
21/09/2025
সকলো এতিয়া ৰহস্য মাথো।Postmortem Reports ত সকলো লিখা আছে ।Screenshots বোৰকিমান সত্য নাজানো সামাজিক মাধ্যমত পাইছো । যদি কথাবোৰ সত্য আপোনালোকে নিজেই এবাৰ ভাৱক আমাৰ মৰমৰ জুবিনদাৰ লগত কিমান ষৰযন্ত চলি আছিল ।সকলো CBI ক দি উচিত তদন্ত হব লাগে ,আমাক নায় লাগিবয় ।🙏😭