News24×7 assam

News24×7 assam Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from News24×7 assam, Media/News Company, NH37, Dibrugarh.

30/09/2025
22/09/2025

লেজাই কলাখোৱা আঞ্চলিক ছাত্ৰ সন্থা আৰু
লেজাই কলাখোৱা জুবিন গাৰ্গৰ অনুৰাগী সকলে ইটাখুলিৰ পৰা চেঁচা তিনিআলি লৈকে সমদল কৰি শ্ৰদ্ধাঞ্জলি জনাই।।

21/09/2025

"মায়াবিনী ৰাতিৰ বুকুত"গীতেৰে হিয়াৰ আমঠু হাৰ্টথ্ৰব জুবিন গাৰ্গৰ লৈ শ্ৰদ্ধাঞ্জলি

চাৰি কিলোমিটাৰ বাটেৰে হাতত মৰ্ম বাতি লৈ সমদল কৰিলে ডিব্ৰুগড়ৰ গৰুধৰীয়া অঞ্চলৰ শতাধিক ৰাইজে ,তৰুণ জ্যোতি সংঘ আৰু জয়া মহিলা সমিতিৰ তৰফৰ পৰা তৰুণ জ্যোতি সংঘৰ প্ৰাংগনত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।।

21/09/2025

মহানায়ক 🙏🙏🙏❣️

📌চিৰনিদ্ৰাত মহানায়ক জুবিন গাৰ্গ।।
21/09/2025

📌চিৰনিদ্ৰাত মহানায়ক জুবিন গাৰ্গ।।

21/09/2025

"মায়াবিনী ৰাতিৰ বুকুত"গীতেৰে জুবিনক শ্ৰদ্ধাঞ্জলি, লেজাই কলাখোৱা মেজিক সন্থা চালক সকলৰ বৰবৰুৱা পৰা ইটাখুলি লৈকে সমদল।।

21/09/2025

হিয়াৰ আমঠু জুবিন দা❤️❤️❣️

20/09/2025

"মায়াবিনী" গীতেৰে জুবিন গাৰ্গক নতুন দিল্লীত অন্তিম শ্ৰদ্ধা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।।

20/09/2025

হিয়াৰ আমঠু জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন মুখ্যমন্ত্ৰীৰ।।

20/09/2025

চাবুৱা মৰিছা গাওঁবাসী ৰাইজে অসমৰ সম্পদ জনতা হিয়া আমঠু অসম গৌৰব জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই এক মৌন সমদল মৰিছা গাঁৱৰ তিনি আলি পৰা হাতীআলি চাবুৱা হৈ পূনৰ মৰিছা গাওঁ তিনিআলিত এক শোকৰ সভা অনুষ্ঠিত কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।।

20/09/2025

বৰবৰুৱা আঞ্চলিক ছাত্ৰ সন্থা, অসম চাহ জনজাতি ছাত্ৰ সন্থা বৰবৰুৱা শাখা আৰু অসম চাহ মজদুৰ সংঘ মহিলা সমিতি ডিব্ৰুগড় শাখা, অসম চাহ জনজাতি মহিলা সমিতি বৰবৰুৱা শাখা য়ে বৰবৰুৱা শ্বহীদ ভৱনৰ প্ৰাংগনত হাৰ্টথ্ৰব জুবিন গাৰ্গৰ লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।।

Address

NH37
Dibrugarh
786001

Website

Alerts

Be the first to know and let us send you an email when News24×7 assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to News24×7 assam:

Share