ উদযাপনক লৈ সামাজিক মাধ্যমত কি ক'লে ভিক্টৰ দাসে?

24/12/2024

👉১৫ জানুৱাৰী পৰ্যন্ত যান-বাহনসমূহ পৰীক্ষা কৰাৰ নিৰ্দেশ
👉"১০ বজাৰ পিছত সুৰাসক্ত চালকৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰক"
👉'সুৰাসক্ত চালকৰ বাবে গুৱাহাটীত জ্যেষ্ঠ নাগৰিক ওলাই আহিবলৈ ভয় খাইছে"
👉'বাইক ষ্টাণ্ট কৰা যুৱকক গ্ৰেপ্তাৰ কৰি জে’ললৈ পঠিয়াব লাগে"

23/12/2024

👉বনাঞ্চলত গুলীবৃদ্ধ হৈ মৃত্যু হোৱা সুব্ৰত তাঁতীৰ মৃতদেহলৈ ডুমডুমাত প্ৰতিবাদ

👉বন বিভাগৰ কৰ্মচাৰীয়ে সুব্ৰত তাঁতীক গুলীয়াই হত্যা কৰাৰ অভিযোগ

👉ডুমডুমা ডি এফ অ মৃগাংক বৰাৰ নেতৃত্বত এই হত্যাকাণ্ডৰ হোৱাৰ অভিযোগ আছা, আটছাৰ

16/11/2024

থানাৰ পৰা মুকলি কৰি দিলে ডেলিভাৰী বয় জ্ঞানদীপক।

15/11/2024

পুলিচ মানেই যেন মাথো এতিয়া ভয় আৰু শংকা, পুলিচ মানে নাই সাধাৰণ জনতাৰ সুৰক্ষা । একাংশ পুলিচৰ যেন ক্ষমতাই মূৰত ধৰিছে , যেন পোছাকজোৰ পৰিধান কৰিলেই সকলো কৰিব পাৰিব তেওঁলোকে । এইয়া দৃশ্য অসমৰে গুৱাহাটীৰ ৰাজপথত।




03/11/2024

অসমীয়া ভাষাৰ ২০০ বছৰো হোৱা নাই: জুবিন গাৰ্গ।

02/11/2024
02/11/2024

যোৰহাটত ভয়ংকৰ অগ্নিকাণ্ড। এ টি ৰোডৰ ভোগদৈ মছজিদৰ কাষত ভয়ংকৰ জুই

Address

Dibrugarh

Alerts

Be the first to know and let us send you an email when Fact TV Axom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Fact TV Axom:

Share