Barbaruah Live

Barbaruah Live News and media website 24 hour's
(1)

01/12/2025
01/12/2025

টাই আহোম যুৱ পৰিষদ অসম ডিব্ৰুগড় জিলা সমিতি কাৰ্যকৰী সভাপতি দীপাংকৰ দুৱৰা প্ৰতিক্ৰিয়া।
টাই আহোমকে ধৰি ছয় জনগোষ্টী জনজাতিকৰণৰ প্ৰতিবেদন বিধান সভাত দাখিল কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰীগোটক ধন্যবাদ জ্ঞাপন।।

29/11/2025

বিধান সভাত Assam Fixation of Ceiling on Land Holdings (Amendment) Bill, 2025 গৃহীত হোৱাৰ পিছতেই চাহ জনগোষ্ঠীয় ৰাইজৰ মাজত উৎসাহ আৰু আনন্দ ।।

29/11/2025

লেপেটকটাৰ আইৰণ চিটি জিম আৰু ৰয়েল জিম বৰবৰুৱাৰ সৌজন্যত ডিব্ৰুগড় জিলা ভাৰোত্তোলন সন্থা,ডিব্ৰুগড় জিলা শক্তি উত্তোলন, ডিব্ৰুগড় জিলা দেহশ্ৰী আৰু ফিটনেছ সন্থাৰ উদ্যোগত ৩৫ তম ডিব্ৰুগড় জিলা লৌহ ক্ৰীড়া প্ৰতিযোগিতা।।

29/11/2025

বিধান সভাত Assam Fixation of Ceiling on Land Holdings (Amendment) Bill, 2025 গৃহীত হোৱাৰ পিছতেই চাহ জনগোষ্ঠীয় ৰাইজৰ মাজত উৎসাহ আৰু আনন্দ
👉 চাহ জনগোষ্ঠী ৰাইজৰ বাবে এক ঐতিহাসিক দিন,

Bcms ৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অশোক উৰাঙে বাগিচাই বাগিচাই বিতৰণ কৰিলে মিঠাই

২০০‌ বছৰীয়া অপেক্ষাৰ অন্ত পেলাই অসম বিধান সভাৰ পৱিত্ৰ সদনত গৃহীত হ'ল Assam Fixation of Ceiling on Land Holdings (Amendment) Bill, 2025.....
👉 BCMSৰ কেন্দ্রীয় সমিতিৰ সভাপতি অশোক ওৰাঙে চাহ জনগোষ্ঠীয় আদিবাসী ৰাইজক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাৰ্গদৰ্শনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী চিন্তাৰে জনগোষ্ঠীটোৰ সুৰক্ষিত ভৱিষ্যতক লৈ গ্ৰহণ কৰা পদক্ষেপৰ বাবে মুখ্যমন্ত্ৰীক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে.....

28/11/2025

অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে অঙ্গীকাৰ—২০২৫, সজাগতা কাৰ্যসূচী
প্রধানমন্ত্রী আৱাস যোজনা আঁচনি PMAY -U অৰ্থনৈতিকভাৱে দুৰ্বল দেশৰ প্ৰতিটো পৰিয়ালক গ্রাম্য আৰু চহৰৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা প্ৰদান কৰাৰ লক্ষ্যৰে দেশৰ দৰিদ্ৰ লোকসকলক ঘৰ প্ৰদান কৰি অহা হৈছে।,ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অন্তগত বৰপথাৰ পঞ্চায়তৰ ৭নং ৱাৰ্ডৰ প্রধানমন্ত্রী আৱাস যোজনা-চহৰীয়া অধীনত নিৰ্মিত পকী ঘৰ গৃহপ্ৰৱেশ অনুষ্ঠানটি শুভ উদ্বোধন কৰে ডিব্ৰুগড় নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকাই।

