Krishna Kamal Borah

Krishna Kamal Borah সজাগ হোৱাৰ মন চিৰ নতুন
সজাগ হোৱাৰ মন চিৰ তৰুন
চিন্তাৰ মাজেৰেই আহে জোৱাৰ ❤️
(3)

08/06/2026

“এই ঠাই আমাৰ পৰিচয় ”
কেৱল ব্যৱসায়িক স্থান নহয় !
আমি ইয়াক গভীৰভাৱে সন্মান কৰোঁ ৷
অসমৰ বায়ু-পানী সেৱন কৰা প্ৰতিজন ব্যক্তিৰ প্ৰথম দায়িত্ব হ’ল অসমক সন্মান কৰা 🩷

05/06/2026

বন্ধই কোনো সমস্যা সমাধানৰ পথ নিদিয়ে !

কাম আপোনাৰ পৰিচয় ♥️অৰ্থপূৰ্ণ কাম অবিহনে মানুহে আপোনাৰ নামটো পাহৰি যাব, কিন্তু আপুনি সৃষ্টি কৰা ভাল কামৰ প্ৰভাৱ সদায় মন...
03/06/2026

কাম আপোনাৰ পৰিচয় ♥️
অৰ্থপূৰ্ণ কাম অবিহনে মানুহে আপোনাৰ নামটো পাহৰি যাব, কিন্তু আপুনি সৃষ্টি কৰা ভাল কামৰ প্ৰভাৱ সদায় মনত ৰাখিব।

কঠোৰ পৰিশ্ৰম কৰক, কেৱল নিজৰ বাবেই নহয়, আপোনাৰ আপোন মানুহ আৰু সমাজৰ বাবে নিষ্ঠাবান হৈ কাম কৰক ৷

আজিৰ কামে কাইলৈ ​উত্তৰাধিকাৰ গঢ়ি তোলে। মৃত্যুৰ পিছতো অমৰ কৰে ৷ ব্যস্ত থকাৰ বাবে Video বনোৱা নাই পুনৰ আহি আছো ৷

24/05/2026

কৃষি মন্ত্ৰী মৃণাল শইকীয়াক দিব নোৱাৰি নে ?
বাৰে বাৰে একে নাম মন্ত্ৰী তালিকাত কিয় ? Mrinal Saikia

22/05/2026

কৃষি মন্ত্ৰী খেতিৰ প্ৰেৰণা দিব পৰা মানুহক বনাওক Fortuner ত উঠি ফুৰিলে কৃষকে একো লাভ নাপায় ৷

কৰ্মই ধৰ্ম : বাকি সকলো আনক ডাঙৰ সৰু কৰাৰ অংক !
16/05/2026

কৰ্মই ধৰ্ম : বাকি সকলো আনক ডাঙৰ সৰু কৰাৰ অংক !

যেতিয়া সকলো পথ বন্ধ যেন লাগে, তেতিয়া ঈশ্বৰৰ ঘৰত এটা নতুন আশা আৰম্ভ হয় ! তেওঁৰ ওপৰত বিশ্বাস ৰাখক তেওঁ নতুন পথ মুকলি কৰ...
06/05/2026

যেতিয়া সকলো পথ বন্ধ যেন লাগে, তেতিয়া ঈশ্বৰৰ ঘৰত এটা নতুন আশা আৰম্ভ হয় ! তেওঁৰ ওপৰত বিশ্বাস ৰাখক তেওঁ নতুন পথ মুকলি কৰিব আৰু আপোনাক আগুৱাই নিব। বিশ্বাস ৰাখক, ভাল দিন আহি আছে 🩷

04/05/2026

একো সলনি নহয় !
ঘৰে ঘৰে মামা ❤️

01/05/2026

সচা কথা কমেই !
তেল মাৰিবলৈ সাহস নালাগে !

25/04/2026

Raghav chadha ই চাকৰি সলালে দেই !
গছত উঠাই গুৰি কটা সকলৰ পৰা সাৱধান !

Address

Dibrugarh
786001

Website

Alerts

Be the first to know and let us send you an email when Krishna Kamal Borah posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Krishna Kamal Borah:

Share