Tengakhat Live

Tengakhat Live টেঙাখাত Live ত যিকোনো বা-বাতৰি প্ৰচাৰৰ বাবে বা, ব্যৱসায়,বাণিজ্য,কোম্পানী আদিৰ বিজ্ঞাপন প্ৰচাৰৰ বাবে যোগাযোগ কৰক ফোন নং-9613220489.

Tengakhat Live
14/10/2025

Tengakhat Live

14/10/2025

টেঙাখাত নখঙীয়া গাৱঁৰ ৰাজহুৱা নামঘৰত অনুষ্ঠিত ভাগৱতৰ জ্ঞান দৰ্শন অনুষ্ঠান সন্দৰ্ভত বৈষ্ণৱ ভকত ভোলা বৰবৰা( হৰি কৃষ্ণ) ৰ মন্তব্য৷

14/10/2025

টেঙাখাত ন-খঙীয়া ৰাজহুৱা নামঘৰৰ উদ্যোগত আৰু সমূহ ন-খঙীয়াবাসী ৰাইজৰ সহযোগত ভাগৱত শোভাযাত্ৰা

13/10/2025

আগন্তুক তিহাৰ সন্মিলন বাতিল তথা আন বহুকেইটা বিষয় সন্দৰ্ভত টেঙাখাত আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ সংবাদমেল ৷

13/10/2025

পাখৰিজনীয়া গাৱঁৰ সৰবৰহী মহিলা পূৰ্ণিবৰী ফুকনৰ পৰলোক৷ বহু গুণমুগ্ধৰ শোক প্ৰকাশ৷

টেঙাখাত পাখৰিজনীয়া গাওঁ নিৱাসী,সৰবৰহী মহিলা পুনিবৰী ফুকন (পুনিমা) আজি পুৱতি নিশা পৰলোক৷
12/10/2025

টেঙাখাত পাখৰিজনীয়া গাওঁ নিৱাসী,সৰবৰহী মহিলা পুনিবৰী ফুকন (পুনিমা) আজি পুৱতি নিশা পৰলোক৷

12/10/2025

ৰাজীৱ গান্ধী স্পৰ্টচ ক্লাৱৰ উদ্যোগত
জুবিন গাৰ্গ সোৱঁৰণী ফুটবল প্ৰতিযোগিতা।

11/10/2025

ৰাজীৱ গান্ধী স্পৰ্টচ ক্লাৱৰ উদ্যোগত দীঘলীয়া ৰাজহুৱা খেল পথাৰত জনপ্ৰিয় কণ্ঠ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত প্ৰাইজমনি ফুটবল প্ৰতিযোগিতা।

10/10/2025

অসমীয়াৰ হিঁয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি বৃহত্তৰ টেঙাখাত অঞ্চলত ফটকা- আতচবাজীৰ পৰিৱৰ্তে কেৱল চাকি-বন্তিৰে আগন্তক দীপাৱলী উদ্‌যাপন কৰিবলৈ ৰাইজৰ প্ৰতি টেঙাখাতৰ কেইবাটাও জাতীয় দল - সংগঠনৰ আহ্বান ৷

10/10/2025

Live streaming

Address

Tengakhat
Dibrugarh

Telephone

+919613220489

Website

Alerts

Be the first to know and let us send you an email when Tengakhat Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Tengakhat Live:

Share