Duliajan Live

Duliajan Live Independent News Portal
Official page of Duliajan Live
Duliajan
WhatsApp : 9476622601
Website:www.duliajanlive.in

07/08/2026

অসমৰ বানপানীৰ সময়ত খবৰ নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ!
পোষ্টাৰসমূহ দেখি পথাচাৰীৰ প্ৰতিক্ৰিয়া কেমেৰাত বন্দী।

UPI লেনদেনত অতিৰিক্ত চাৰ্জ! সদনত গৃহীত সংশোধনী বিললোকসভাত গৃহীত হ’ল ‘Taxation and Other Laws (Amendment) Bill, 2026’। সং...
07/08/2026

UPI লেনদেনত অতিৰিক্ত চাৰ্জ! সদনত গৃহীত সংশোধনী বিল

লোকসভাত গৃহীত হ’ল ‘Taxation and Other Laws (Amendment) Bill, 2026’। সংশোধনীৰ জৰিয়তে UPI লেনদেনত MDR বা চাৰ্ভিচ চাৰ্জ আৰোপৰ পথ মুকলি কৰা হৈছে। ডাঙৰ ব্যৱসায়িক প্ৰতিষ্ঠানলৈ ₹২,০০০তকৈ অধিক UPI পেমেণ্টত ০.২৫%ৰ পৰা ০.৫% পৰ্যন্ত চাৰ্জ আৰোপৰ সম্ভাৱনা আছে। আনহাতে, ব্যক্তি-ব্যক্তিৰ মাজত কৰা P2P UPI লেনদেন বিনামূলীয়া ৰখাৰ কথা উল্লেখ কৰা হৈছে।

অসমৰ ৰানপানীৰ সময়ত খবৰ নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।গুৱাহাটীৰ বিভিন্ন ঠাইত NSUIৰ পোষ্টাৰিং।
07/08/2026

অসমৰ ৰানপানীৰ সময়ত খবৰ নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।
গুৱাহাটীৰ বিভিন্ন ঠাইত NSUIৰ পোষ্টাৰিং।

07/08/2026

“বিদেশী ৰাষ্ট্ৰৰ পৰা টকা ধাৰ কৰি চলা চৰকাৰে কয়— বানপানীৰ সময়ত সাহায্য বিচৰাটো ভুল!”

“যদি ৰাইজৰ পৰা পইচা তুলিবই নালাগিছিল, তেন্তে বানপানী হোৱাৰ লগে লগে সকলো দায়িত্ব চৰকাৰে নিজেই কিয় নল’লে?”

বানপানীৰ সাহায্যক লৈ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে কণ্ঠশিল্পী নিলোৎপল বৰাই।

06/08/2026

How to secure an MBBS seat after qualifying NEET? 🩺
Get end-to-end counselling support (MCC, State & Deemed Universities) from experts with 12+ years of experience.
📲 Book your counselling session today!
📍 Hotel Bellarina, Tinsukia Assam
📞 Contact: 6001238766,7086858561

06/08/2026

দুলীয়াজান ইণ্ডাষ্ট্ৰিয়েল গেটৰ সন্মুখৰ পৰা বাইক চুৰি, CCTVত বন্দী সমগ্ৰ ঘটনা...
পাৰ্কিঙত থোৱা Super Splendor বাইক লৈ উধাও চোৰ, বাইকখনৰ নম্বৰ AS06Q1564

05/08/2026

মুখ্যমন্ত্ৰীক বাহিৰত সমালোচনা, নিজৰ সমষ্টিলৈ আহিলেই নৰম কিয় অখিল গগৈ?
মুখ্যমন্ত্ৰীক ‘তেল মাৰে’ নেকি? উত্তৰ দিলে অখিল গগৈয়ে।

05/08/2026

উজনি অসমৰ তিনিখন জিলাৰ ভয়াৱহ বান পৰিস্থিতি সন্দৰ্ভত অসম জাতীয় পৰিষদৰ সংবাদমেল।

“মানৱসৃষ্ট বানৰ বাবেই মৃত্যুৰ উপত্যকাত পৰিণত হ’ল উজনি অসম। কয়লা আৰু শিল খননৰ বাবেই সৃষ্টি হৈছে এই ভয়াৱহ বান পৰিস্থিতি”—এই অভিযোগেৰে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা AJPৰ সভাপতি লুৰীণজ্যোতি গগৈৰ।

বানপীড়িত ৰাইজক সাহায্য প্ৰদান আৰু সাহায্য পুঁজি মোকলাই দিয়াৰ ক্ষেত্ৰতো দুয়োখন চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা বুলি অভিযোগ উত্থাপন কৰে অজাপৰ সভাপতিগৰাকীয়ে।

“আৰু কিমানজন মানুহৰ জীৱন শেষ হ’লে প্ৰধানমন্ত্ৰী অসমলৈ আহিব? বানমুক্ত অসমৰ সংকল্প ক’ত হেৰাল?”—সংবাদমেলত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক প্ৰশ্ন কৰি গৰজি উঠিল লুৰীণজ্যোতি গগৈ।

🚨 দুলীয়াজানত উদ্ধাৰ অচিনাকি শিশুফটোত থকা শিশুটিক বৰ্তমান দুলীয়াজান আৰক্ষী থানাৰ জিম্মাত ৰখা হৈছে। এতিয়ালৈকে শিশুটিৰ পৰিচ...
05/08/2026

🚨 দুলীয়াজানত উদ্ধাৰ অচিনাকি শিশু

ফটোত থকা শিশুটিক বৰ্তমান দুলীয়াজান আৰক্ষী থানাৰ জিম্মাত ৰখা হৈছে। এতিয়ালৈকে শিশুটিৰ পৰিচয় তথা পৰিয়ালৰ সন্ধান পোৱা নাই।

শিশুটিক চিনি পোৱা বা পৰিয়ালৰ বিষয়ে কোনো তথ্য থকা ব্যক্তিক শীঘ্ৰে দুলীয়াজান আৰক্ষী থানাত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে।

খবৰটো শ্বেয়াৰ কৰি শিশুটিক পৰিয়ালৰ ওচৰলৈ ঘূৰি যোৱাত সহায় কৰক।

05/08/2026

📌নেপালীখুঁটিৰ বানবিধ্বস্ত অঞ্চল পৰিদৰ্শন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাৰ
📌বানপীড়িত পৰিয়ালৰ কাষত থিয় দিয়াৰ প্ৰতিশ্ৰুতি—সাহায্য, পুনৰ্সংস্থাপন আৰু স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ বাবে কেন্দ্ৰ-ৰাজ্যই একেলগে কাম কৰাৰ আশ্বাস

Address

Duliajan
Dibrugarh

Alerts

Be the first to know and let us send you an email when Duliajan Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Duliajan Live:

Shortcuts

Share