ßorboruah 24x7

ßorboruah 24x7 ßorboruah 24x7 is a upcoming
local group of borboruah, dibrugarh.

25/02/2023
28/09/2020
03/08/2020
06/07/2020

#অখিল_গগৈৰ স্বাস্থ্যৰ গুৰুতৰ অৱনতি
#অখিল গগৈ যদি অপৰাধী ইমানদিনে শক্তিশালী প্ৰশাসন যন্ত্ৰই প্ৰমাণ কৰিব নোৱাৰিলে কিয়?
#একেই 'কা' আন্দোলন কৰা সকলো বিপ্লৱী আত্মাই এতিয়া lock down উদযাপন কৰি আছে ,কিন্তু কাৰাগাৰত ৭মাহ ধৰি আৱদ্ধ হৈ ৰ'ল কেৱল অখিল গগৈ আৰু তেওঁৰ সতীর্থবৃন্দ,কিয়?
#অখিল গগৈ ভুল নে শুদ্ধ নাজানো, কিন্তু এয়া 'গণতন্ত্ৰ' নহয়,সেইটো খাটাং
#আমি কোনো চৰকাৰৰ গোলাম নহয়, গোলাম কেৱল দেশমাতৃৰ।ভুলটোক ভুল বুলি কবলৈ সাহস কৰক, নহলে কাইলৈ একেই সূত্ৰত আপুনি বা ময়ো বালিলৈ মাৰা শৰ পাত , সুগ্ৰীৱ হৈ বুকু পাতি লব লাগিব।
#অখিল গগৈৰ লগত যি হৈছে এয়া চূড়ান্ত অন্যায়-এই অন্যায় অসহনীয়
#অখিল গগৈৰ সু চিকিৎসাৰ ব্যৱস্থা কৰক

Address

Dibrugarh
786007

Website

Alerts

Be the first to know and let us send you an email when ßorboruah 24x7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share