মৰমলগা পৃষ্ঠা

মৰমলগা পৃষ্ঠা Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from মৰমলগা পৃষ্ঠা, bogibeel, Dibrugarh.

মোৰ প্ৰিয় "বন্ধু"বান্ধবী" সকল যদি মোৰ ভিডিঅ আৰু ফটোবাৰ চাই ভাল লাগে তেন্তে please মোৰ(ফেচবুক পেজটো)(Like"Subscribe)কৰি আগুৱাই যোৱাত সহায় কৰে যেন❤️,আৰু মই আপোনালোকৰ মৰম আৰু সহায় অবিহনে একোৱেই সম্ভৱ নহয়,যে আগুৱাই যোৱাটো🙏🥰!

13/06/2025




It's hot enough...there's no chance of the temperature dropping this week. Rainfall will be very low over the next seven days; There's almost nothing... so.
(1) Avoid eating fish, meat and eggs as much as possible.
(2) Avoid other fatty foods including oil, butter etc. as much as possible.
(3) Drink plenty of clean water. Do not drink refrigerated water, cold drinks, ice cream during the heat; You can eat less in the afternoon.
4, Lemon juice, pumpkin juice, corn juice, glucose water can be taken occasionally. Diabetics should avoid glucose water, can drink small amounts of corn juice if blood sugar levels are not high enough.
5.(5) Wear loose, white cotton clothing. Avoid synthetic clothing.
(6)Don't hesitate to wear an umbrella, hat, sunglasses, etc. when going outside.
7, Patients with high blood pressure and heart disease should not expose themselves to direct sunlight for long periods of time.
(8) Do not take frequent baths.
(9) Finish strenuous physical activity before 9/10 am, again from 4 pm for a maximum of two and a half hours if body permits.
(10) Get enough rest, avoid irritating foods, behaviors and environments.(11) Do not eat food out of habit unless the body is willing to eat it.
(12) Do not leave cooked food for long periods of time.(13) Pay attention to foods like chira, yogurt, bananas, jaggery.
14, Vegetables, salads, dried fruits, etc. are good during this time.(15) Relate to traditional foods like vegetables, nutmeg and honeydew. Garlic and sesame seeds can be used.
(16) Ensure adequate urination.

Stay well, stay healthy.
🙏Good morning🙏



গৰম যথেষ্ট হৈছে…এই সপ্তাহত উষ্ণতা হ্ৰাস পোৱাৰ কোনো সম্ভাৱনা নাই। বৰষুণ অত্যন্ত কম হ'ব আগন্তুক সাত দিনত ; প্ৰায় নাই বুলিয়েই ক' ব পাৰি… গতিকে…

