RedCardinal Motion Pictures

RedCardinal Motion Pictures Producing films and documentaries with high production value and global aesthetic.

Zubeen Garg – An Immortal Legacy!
19/09/2025

Zubeen Garg – An Immortal Legacy!

RedCardinal Motion Pictures is 8 today!  Eight years ago, we began our journey, and every step since has been filled wit...
02/09/2025

RedCardinal Motion Pictures is 8 today!
Eight years ago, we began our journey, and every step since has been filled with growth, challenges, and new hopes. Our organization keeps evolving, thanks to the unwavering support of our team and well-wishers.

We remain committed to pushing boundaries and improving our craft, no matter the obstacles ahead. Thank you to everyone who has stood with us—your encouragement means everything.

Happy 8th Birthday, RedCardinal Motion Pictures!
The journey continues.....

Our film Riddle has been officially selected for the Sorai Sapori Children & Youth Film Fest 2025! 📅 30th Aug | 📍 Jyoti ...
23/08/2025

Our film Riddle has been officially selected for the Sorai Sapori Children & Youth Film Fest 2025!
📅 30th Aug | 📍 Jyoti Chitraban, Guwahati

Grateful for the recognition 💫

RedCardinal Motion Pictures mourns the loss of Bipul Bora — veteran artist, brilliant actor, and our beloved Chairman, a...
08/08/2025

RedCardinal Motion Pictures mourns the loss of Bipul Bora — veteran artist, brilliant actor, and our beloved Chairman, as well as the father of our director Mridupawan Bora.

From stage, television to cinema, his remarkable performances and dedication to the arts inspired generations. Always smiling and fun-loving, he was a cheerful, kind-hearted soul whose warmth touched everyone he met.

His legacy will live on through his work and the countless lives he inspired.
Rest in peace. 🌹

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ তত্বাৱধানত আৰু ৰেড কাৰ্ডিনেল ম’শন পিকচাৰ্ছৰ উদ্যোগত যোৱা ১১ জুলাইৰ পৰা ২৫ জুলাইলৈক...
26/07/2025

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ তত্বাৱধানত আৰু ৰেড কাৰ্ডিনেল ম’শন পিকচাৰ্ছৰ উদ্যোগত যোৱা ১১ জুলাইৰ পৰা ২৫ জুলাইলৈকে খোৱাং সমষ্টিৰ অন্তৰ্গত পিথুবৰ মহাবিদ্যালয়ত অনুষ্ঠিত কৰা হ'ল সমষ্টি ভিত্তিত এখনি চিত্ৰ আৰু হস্তশিল্পৰ কৰ্মশালা। কৰ্মশালাখনিত খোৱাঙৰ প্ৰায় ৪৫টি শিশুৱে অংশগ্ৰহণ কৰি এই প্ৰচেষ্টাটো সাফল্যমণ্ডিত কৰি তোলে। সকলোবিলাক সা-সুবিধাৰ সৈতে কৰ্মশালাখনি নিখুঁতভাৱে পৰিচালনা কৰাত সহায় কৰা পিথুবৰ মহাবিদ্যালয়ৰ অধ্যক্ষা বাইদেউলৈ ৰেড কাৰ্ডিনেল ম’শন পিকচাৰ্ছৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কৰ্মশালাখনিৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰা শিশুসকলৰ দ্বাৰা অংকিত আৰু নিৰ্মিত চিত্ৰ আৰু হস্তশিল্পবোৰৰ এখনি প্ৰদৰ্শনি আয়োজন কৰা হয়। এই অনুষ্ঠানটোত খোৱাং অঞ্চলৰ বহুকেইজন বিশিষ্টব্যক্তি উপস্থিত থাকে আৰু অংশগ্ৰহণ কৰা শিশুসকলক উৎসাহিত কৰে। সদৌ শেষত অংশগ্ৰহণকাৰী সকলক আৰু লগতে প্ৰশিক্ষকসকলক মানপত্ৰ প্ৰদান কৰা হয়।
Bimal Borah
CMO Assam
Directorate of Cultural Affairs, Rabindra Bhawan, Assam
MyGov Assam

ৰেড কাৰ্ডিনেল ম’শন পিকচাৰ্ছৰ উদ্যোগত বৰ্তমান ডিব্ৰুগড় জিলাত সমান্তৰালভাৱে চলি আছে সৃষ্টিশীলতাৰ দুখনি কৰ্মশালা। চৰকাৰী ব...
22/07/2025