লগতে কেইবাটাও গৃহ প্ৰৱেশ কাৰ্য্যসূচীত প্ৰৱেশ কৰি আগন্তুক দিনত আহিবলগীয়া আৱাস গৃহ সমূহৰ বিষয়ে হিতাধীকাৰী সকলৰ সৈতে আলোচনা কৰে।
উক্ত কাৰ্যসূচীত বৰপথাৰ পঞ্চায়তৰ আঞ্চলিক পৰিষদৰ সদস্যা ৰূপা কোঁৱৰ, প্ৰাক্তন পঞ্চায়তৰ সভাপতি অটনু গগৈ আৰু ৱাৰ্ড সদস্য চিৰঞ্জীৱ দাস, নিকিতা গগৈ,PMAY প্ৰজেক্ট মেনেজাৰ মৃদুল দত্তৰ লগতে বহু গণ্য মান্য ব্যক্তি আৰু হিতাধিকাৰি সকল উপস্থিত থাকে।

28/11/2025

অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে অঙ্গীকাৰ—২০২৫, সজাগতা কাৰ্যসূচী
প্রধানমন্ত্রী আৱাস যোজনা আঁচনি PMAY -U অৰ্থনৈতিকভাৱে দুৰ্বল দেশৰ প্ৰতিটো পৰিয়ালক গ্রাম্য আৰু চহৰৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা প্ৰদান কৰাৰ লক্ষ্যৰে দেশৰ দৰিদ্ৰ লোকসকলক ঘৰ প্ৰদান কৰি অহা হৈছে।,

ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অন্তগত বৰপথাৰ পঞ্চায়তৰ ৭নং ৱাৰ্ডৰ প্রধানমন্ত্রী আৱাস যোজনা-চহৰীয়া অধীনত নিৰ্মিত পকী ঘৰ গৃহপ্ৰৱেশ অনুষ্ঠানটি শুভ উদ্বোধন কৰে ডিব্ৰুগড় নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকাই।

লগতে কেইবাটাও গৃহ প্ৰৱেশ কাৰ্য্যসূচীত প্ৰৱেশ কৰি আগন্তুক দিনত আহিবলগীয়া আৱাস গৃহ সমূহৰ বিষয়ে হিতাধীকাৰী সকলৰ সৈতে আলোচনা কৰে।
উক্ত কাৰ্যসূচীত বৰপথাৰ পঞ্চায়তৰ আঞ্চলিক পৰিষদৰ সদস্যা ৰূপা কোঁৱৰ, প্ৰাক্তন পঞ্চায়তৰ সভাপতি অটনু গগৈ আৰু ৱাৰ্ড সদস্য চিৰঞ্জীৱ দাস, নিকিতা গগৈ,PMAY প্ৰজেক্ট মেনেজাৰ মৃদুল দত্তৰ লগতে বহু গণ্য মান্য ব্যক্তি আৰু হিতাধিকাৰি সকল উপস্থিত থাকে।

25/11/2025

মধুপুৰ গৰুধৰীয়াত অনুষ্ঠিত হোৱা সমন্বয় ফুটবল প্ৰতিযোগীতাৰ সফল সমাপ্তি।।

23/11/2025

🏋️ 5th Tinsukia District Powerlifting Championship 2025 – Assam 🏆
📍 Venue: Tinsukia, Kakopathar Town Field
📅 Date: 22nd – 23rd November 2025
🥇 Category: Senior 56 Category
⚖️ Bodyweight: 55kg

In an incredible display of strength and determination, Sir Bikash Dehingia clinched the Gold Medal at the 5th Tinsukia District Powerlifting Championship 2025. Competing in the Senior 56kg category, he delivered a stunning performance in SBD (Squat, Bench Press, Deadlift) with a total lift of 395kg.

💪 SBD Performance:
🔸 Squat: 150kg
🔸 Bench Press: 70kg
🔸 Deadlift: 175kg
➡️ Total: 395kg

His outstanding achievement has earned him selection for the State Level Championship, bringing pride to Dibrugarh Lezai Kalakhowa, Dighalia Gaon Youth, and representing Madabolic Unisex Gym Club.

✨ A proud moment for Assam’s powerlifting community!

---

🥇 💪 🏋️‍♂️ 🚀

23/11/2025

জকাই আদৰ্শ জাতীয় বিদ্যালয়ৰ গ্ৰন্থ মেলাৰ শুভ উদ্বোধন ডিব্ৰুগড় নগৰ উন্নয়ন প্ৰধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকাৰ।

Address

MANKOTTA Road
Dibrugarh
786003

Alerts

Be the first to know and let us send you an email when Barbaruah Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share