Chabua Talks

Chabua Talks বৃহত্তৰ স্বাৰ্থত, ৰাইজৰ পক্ষত
(2)

05/09/2026
05/09/2026

উজনি অসমৰ ইটাভাটাত বিশেষ সম্প্ৰদায় শ্ৰমিক নিয়োগ কৰাক লৈ........
কোচ ৰাজবংশী ছাত্ৰ সন্থা৷

05/09/2026

👉 চাবুৱা ন’পাম গাৱঁত এঘৰৰ ব্যক্তি ঘৰত চাবুৱা আৰক্ষী তালাচী৷
👉 পানীতোলা গন্ধীয়া নাহৰণি কুঁহিয়াবাৰীত তিনি মা*ৰা*ত্ম*ক ড্ৰা*গছ সেৱনকাৰীক স্থানীয় ৰাইজে আ*টক কৰা পাছতে ন’পাম গাৱঁৰ হিৰক ফুকনে এই মা*ৰা*ত্ম*ক ড্ৰা*গছ সৰবৰাহ লগত জড়িত বুলি স্বীকাৰোক্তি দিয়া পাছতে চাবুৱা আৰক্ষীয়ে হীৰক ফুকনৰ ঘৰত তালাচী চলায়৷

05/09/2026

📍মা*ৰা*ত্ম*ক ড্ৰাগছ সেৱনকাৰী বি*স্ফো*ৰ*ক স্বীকাৰোক্তি৷
চাবুৱা,পানীতোলা বিভিন্ন গাৱঁত পোৱা যায় এই মা*ৰা*ত্ম*ক ড্ৰা*গ*ছ৷ 👇
👉মা*ৰা*ত্ম*ক ড্ৰা*গ*ছ সৰবৰাহ আৰু সেৱন লগত জড়িত কেইবাজনো নাম প্ৰকাশ পানীতোলা গন্ধীয়া নাহৰণি কুঁহিয়াবাৰীত আ*ট*কা*ধীন তিনি ড্ৰা*গ*ছ সেৱনকাৰী৷
👉লালা আৰু চাংমাই এই কাৰ্য্যত জড়িত বুলি স্বীকাৰোক্তি ৷
👉চাবুৱা পানীতোলা অঞ্চলৰ কোন এই লালা আৰু চাংমাই?আৰু কোন কোন জড়িত এই কাৰ্য্যত আৰু কাৰ কাৰ নাম কলে এই আ*ট*কা*ধী*ন যুৱ কেইজনে?সবিশেষ 👇

04/09/2026

📍পানীতোলা গন্ধীয়া নাহৰণি কুঁহিয়াবাৰীত তিনি মা*ৰা*ত্ম*ক ড্ৰাগছ সেৱন কাৰী আতক স্থানীয় ৰাইজ৷
👉তিনিও জনক উ*ত্ত*ম*মা*ধ্য*ম স্থানীয় ৰাইজৰ৷

03/09/2026

মূল্যবৃদ্ধিক লৈ উ*ত্তা*ল চাবুৱা৷ 
চাবুৱা আছুৰ ব*জ্ৰনি*নাদ৷
যোগান মন্ত্ৰী কৌশিক ৰয়ৰ শ*ৱ×*যা*ত্ৰা৷

Address

Dibrugarh

Telephone

+916003658884

Website

Alerts

Be the first to know and let us send you an email when Chabua Talks posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Chabua Talks:

Shortcuts

Share