
22/05/2025
২০০ বছৰীয়া ঐতিহ্যৰে সমৃদ্ধ অসমৰ চাহ খণ্ডৰ শ্ৰমিকসকলৰ বাবে এটি উল্লেখযোগ্য পদক্ষেপ গ্ৰহণেৰে ৭ লাখ চাহ শ্ৰমিকক ৫,০০০ টকাকৈ এককালীন সাহায্য প্ৰদানৰ সিদ্ধান্ত লৈছে মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন অসম চৰকাৰে। ২০২৫-২৬ বৰ্ষৰ বাজেটত ইয়াৰ বাবে ৩৪২ কোটি টকা আবণ্টন দিয়া হৈছে।
এই সিদ্ধান্তৰ জৰিয়তে চাহ শ্ৰমিকক প্ৰকৃত সন্মান দিয়াৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
Himanta Biswa Sarma