Asom News NE

Asom News NE Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Asom News NE, Media/News Company, Barbaruah town near Rameshwar HS school, Dibrugarh.

10/10/2025

'নিৰ্বাচন খেলিব বিচৰা বিষয়ববীয়াই এৰিব লাগিব দলীয় বিষয়বাব'
বিজেপিৰ ৰাজ্যিক কৰ্ণধাৰ সমিতিৰ বৈঠকত কঠোৰ সিদ্ধান্ত।।

10/10/2025

📌ডিব্ৰুগড়ত ৰাজ্যিক বিজেপিৰ দুদিনীয়া বৈঠক সামৰণি।।

📌মুখ্যমন্ত্ৰী-কেন্দ্ৰীয় মন্ত্ৰীৰ উপস্থিতিত ৰাজ্যিক বিজেপিৰ ৰুদ্ধদ্ধাৰ বৈঠক

📌দীপাৱলীৰ পাছতে গাঁৱে গাঁৱে সংগঠন শক্তিশালী কৰাৰ পদক্ষেপ।।

10/10/2025

📌ডিব্ৰুগড় কাছাৰীঘাটৰ গৰাখহনীয়া পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।।

📌খহনীয়াৰ শেহতীয়া পৰিস্থিতি বুজ ল'লে সোণোৱালে
ৰাজ্য চৰকাৰে তৎপৰতাৰে কাম কৰি থকাৰ কথা প্ৰকাশ।।

📌জিঅ'লজিকেল চাৰ্ভে কৰি সমস্যা সমাধানৰ নিৰ্দেশ সোণোৱালৰ।।

10/10/2025

অসমত এইবাৰ পিয়ল যেতিয়া হ'ব, পিয়লৰ ফলাফল যেতিয়া ওলাব মিঞা মুছলমানৰ সংখ্যা অসমত ৩৮ শতাংশ হ'ব'
-মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

10/10/2025

ডিব্ৰুগড়ত ১৪০২২ গৰাকী মহিলা হিতাধিকাৰীক মহিলা উদ্যমিতা আঁচনিৰ পুঁজি বিতৰণ
ডিব্ৰুগড় খনিকৰ খেলপথাৰত অনুষ্ঠিত এই অনুষ্ঠান
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত অনুষ্ঠানত

10/10/2025

📌'মোৰ মাটি-সম্পত্তি একোৱেই নাই , দৰমহা কেইটাৰে কোনো মতে চলি আছো'।।

📌'মোৰ পৰিবাৰে কাম কৰি খাই আছে, চুৰ কৰি খোৱা নাই' মুখ্যমন্ত্ৰীৰ ভাষ্য।।

09/10/2025

📌UPPLক আতৰাই NDAৰ সহযোগী হ'ব নেকি BPF?

📌কি কয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।।

09/10/2025

📌জ্যেষ্ঠ বিজেপি নেতা ৰাজেন গোহাঁইৰ দলত্যাগ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া।।

09/10/2025

📌বগীবিল দলং জুবিন গাৰ্গৰ নামত নামাকৰণক লৈও মুখ্যমন্ত্রীৰ প্ৰতিক্ৰিয়া।

09/10/2025

📌ডিব্ৰুগড়ত বিজেপিৰ কৰ্ণধাৰ সমিতিৰ বৈঠক
গুৱাহাটীত অনুষ্ঠিত হ'ব বুথ পৰ্যায়ৰ যুৱ সমাৱেশ
অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ, ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা ।।

📌নেঅ'ৰ পৰ্যায়লৈ যাব পৰাকৈ জুবিনৰ মৃত্যুৰ তদন্তক গুৰুত্ব।।

📌ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈয়ো আলোচনা।।

09/10/2025

বিজেপি দলৰ জেষ্ঠ নেতা ৰাজেন গোঁহাই দলত্যাগৰ ঘটনাৰ সৰ্ম্পকত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ বক্তব্যৰ।।

09/10/2025

📌ডিব্ৰুগড় কছাৰীঘাটত হোৱা ভয়াবহ গড়াখহনীয়া পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীয়ুজ হাজৰিকা ।।

Address

Barbaruah Town Near Rameshwar HS School
Dibrugarh
786007

Website

Alerts

Be the first to know and let us send you an email when Asom News NE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share