Central Water Commission Worker's Union -PTC

Central Water Commission Worker's Union -PTC Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Central Water Commission Worker's Union -PTC, Digital creator, Dibrugarh.

আজি(18/05/2025) তাৰিখ হৈ যোৱা সভাখনৰ উপস্থিত থকা সদস্য সদস্যা সকলৰ কিছু মুহুৰ্ত.
18/05/2025

আজি(18/05/2025) তাৰিখ হৈ যোৱা সভাখনৰ উপস্থিত থকা সদস্য সদস্যা সকলৰ কিছু মুহুৰ্ত.

Central water commission workers union PTC
26/01/2025

Central water commission workers union PTC

26/01/2025

Happy Republic Day
Jai hind

06/01/2025
06/01/2025
21/04/2024

ইয়াৰ দ্বাৰা সকলো Central Water Commission WORKER'S Union ৰ সদস্য সদস্যাক জনোৱা যায় যে আমাৰ union ৰ সভাপতি পদতো আজি 21/04/2024ৰ পৰা জয়ন্ত গগৈ ডাঙৰীয়াক দায়িত্ব দিয়া হৈছে, গতিকে জয়ন্ত গগৈ ডাঙৰীয়াক আমাৰ Central Water Commission WORKER'S Union ৰ সদস্য সদস্যাৰ পৰা আদৰণি জনাইছোঁ আৰু আগলৈ আমাৰ unionৰ দায়িত্ব বোৰ নিষ্ঠাৰে আগবঢ়ায় নিব বুলি আশা ৰাখিলোঁ।

আজি হৈ যোৱা সভাৰ কিছু মূহুৰ্ত সাঁচি ৰাখিলোঁ।
21/04/2024

আজি হৈ যোৱা সভাৰ কিছু মূহুৰ্ত সাঁচি ৰাখিলোঁ।

11/04/2024

ইয়াৰ দ্বাৰা সকলো Central Water Commission WORKER'S Union ৰ সদস্য সদস্যাক জনোৱা যায় যে,21/04/2024(দেওবাৰ) তাৰিখে ডিব্ৰুগড় ত এখন জৰুৰী সভা আয়োজন কৰা হৈছে। গতিকে সকলো সদস্য সদস্যাক উপস্থিতি কামনা কৰা হ'ল।
স্থান - পেঞ্চন ভবন, চৌকিদিং, ডিব্ৰুগড় অসম
ধন্যবাদ
সভাপতি
প্ৰনৱজ্যোতি হাজৰিকা ‌ ‌ ‌
সম্পাদক
মানস কটকী

Address

Dibrugarh

Website

Alerts

Be the first to know and let us send you an email when Central Water Commission Worker's Union -PTC posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share