Mridul Chetia

Mridul Chetia I believe in growth, loyalty, and never giving up, no matter how hard life gets. Because at the end of the day, “myself” is my biggest strength.

❤️
18/06/2026

❤️

কেনে?
18/06/2026

কেনে?

17/06/2026

অসমৰ উন্নয়ন, সংস্কৃতি আৰু উদ্যোগৰ ক্ষেত্ৰত নতুন উদ্যমেৰে দায়িত্ব পালন কৰাৰ লক্ষ্যৰে আজি মাননীয় মন্ত্ৰী শ্ৰীযুত বিমল বড়া ডাঙৰীয়াই জনতা ভৱনৰ ডি ব্লকৰ ৪ৰ্থ মহলাত অৱস্থিত নতুন কাৰ্যালয়ত শুভ নাম-প্ৰসংগৰ মাজেৰে প্ৰৱেশ কৰে।

সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ আৰু বাণিজ্য বিভাগৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত এই নতুন কাৰ্যালয়ৰ পৰা ৰাজ্যৰ সৰ্বাংগীন উন্নয়ন, উদ্যোগিক বিকাশ আৰু অসমৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ দিশত অধিক গতিশীলভাৱে কাম আগবঢ়োৱাৰ সংকল্প গ্ৰহণ কৰা হয়।

ভগৱানৰ আশীৰ্বাদ আৰু ৰাইজৰ শুভকামনাৰে এই নতুন যাত্ৰা অধিক সফল আৰু জনকল্যাণমুখী হওক — এইয়ে কামনা।

A new chapter of service and responsibility begins.

Hon’ble Minister Shri Bimal Borah today entered his newly allotted office on the 4th Floor of D Block, Janata Bhawan, with traditional Naam-Prasanga and prayers seeking divine blessings.

As the Minister of Cultural Affairs, Industries & Commerce, he reaffirmed his commitment to accelerating Assam’s industrial growth, promoting entrepreneurship, and preserving the rich cultural heritage of the state.

With the blessings of the Almighty and the goodwill of the people, may this new journey bring greater progress, prosperity, and public welfare for Assam.

Bimal Borah

এইবোৰ সুন্দৰ পদক্ষেপ.... fans
26/05/2026

এইবোৰ সুন্দৰ পদক্ষেপ....
fans

05/04/2026
05/04/2026

📌ধেমাজি আৰু চিচিবৰগাওঁ সমষ্টিৰ কেইবাখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন বিমল বড়াৰ

Address

Dibrugarh

Telephone

+916363489779

Website

Alerts

Be the first to know and let us send you an email when Mridul Chetia posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Mridul Chetia:

Shortcuts

Share