(1) মাছ, মাংস, ডিম খোৱাৰ পৰা যথাসম্ভৱ বিৰত থাকক।
(2) তেল, ঘিঁউ আদি কৰি অন্য চৰ্বিযুক্ত খাদ্য যথাসম্ভৱ পৰিহাৰ কৰক ।
(3) যথেষ্ট পৰিমাণে পৰিস্কাৰ পানী খাওক। গৰম লাগিছে বুলি ফ্ৰীজত ঠাণ্ডা কৰা পানী, কল্ড ড্ৰিংকছ, আইচক্ৰীম উৎকট গৰমৰ সময়ত নাখাব ; বিয়লিৰ পিছত কম পৰিমাণে খাব পাৰে।
(4) নেমুৰ চৰবৎ, ডাবৰ পানী, কুঁহিয়াৰৰ ৰস, গ্লুকজপানী মাজে মাজে খাব পাৰে। ডায়েবেটিজৰ ৰোগীয়ে গ্লুকজ পানী বৰ্জন কৰিব, কম পৰিমাণৰ কুঁহিয়াৰৰ ৰস খাব পাৰে যদি তেজৰ শৰ্কৰাৰ পৰিমাণ যথেষ্ট বেছি নহয়।
(5) ঢিলা, বগা কপাহী কাপোৰ পিন্ধক। চিন্থেটিক পোছাক পৰিহাৰ কৰক।
(6)বাহিৰলৈ ওলাই গ'লে ছাতি, টুপী, ক'লা চশমা ইত্যাদি ব্যৱহাৰ কৰিবলৈ সংকোচ নকৰিব।
(7) উচ্চ ৰক্তচাপৰ ৰোগী আৰু হৃদৰোগী সকলে পোনপটীয়া সূৰ্য্যৰ পোহৰত বেছি সময় ঘূৰাপকা নকৰিব।
(8) বাৰে বাৰে গা নুধুব।
(9) কঠোৰ শাৰিৰীক পৰিশ্ৰমৰ কাম পুৱা ৯/১০ বজাৰ আগতে শেষ কৰক, বিয়লি ৪ বজাৰ পৰা পুণৰ সৰ্বাধিক ডেড় দুঘণ্টাৰ বাবে কৰিব পাৰে যদি শৰীৰে অনুমতি দিয়ে।
(10) যথেষ্ট পৰিমাণে জিৰণি লওক, নিজকে উত্তেজিত কৰিব পৰা খাদ্য, আচৰণ আৰু পৰিৱেশৰ পৰা দূৰত ৰাখক।
(11) শৰীৰে গ্ৰহণ কৰিবলৈ আগ্ৰহ প্ৰকাশ নকৰিলে অভ্যাস বশতঃ খাদ্য গ্ৰহণ নকৰিব।
(12) ৰন্ধা খাদ্য বেছি সময় ৰাখি থৈ নাখাব।
(13) চিৰা দৈ কল গুড় আদি খাদ্যৰ প্ৰতি মনোযোগ দিয়ক।
(14) শাকপাচলি, ছালাড, শুকান ফল আদি এই সময়ত উপকাৰী।
(15) পৰম্পৰাগত খাদ্য যেনে ভেদাইলতা, নৰসিংহ মানিমুনিৰ লগত সম্পৰ্ক স্থাপন কৰক। নহৰু আৰু তেতেলি ব্যৱহাৰ কৰিব পাৰে।
(16) উপযুক্ত পৰিমাণে প্ৰস্ৰাৱ যাতে হয় তাৰ প্ৰতি লক্ষ্য ৰাখক।

কুশলে থাকক, সুস্থ থাকক।
🙏শুপ্ৰভাত 🙏





12/06/2025

আজি খালি বন্ধু-বান্ধৱীক সকলোকে লাইক আৰু কমেন্ট কৰিয়েই দিনটো কথাও,
কিন্তু কোনেও মোক লাইক"কমেন্টত নকৰে,
যদি কোনোবাই মোক বেয়া পাইছে তেন্তে কমেন্টত খৰি কৈদিয়া।
Good morning everyone 🌻

11/06/2025

Good afternoon everyone 🌞

শুভ ৰাতিপুৱা সকলোলৈ 💕
11/06/2025

শুভ ৰাতিপুৱা সকলোলৈ 💕

10/06/2025

😂😂😂😂

10/06/2025

👻👻👻👻👻

Good afternoon everyone 🌞
10/06/2025

Good afternoon everyone 🌞

09/06/2025
09/06/2025

যাৰ নিজৰ খোজৰ ওপৰত বিশ্বাস আছে, যাৰ কৰ্মৰ ওপৰত বিশ্বাস আছে আৰু যিজনে কষ্ট কৰিব পাৰিব তেওঁৱে এদিন সফলতাৰ বাট মুকলি কৰি ল'ব !
শুভ দুপৰীয়া সকলোলৈ 🌅!

09/06/2025

What a beautiful she is😻

Good morning everyone ☀️🌅
08/06/2025

Good morning everyone ☀️🌅

07/06/2025

Address

Bogibeel
Dibrugarh
CHAULKHOWA

Alerts

Be the first to know and let us send you an email when মৰমলগা পৃষ্ঠা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to মৰমলগা পৃষ্ঠা:

Share