KKB Unofficial

KKB Unofficial মৰমেই জীৱন ❤️
(9)

আনৰ পৰা সুখ বিচাৰি হৃদয়খন ভাগৰুৱা নকৰিবা।নিজৰ ভিতৰত ইমান শক্তি গঢ়ি তোলা, যাতে অন্ধকাৰ দিনতো তুমি নিজেই নিজৰ পোহৰ হ’ব প...
18/08/2026

আনৰ পৰা সুখ বিচাৰি হৃদয়খন ভাগৰুৱা নকৰিবা।
নিজৰ ভিতৰত ইমান শক্তি গঢ়ি তোলা, যাতে অন্ধকাৰ দিনতো তুমি নিজেই নিজৰ পোহৰ হ’ব পাৰা। 🌿❤️

ৰিয়ান্স ❤️তুমি কেৱল এটা নাম নহয়,তুমি আমাৰ জীৱনৰ সেই পোহৰ,যাৰ হাঁহিত দুখবোৰ হেৰাই যায়,যাৰ উপস্থিতিত ঘৰখন পূৰ্ণ হৈ পৰে ❤️জ...
16/08/2026

ৰিয়ান্স ❤️

তুমি কেৱল এটা নাম নহয়,
তুমি আমাৰ জীৱনৰ সেই পোহৰ,
যাৰ হাঁহিত দুখবোৰ হেৰাই যায়,
যাৰ উপস্থিতিত ঘৰখন পূৰ্ণ হৈ পৰে ❤️

জীৱনৰ বাটত কেতিয়াবা যদি
কষ্টৰ ডাৱৰে আকাশখন ঢাকি ধৰে,
মনত ৰাখিবা—
তোমাৰ বাবে সদায় কোনোবাই
নিৰৱে প্ৰাৰ্থনা কৰি থাকিব ৷

তোমাৰ প্ৰতিটো সপোনে
এদিন বাস্তৱৰ ৰূপ পাওক,
তোমাৰ প্ৰতিটো খোজে
সুখৰ নতুন বাট বিচাৰি পাওক।
সময় যিমানেই সলনি নহওক,
তোমাৰ মনৰ শিশুটো যেন কেতিয়াও হেৰাই নাযায়।

তোমাৰ হাঁহি
আমাৰ জীৱনৰ আটাইতকৈ ধুনীয়া কবিতা,
তোমাৰ সুখ
আমাৰ বুকুৰ আটাইতকৈ ডাঙৰ শান্তি।

জীৱনে তোমাক বহুত কিবা নিদিলেও,
এটা কথা সদায় দিয়ক—
সঁচা সম্পৰ্কৰ উম,
আৰু মন খুলি হাঁহিব পৰা
এখন সুন্দৰ পৃথিৱী। ❤️

শুভ জন্মদিন, মৰমৰ ৰিয়ান্স। ❤️🎂✨
Happy Birthday Riyansh

05/08/2026

KKB - Kamalabari ♥️

31/07/2026

মানৱীয়তাৰ জোৱাৰ উঠিছে শিৱসাগৰত। ❤️

19/07/2026

আনক দেখি নহয় অধ্যয়ন কৰি ব্যৱসায় কৰক ৷

13/07/2026

♥️ Kamalabari

11/07/2026

কঠোৰ পৰিশ্ৰম মূল্য পোৱা যায় ৷
আৰু এখন নতুনকৈ কমলাবাৰীত ❤️ KKB

21/06/2026

Happy Father’s Day ♥️
সকলোৰে জীৱনটো ধুনীয়া কিন্তু কোনোবাই সৰু সৰু সুখবোৰ উপভোগ নকৰি ডাঙৰ সুখৰ বাবে অপেক্ষা কৰে আৰু অসুখী হৈ পৰে ♥️

19/06/2026

আৰু এখনৰ প্ৰস্তুতি কমালাবাৰীত !
আত্মবিশ্বাসেই সফলতা ♥️ KKB

26/04/2026

জীৱনটোক ধুনিয়া কৰিবলৈ কেৱল পইচা নালাগে ❤️ আৰু বহুত আছে !

Address

R. K. B Path
Dibrugarh
786001

Website

Alerts

Be the first to know and let us send you an email when KKB Unofficial posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to KKB Unofficial:

Shortcuts

Share

Category