Priya as health worker

Priya as health worker Living with smile, just enjoying my life journey ♥️

25/08/2025

ভোগদৈ নদীৰ পাৰলৈ বুলি🤭

04/08/2025
28/07/2025
যিয়ে মোক চিকতা ,চিপজ বুলি কয় তেওঁক কৈছোঁ , হয়  মই চিকতা, হয় মই চিপজ,,কিন্তু সৰুৰ পৰা নাছিলোঁ এনেকুৱা ।যেতিয়াৰ পৰা নিজ...
28/07/2025

যিয়ে মোক চিকতা ,চিপজ বুলি কয় তেওঁক কৈছোঁ , হয় মই চিকতা, হয় মই চিপজ,,কিন্তু সৰুৰ পৰা নাছিলোঁ এনেকুৱা ।যেতিয়াৰ পৰা নিজেই উপাৰ্জন কৰিব পৰা হলো তেতিয়াৰ পৰা হে হলো,কাৰণ কষ্টৰ বিনিময়ত হে টকা পোৱা যায় বুজি পোৱা হলো, এনেই কোনেও কাকো নিদিয়ে ।।
🙏😁
শুভ ৰাতিপুৱা❤️

26/07/2025

I want to give a huge shout-out to my top Stars senders. Thank you for all the support!

Abdur Rahman

23/07/2025

পথাৰলৈ গৈ মোৰ অৱস্থা

সকলোৱে মোক ক্ষমা কৰিব,এই যোৰ পোছাক পিন্ধি মন্দিৰ যোৱাৰ বাবে,,মই আচলতে মা দেউতাৰ লগত নগাঁও ৰ পৰা যোৰহাট গৈ আছিলোঁ,,, ৰাস্...
22/07/2025

সকলোৱে মোক ক্ষমা কৰিব,এই যোৰ পোছাক পিন্ধি মন্দিৰ যোৱাৰ বাবে,,মই আচলতে মা দেউতাৰ লগত নগাঁও ৰ পৰা যোৰহাট গৈ আছিলোঁ,,, ৰাস্তাত হঠাৎ সিদ্ধান্ত হল যে মৃত্যুঞ্জয় মন্দিৰ দৰ্শন কৰিব হেনো,যিহেতু মা সদায় আহিব নোৱাৰে নগাওঁ,তেওঁ অলপ অসুস্থ ,,,,,,,গতিকে মা দেউতাৰ লগত মৃত্যুঞ্জয় মন্দিৰ আহিলো,,,মই পিন্ধি অহা কাপোৰ যোৰেই আহিব লগা হল,,,কিন্তু মই মন্দিৰৰ ভিতৰ ভাগত প্ৰৱেশ নকৰিলোঁ আৰু বাহিৰৰ পৰায়ে সেৱা কৰি আহিছোঁ 🙏

সিদিনা 30 বছৰ বয়স বুলি কওঁতে মোৰ বয়স জুখিব কৈছে,, হয় মোৰ বয়স 30 কিন্তু মই লাজ নকৰোঁ কব,এতিয়াও কৰিব লগা বহুত আছে,সপোন...
22/07/2025

সিদিনা 30 বছৰ বয়স বুলি কওঁতে মোৰ বয়স জুখিব কৈছে,, হয় মোৰ বয়স 30 কিন্তু মই লাজ নকৰোঁ কব,এতিয়াও কৰিব লগা বহুত আছে,সপোন বোৰ সফল কৰিব আছে।।

কৰ্ম ব্যস্ততাৰ মাজত আমিবোৰ ♥️,,সকলোৰে ঘৰ দূৰ দুৰণিত,আপোন মানুহৰ পৰা দূৰত,কিন্তু কৰ্মক্ষেত্ৰত আমি সকলোৱে এক পৰিয়ালৰ দৰেই...
18/07/2025

কৰ্ম ব্যস্ততাৰ মাজত আমিবোৰ ♥️,,সকলোৰে ঘৰ দূৰ দুৰণিত,আপোন মানুহৰ পৰা দূৰত,কিন্তু কৰ্মক্ষেত্ৰত আমি সকলোৱে এক পৰিয়ালৰ দৰেই কাম কৰি আহিছোঁ,, ❤️❤️

Address

Tinkhang
Dibrugarh

Website

Alerts

Be the first to know and let us send you an email when Priya as health worker posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share