02/09/2026
📌চাহ শ্ৰমিকৰ ন্যাৰ্য অধিকাৰৰ দাবীৰে উত্তাল ডিব্ৰুগড়!
📌চাহ বাগিচাৰ শ্ৰমিকসকলৰ নিম্নতম মজুৰি, প্ৰভিডেন্ট ফাণ্ড, বোনাচ, নিৰাপদ পৰিবহণ ব্যৱস্থা আৰু মানৱ অধিকাৰ সুৰক্ষাৰ দাবীত আদিবাসী যুৱ-ছাত্ৰ সন্থাৰ
📌ডিব্ৰুগড় জিলা আয়ুক্ত কাৰ্যালয় ঘেৰাও আইছাৰ