ৰেড কাৰ্ডিনেল ম’শন পিকচাৰ্ছৰ উদ্যোগত বৰ্তমান ডিব্ৰুগড় জিলাত সমান্তৰালভাৱে চলি আছে সৃষ্টিশীলতাৰ দুখনি কৰ্মশালা।
চৰকাৰী বালক বিদ্যালয়, ডিব্ৰুগড়ত চলি থকা নাটক আৰু অভিনয়ৰ কৰ্মশালা আৰু খোৱাং চাৰিআলিত চিত্ৰ আৰু হস্তশিল্পৰ কৰ্মশালা, যি অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ তত্বাবধানত অনুষ্ঠিত হৈ আছে। ৰেড কাৰ্ডিনেল ম’শন পিকচাৰ্ছৰ উদ্দেশ্য এইয়ে যে প্ৰতিভাৱান সকলোটি শিশুক সৃষ্টিশীলতাৰ আটাইবোৰ সমলৰ সৈতে আগুৱাই যাবলৈ এখন মঞ্চ প্ৰদান কৰা আৰু আমাৰ বিশ্বাস, এই দুয়োটা প্ৰচেষ্টাই ডিব্ৰুগড়ত এখন সৃষ্টিশীল ক্ষেত্ৰ গঢ়ি তুলিছে—য’ত কলা কেৱল এক শিক্ষা নহয় জীৱনৰ এক লক্ষ্য।

Catching up on Days 2, 3 & 4 of our 15-day Summer Art & Craft Workshop — filled with colors, creativity, and pure joy fr...
14/07/2025

Catching up on Days 2, 3 & 4 of our 15-day Summer Art & Craft Workshop — filled with colors, creativity, and pure joy from our young participants.
Bimal Borah
CMO Assam
Directorate of Cultural Affairs, Rabindra Bhawan, Assam
MyGov Assam

আজিৰে পৰা , অসম সাংস্কৃতিক পৰিক্ৰমা বিভাগ উদ্যোগত আৰু ডিব্ৰগড় জিলা প্ৰশাসনৰ সহযোগত আমি RedCardinal Motion Picturesয়ে অন...
11/07/2025

আজিৰে পৰা , অসম সাংস্কৃতিক পৰিক্ৰমা বিভাগ উদ্যোগত আৰু ডিব্ৰগড় জিলা প্ৰশাসনৰ সহযোগত আমি RedCardinal Motion Picturesয়ে অনুষ্ঠিত কৰা বিধান সভা সমষ্টি ভিত্তিত চিত্ৰ কলা আৰু হস্তশিল্পৰ ১৫ দিনা গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভ আৰম্ভণি হয়, খোৱাঙৰ পিথুবৰ মহাবিদ্যালয়ত।
অনুষ্ঠানটিত উপস্থিত থকা খোৱাং সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰী চক্ৰধৰ গগৈ দেৱ, সহকাৰী জিলা আয়ুক্ত সুপ্ৰীয়া বাউলাৰি, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সুদৰ্শন বৰা আৰু গোলাপ টায়েংলৈ অশেষ ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।
Bimal Borah
CMO Assam
Directorate of Cultural Affairs, Rabindra Bhawan, Assam
MyGov Assam

জাননীবিশেষ কাৰণবশতঃ আজি অনুষ্ঠিত হবলগীয়া কৰ্মশালাখনি দুদিন পিছুৱাই অৰ্থাৎ, ১১ জুলাইৰ পৰা ২৫ জুলাইলৈ অনুষ্ঠিত হ’ব।
09/07/2025

জাননী
বিশেষ কাৰণবশতঃ আজি অনুষ্ঠিত হবলগীয়া কৰ্মশালাখনি দুদিন পিছুৱাই অৰ্থাৎ, ১১ জুলাইৰ পৰা ২৫ জুলাইলৈ অনুষ্ঠিত হ’ব।

06/07/2025

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ৰেড কাৰ্দিনেল মচন পিকচাৰ্চৰ তত্বাৱধানত খোৱাং চাৰিআলিৰ পিথুবৰ মহাবিদ্যালয় প্ৰাংগনত ৯ জুলাইৰ পৰা ২৩ জুলাই, ২০২৫ তাৰিখে এখনি সম্পূৰ্ণ বিনামূলীয়া কৰ্মশালাৰ আয়োজন কৰা হৈছে। চিত্ৰকলা আৰু হস্তশিল্পৰ উপৰত হ’ব এই কৰ্মশালা। ইচ্ছুক ছাত্ৰ-ছাত্ৰীসকলে সবিশেষ তথ্যৰ বাবে তলত দিয়া ফোন নম্বৰত যোগাযোগ কৰক: 8724032043

Producing films and documentaries with high production value and global aesthetic.

Address

Boiragimoth
Dibrugarh
786003

Opening Hours

Monday 9am - 9pm
Tuesday 9am - 9pm
Wednesday 9am - 9pm
Thursday 9am - 9pm
Friday 9am - 9pm
Saturday 9am - 9pm
Sunday 9am - 9pm

Telephone

+919957368732

Alerts

Be the first to know and let us send you an email when RedCardinal Motion Pictures posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to RedCardinal Motion Pictures:

Share