Axom Today

Axom Today Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Axom Today, Media/News Company, Rajgarh, Dibrugarh.
(3)

Axom Today NE is first of its kind fully dedicated Digital News Media from Northeast, ushering a revolution in terms of news collection, unbiased storytelling & fearless journalism powered by raw energy of youth with the tenacity of seasoned journalists.

09/04/2026

#ধিঙৰ ডুমডুমীয়াৰ পুঠিমাৰীত সংঘটিত হ’ল প্ৰচণ্ড মাৰপিটৰ ঘটনা !

09/04/2026

#ডিব্ৰুগড় জিলাৰ ৮৯ নং খোৱাং বিধানসভা সমষ্টিৰ কোটোহাত ব্যাপক নিৰ্বাচনী হিংসা !

09/04/2026

#হুইল চেয়াৰত বহি ভোটদান কৰিলে মন্ত্ৰী যোগেন মহনৰ পত্নী আলি মহনে !

#পত্নীক হুইল চেয়াৰত বহুৱাই ভোট কেন্দ্ৰলৈ লৈ গ'ল মন্ত্ৰী যোগেন মহনে ৷

09/04/2026

#লুৰীণজ্যোতি গগৈৰ প্ৰতিক্ৰিয়া ৷

09/04/2026

#ডিফুৰ বেচিক এল পি স্কুলৰ বাওঁ দিশৰ ভোট কেন্দ্ৰত ভোট প্ৰদান ডিফু বিধানসভা সমষ্টিৰ এপিএইচএলচিৰ প্ৰাৰ্থী জে আই কাথাৰৰ ৷

( #কাৰ্বি আংলঙৰ ফুলনিৰ পৰা বীৰেন গোৱালাৰ ৰিপৰ্ট Today )

09/04/2026

#নিৰ্বাচনৰ দিনটোত নদুৱাৰ সমষ্টিত অপ্ৰীতিকৰ পৰিৱেশত নিৰ্বাচন অনুষ্ঠিত হৈ আছে বুলি কংগ্ৰেছ দলে দিয়া অভিযোগ নস্যাৎ কৰিছে বিজেপি দলৰ প্ৰাৰ্থী পদ্ম হাজৰিকাই ৷

#শান্তিপূৰ্ণ পৰিৱেশত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা উল্লেখ কৰি মুক্তমনে ভোটাৰ ৰাইজ ওলাই আহি ভোটদান কৰি আছে বুলি উল্লেখ কৰে প্ৰাৰ্থী পদ্ম হাজৰিকাই ৷

09/04/2026

#ধেমাজি জিলাৰ গোগামুখত শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ অনুষ্ঠিত হৈছে ৷

09/04/2026

#১০৯নং হাওৰাঘাট বিধান সভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী লুনছিং টেৰণ'ৰ ভোটদান।

09/04/2026

#ছমৰীয়াৰ '২৪০ নং ফকিৰপাৰা চিমিনা প্ৰাথমিক বিদ্যালয় ভোট কেন্দ্ৰত পত্নী আৰু পুত্ৰ-কন্যা সহিতে ভোটদান সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰেকিবুদ্দিন আহমেদৰ ৷

 #সহধৰ্মিনীক লগত লৈ ভোট প্ৰদান ডুমডুমা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ৰূপেশ গোৱালাৰ ৷
09/04/2026

#সহধৰ্মিনীক লগত লৈ ভোট প্ৰদান ডুমডুমা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ৰূপেশ গোৱালাৰ ৷

09/04/2026

#ভোটদান সাব্যস্ত কৰিলে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা ১১২নং ৰংখাং বিধানসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী ডঃ তুলিৰাম ৰংহাঙে।

09/04/2026

#আজি গণতন্ত্ৰৰ উৎসৱ।

#সমগ্ৰ অসমৰ লগতে মাণিকপুৰতো শান্তিপূৰ্ণভাৱে ভোট গ্ৰহণ চলি আছে ।

Address

Rajgarh
Dibrugarh
786611

Alerts

Be the first to know and let us send you an email when Axom Today posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Axom Today:

Share