DAYA D Vlogs

DAYA D Vlogs নমস্কাৰ বন্ধুসকল৷ মোৰ Page লৈ সকলোকে স্বাগতম জনালো

29/03/2024

“সকলো কথা বাট দি এইবাৰ আপোনাৰ বহুমূলীয়া ভোট টো কাক দিব?”(উত্তটো দিব নালাগে)
- মাথো আপোনাাক বিবেকেৰে আপোনাৰ ভোটি দি এখন শক্তি শালী গণতান্ত্ৰিক ৰাষ্ট্ৰ গঢ়ি তুলে যেন৷

04/03/2024

মুখত চিখৰ খাই খাই মোক কলে-“তই এই চানা বাদাম বিক্ৰী কৰি কেইটকা পায়৷ আৰু তুৰ বেলেগ কাম নাই নেকী৷”
মই কি কম ভাবি নাপাই গুচি আহিলোঁ৷
আৰে ভাই চানা বাদাম বিক্ৰী কৰিছোঁ৷ জহৰ টিক্ৰী কৰা নাই৷ আনৰ দৰে চিখৰ গোটখা বিক্ৰী কৰি তহতৰ জীৱন নষ্ট কৰা নাই৷

25/02/2024
05/06/2023

আজি বিশ্ব পৰিৱেশ দিৱস৷ কিন্ত মই এজোপাও গছ ৰোৱা নাই৷কাৰণ অসমত গছ ৰোৱা প্ৰযোজন নাই৷ ইয়াৰ মাটিত গছ নিজে নিজে উলাই৷মাত্ৰ ভালকৈ প্ৰতি পালন কৰিলে হ’ল৷ আজি ২বছৰ দিন ধৰি মই তাকে কৰি আহিছোঁ৷আৰু আজি দিনলৈকে ঘৰত কেইবাজোপাও গছ ডাঙৰ হ’ল৷ আজি তাৰ তলত বহি গৌৰৱ অনুভৱ কৰিছোঁ৷

31/05/2023

Life is a struggle || আহকচোন এই সংগ্ৰামী জীৱনটো উপভোগ কৰিবলৈ শিকোঁ ||

এটা চিন্তাত আছো  ধ্বংস মানেতো শেষ নহয়৷ ধ্বংসও সৃষ্টিৰ কাৰণ হব পাৰে৷ মুল কথাতো হৈছে জন্ম হলে মৃত্যু হয়৷ কিন্তু মৃত্যু হলে...
29/05/2023

এটা চিন্তাত আছো
ধ্বংস মানেতো শেষ নহয়৷ ধ্বংসও সৃষ্টিৰ কাৰণ হব পাৰে৷ মুল কথাতো হৈছে জন্ম হলে মৃত্যু হয়৷ কিন্তু মৃত্যু হলে জন্ম হয় নে? (আচৰিত)

23/05/2023

মেট্ৰিক পৰীক্ষাত পাছ নকৰা বাৱে ঘৰৰ মা দেউতাই কিয় এনেকোৱা কৰে! এই পৰীক্ষাটোৱে জীৱন মূল উদ্দেশ্য নেকি?

20/05/2023

জুনমনি ৰাভাক মৃত্যুৰ আগৰ দৃশ্য জানিলে আচৰিত হব৷

15/05/2023

জুবিন গাৰ্গৰ পৰা লব লাগিছিল কি ললে কি?

09/05/2023

14/04/2023

গীনিজবুকত ৰেকত কৰিবলৈ ১০০কোটি খৰচ কৰা পাছত আকৌ এবাৰ মূল্যবৃদ্ধিৰ ৰাম টাঙুন খাবলৈ সাজু হক ৰাইজ

Address

Dibrugarh
786007

Website

Alerts

Be the first to know and let us send you an email when DAYA D Vlogs posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to DAYA D Vlogs:

Share

Category