Anima Borah Chaliha

Anima Borah Chaliha Grateful for today, excited for tomorrow❤❤

25/03/2025
কোন বাৰু মইসৌ সিদিনা হাহিঁ -ফূৰতি কৰি ভাল পোৱা ছোৱালী জনী জীৱনলৈ কেতিয়াওনো নিয়তিয়ে কাল অমানিশা আহিলেতাই ধৰিবকে নোৱাৰি...
25/02/2025

কোন বাৰু মই

সৌ সিদিনা হাহিঁ -ফূৰতি কৰি ভাল পোৱা ছোৱালী জনী জীৱনলৈ কেতিয়াওনো নিয়তিয়ে কাল অমানিশা আহিলে
তাই ধৰিবকে নোৱাৰিলে।

ঘূৰ অমাৱস্যা ৰাতি পিছত যিদৰে
নতুন কিৰণে পোহৰৰ জিলিকাই,
থিক তেনেদৰে, তাই জীৱনলৈও
আগৰ সময়বোৰ ঘূৰাই পোৱা আশাৰে দিন, মাহ, বছৰ পাৰ হৈ
যায়।

বয়সেও তাই লগ লাহে লাহে এৰিব ধৰিছে,
জীৱনৰ সপোনবোৰো ক্ৰমান্বয়ে শূন্য হব ধৰিলে।
দিনে দিনে,
মানসিক ভাৰাসাম্য হেৰুৱাব ধৰিছে।
আৰু ক'ত কি
কবলৈ মোৰ ভাষা নোহোৱা হৈ পৰিছে।
শেষত,
কেৱল এশাৰী বাক্যয়ে কম,
আজিও তাই
মাথো এটি উওৰ বিচাৰি হাহাকাৰ............ !

"কোন বাৰু মই" ?...........? ..............?.........................?

Address

Banipur
Dibrugarh

Website

Alerts

Be the first to know and let us send you an email when Anima Borah Chaliha posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share