পূৱৰ বেলি POBOR BELI

পূৱৰ বেলি  POBOR  BELI Pobor Beli is a Web Portal Digital Media Platform. Dibrugarh. Assam.
পূৱৰ বেলি এটা ৱেব ভিত্তিত প্ৰচাৰ মাধ্যম।

🙏 আত্মাৰ সদগতি কামনা কৰিছো।
03/11/2025

🙏 আত্মাৰ সদগতি কামনা কৰিছো।

02/11/2025

ডিব্ৰুগড় গৰুধৰীয়াত বৃহত্তৰ গোহাঁই গাঁৱৰ পৰা মধুপুৰ অঞ্চলৰ ৰাইজৰ উদ্যোগত " সমন্বয়" প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা

02/11/2025

আহোম জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত টাই আহোম যুৱ পৰিষদ অসম (টাইআ) ৰ উদ্যোগত ডিব্ৰুগড়ৰ ৰাজপথত বিশাল জোৰ সমদল।

01/11/2025

লুইতপৰীয়া খেল পথাৰত হঠাৎ এটি অনুষ্ঠান
মায়াবিনী ৰাতিৰ বুকুত।

01/11/2025

*মৰিয়নিৰ জুবিন গাৰ্গ এফ চি দলৰ হৈ ডিব্ৰুগড়ত প্ৰিয় শিল্পী গৰাকীলৈ শ্ৰদ্ধা জনাই বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ অংশগ্ৰহণ*
_বিধায়ক গৰাকীৰ গলেৰে বিজয়ী হ'ল মৰিয়নি জুবিন গাৰ্গ এফ চি।
অসম আৰু অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গলৈ গভীৰ শ্রদ্ধাঞ্জলি জনাই ডিব্ৰুগড়ৰ সু-প্ৰভাত ছ’চাইটি ফুটবল ক্লাবৰ উদ্যোগত অনুষ্ঠিত প্ৰবীণ ফুটবল প্ৰতিযোগিতাত আজিৰ খেলত অংশগ্ৰহণ কৰে মৰিয়নিৰ জুবিন গাৰ্গ এফ চি বনাম দুলিয়াজান এফ চি।
মৰিয়নি জুবিন গাৰ্গ এফ চিৰ হৈ মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে খেলত অংশ গ্ৰহণ কৰি সুন্দৰ প্ৰদৰ্শনেৰে ৰাইজক আমোদ দিয়ে।

31/10/2025

অসম আৰু অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গলৈ গভীৰ শ্রদ্ধাঞ্জলি জনাই অহা ৩১ অক্টোবৰ, ১ আৰু ২ নবেম্বৰত অনুষ্ঠিত হ’ব তৃতীয় বাৰ্ষিক প্ৰবীণ ফুটবল প্ৰতিযোগিতা।

সু-প্ৰভাত ছ’চাইটি ফুটবল ক্লাবৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিযোগিতাখনি লুইতপৰীয়া খেলপথাৰত অনুষ্ঠিত হ’ব।

উদ্যোক্তাসকলে ফুটবল আৰু জুবিন প্ৰেমী সকলো ৰাইজক আহ্বান জনাইছে—
এই প্ৰবীণ ফুটবল প্ৰতিযোগিতাৰ আনন্দ উপভোগ কৰিবলৈ, আৰু প্ৰিয় শিল্পী জুবিন গাৰ্গৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ।

যশস্বী সুৰকাৰ, কবি,অভিনেতা,ঘোষক , নাট্যকাৰ আৰু গিটাৰিষ্ট চৈয়দ ছাদুল্লা গুৱাহাটী মেডিকেল কলেজত চিকিৎসাধীন অৱস্থাত মৃত্যু...
31/10/2025

যশস্বী সুৰকাৰ, কবি,অভিনেতা,
ঘোষক , নাট্যকাৰ আৰু গিটাৰিষ্ট চৈয়দ ছাদুল্লা গুৱাহাটী মেডিকেল কলেজত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়।

এটা আচৰিত অংক, এবাৰ চেষ্টা কৰি চাওক।একে কেইটাই সংখ্যা কেৱল ইফাল সিফাল কৰি দিলেই উত্তৰ বেলেগ। বুজি নাপালো কিয়?
29/10/2025

এটা আচৰিত অংক, এবাৰ চেষ্টা কৰি চাওক।
একে কেইটাই সংখ্যা কেৱল ইফাল সিফাল কৰি দিলেই উত্তৰ বেলেগ। বুজি নাপালো কিয়?

28/10/2025

জুবিনৰ দৰে পুত্ৰক হেৰুৱাই শোকত ভাগী পৰিছে দেউতাক। চকুৰে মাথোঁ নিগৰিছে অশ্ৰু

27/10/2025
👇
27/10/2025

👇

Address

Dibrugarh

Telephone

+918822486768

Alerts

Be the first to know and let us send you an email when পূৱৰ বেলি POBOR BELI posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to পূৱৰ বেলি POBOR BELI:

Share

Category