Pallabi Boruah

Pallabi Boruah শেষ মানেই শেষ নহয়। শেষ এক নতুনৰ আৰম্ভনিহে।♥️

27/02/2025

Good Night sweet dreams
💞

26/02/2025

*Good Morning To All Of You

25/02/2025

Good night friends sweet dreams
😴

25/02/2025

***ছোৱালী সকলৰ কোনো ঘৰ নাই
কিন্তু ছোৱালী অবিহনে কোনো ঘৰ নহয় ।
*** নিজৰ ঘৰৰ ছোৱালী ছোৱালী
কিন্তু আনৰ ঘৰৰ ছোৱালী বোৱাৰী ।
*** নিজে নিজৰ দোষ কেতিয়াও দেখা নাপায়
কিন্তু আনৰ দোষ প্ৰতি খোজোত পায়।🙏

বিচৰা__ বস্তুটো__ যদি __অলপতে __পাই__ তেতিয়া __সেই __বস্তুটো__ আদৰ__ নাইকীয়া___ হয়__ ।__।____আৰু যিটো পাবলে আপুনি সংগ...
25/02/2025

বিচৰা__ বস্তুটো__ যদি __অলপতে __পাই__ তেতিয়া __সেই __বস্তুটো__ আদৰ__ নাইকীয়া___ হয়__ ।__।____আৰু যিটো পাবলে আপুনি সংগ্ৰাম কৰিব লগা হয় তেতিয়া বুজি পোৱা যাই সেইটো বস্তু মূল্য কিমান । আচল কথা কবলে হলে কষ্ট শেষত সফলতা যিটো সুখ পোৱা যায় সেইটো পৃথিৱীৰ একো বস্তু লগতে তুলনা কৰিব নোৱাৰি 😊

24/02/2025

Good morning everyone have a great day ahead 💞

Good Night everyone sweet dreams 😴
24/02/2025

Good Night everyone sweet dreams 😴

24/02/2025

প্রশ্ন যিটোৱেই হওঁক উত্তৰ তুমি ........💗
ৰাস্তা যিটোৱেই হওঁক ঠিকনা তুমি ......🫂
কষ্ট যিমানেই হওঁক সুখ তুমি ........🥰
তুমি মোক যিমানেই খং নকৰা কিয় তথাপি মোৰ প্রিয়জন আৰু ভাল পোৱা সদায়েই তুমি ......😘😍

Address

Dibrugarh
786003

Telephone

+916901354094

Website

Alerts

Be the first to know and let us send you an email when Pallabi Boruah posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Pallabi Boruah:

Share