PNT অসম

PNT অসম কেৱল ৰাইজৰ সেৱাত উৎসৰ্গিত PNT অসম 24x7 (Public News Time - Web Portal) http://pntassam.in/
(1)

21/07/2025

Breking Duliajan
👉দুলীয়াজান আৰক্ষীৰ গাঞ্জা বিৰোধী অভিযান ।
👉অভিযানত মটৰ চাইকেল, স্কুটী, গাঞ্জা সহ তিনিজনক আটক ।

21/07/2025

DULIAJAN BREAKING
👉দুলীয়াজানৰ মাজমজিয়াত ভয়ংকৰ অগ্নিকাণ্ড ।
👉দুলীয়াজানৰ দৈনিক বজাৰ অঞ্চলৰ সোনাপুৰ নামঘৰৰ মূল তোৰণৰ সন্মুখত অগ্নিকাণ্ড সংঘটিত হয়।
👉 অইল ইণ্ডিয়া লিমিটেডৰ গেছ পৰিবাহী পাইপলাইনত অগ্নিকাণ্ডৰ সুত্ৰপাত হয়।

19/07/2025

যিসকলে আমাৰ ৰাজ্যৰ যত্ন লয় আমি তেওঁক আঘাত কৰিব পাৰোনে?

19/07/2025

Duliajan Braking
👉দুলীয়াজানৰ টেঙাখাত ২নং বাছমতীয়া গ্ৰাণ্টত পুখুৰীত পৰি তিনিজনৰ মৃত্যু।
👉 দুলীয়াজান সমষ্টিৰ টেঙাখাত ৰাজহ চক্ৰৰ অন্তৰ্গত ২নং বাছমতীয়া গ্ৰাণ্টত ঘটিছে এই অঘটন ।

19/07/2025

নাহৰকটীয়া ত থাইলেণ্ডৰ বৈদশিক মন্ত্ৰী আৰু ৰাষ্ট্ৰদূত উপস্থিত

19/07/2025

👉 দুলীয়াজান টিপলিং পথত পথ দুৰ্ঘটনা।
👉 চাৰিজন লোক গুৰুতৰ ভাবে আহত ।

18/07/2025

BREAKING NEWS
👉ডুমডুমাত প্ৰশাসনৰ উচ্ছেদ অভিযান ।
👉ডুমডুমা পৌৰ সভা, ডুমডুমা সম-জিলা আৰু ডুমডুমা আৰক্ষীয়ে চলাই উচ্ছেদ অভিযান ।

18/07/2025

অসম নগালেণ্ড সীমান্তৰ C চেক্টৰৰ উৰিয়ামঘাট আৰু D চেক্টৰৰ নেঘেৰিবিল এলেকাৰ বে-দখলকাৰীক উচ্ছেদৰ প্ৰস্ততি আৰম্ভ ৷

18/07/2025

ডুমডুমাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড

18/07/2025

👉দুলীয়াজানত আছুৰ বিশেষ অভিনন্দন অনুষ্ঠান ।
👉ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পধ্যাপক প্ৰাঞ্জল বুঢ়াগোহাঁই
সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকন সহ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ বিষয় ববীয়াৰ অংশগ্ৰহণ ।

17/07/2025

Big Breaking Doomdooma*
👉ডুমডুমা চামডাং গ'ল্ফ ফিল্দৰ সন্মুখত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ ৩জনক আটক ডুমডুমা আৰক্ষীৰ*

Address

Dibrugarh

Alerts

Be the first to know and let us send you an email when PNT অসম posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to PNT অসম:

Share