LEZAI Kolakhowa

LEZAI Kolakhowa লেজাই কলাখোৱা

সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিলোঁ 🙏
04/01/2025

সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিলোঁ 🙏

RIP 😭🙏🏻
12/11/2024

RIP 😭🙏🏻

চৰম দৰিদ্ৰতা তথা ভিন্ন সময়ত জীৱনৰ পৰা বাস্তৱ অভিজ্ঞতা বুটলি সমাজৰ প্ৰতিষ্ঠত ব্যক্তি হিচাপে গণ্য হ'বলৈ সক্ষম হোৱা পাপু ক...
10/11/2024

চৰম দৰিদ্ৰতা তথা ভিন্ন সময়ত জীৱনৰ পৰা বাস্তৱ অভিজ্ঞতা বুটলি সমাজৰ প্ৰতিষ্ঠত ব্যক্তি হিচাপে গণ্য হ'বলৈ সক্ষম হোৱা পাপু ককাইদেউ মৃত্যুৰ খবৰত অতিকৈ মৰ্মাহত।
নিজৰ ব্যক্তিগত দায়িত্বই হওক বা সামাজিক দায়িত্বই হওক তাক অতি নিষ্ঠাৰে আৰু শৃংখলাবদ্ধ ভাৱে নিয়াৰীকৈ পালন কৰাৰ কাৰণে নিজকে আত্মা নিয়োগ কৰা পাপু ককাইদেউৱে লেজাই-কলাখোৱা আঞ্চল তথা জিলাখনলৈ শৰীৰ চৰ্চা কৰি সন্মান কঢ়িয়াই আমাক গৌৰৱান্বিত কৰিছিল।
কৰ্মকে ধৰ্ম বুলি গ্ৰহণ কৰা পাপু ককাইদেউক অকালতে কালে হৰি নিয়াত পৰিয়ালটোৱে হেৰুৱালে এজন দক্ষ অভিভাৱক, অঞ্চলটোৱে হেৰুৱালে এজন উদীয়মান যুৱ ব্যৱসায়ী লগতে প্ৰচুৰ সম্ভাবনাপূৰ্ণ শৰীৰ চৰ্চাবিদ।
সমাজ তথা অঞ্চলৰ শুভচিন্তক পাপু ককাইদেউৱে শৰীৰ চৰ্চা কেন্দ্ৰ খুলি অঞ্চলৰ যুৱক - যুৱতীক শৰীৰ চৰ্চা প্ৰতি আকৰ্ষিত কৰা ওপৰিও অঞ্চলটোত ব্যৱসায় প্ৰতিষ্ঠান খুলি যুৱক-যুৱতীসকলৰ বাবে কৰ্ম সংস্থাপনৰ পথ প্ৰশস্ত কৰিছিল।
🙏 তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিলো 🙏 ওঁম শান্তি! ওঁম শান্তি!! ওঁম শান্তি!!!

28/08/2024


সদৌ টাই আহোম ছাত্র সন্থা লেজাই কলাখোৱা আঞ্চলিক সমিতিক নেতৃত্ব প্ৰদান কৰা লগতে লেজাই কলাখোৱা অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰত...
26/01/2024

সদৌ টাই আহোম ছাত্র সন্থা লেজাই কলাখোৱা আঞ্চলিক সমিতিক নেতৃত্ব প্ৰদান কৰা লগতে লেজাই কলাখোৱা অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান সমূহত সকলো সময়তে আগবাঢ়ি অহা পংকজ দিহিঙীয়া ডাঙৰীয়া অকাল বিয়োগৰ খবৰটো পাই মৰ্মাহত হৈছোঁ লগতে তেখেতৰ বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰিছোঁ।
RIP

আপোনালোকৰ উপস্হিতি কামনাৰে.... #ভোগালী_২০২৪ #লেজাই
03/01/2024

আপোনালোকৰ উপস্হিতি কামনাৰে....
#ভোগালী_২০২৪
#লেজাই

Address

Dibrugarh

Alerts

Be the first to know and let us send you an email when LEZAI Kolakhowa posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to LEZAI Kolakhowa:

Share