23/08/2026
.............আকৌ বনালো 😍........
📌হাতৰ বিদ্যা থাকিলে বোলে মৰণ নাই কথাষাৰ কিমানে বিশ্বাস কৰে 😊
📌বাকী কি কৰা নকৰা কবলৈ নাযাও কিন্তু লৰা- ছোৱালী উভয়েৰে কিছু পৰিমাণে হলেও হাতৰ বিদ্যা থকাটো ভাল 👍
📌মোৰ আৰু বহুত কিবা কিবি শিকিবলৈ ইচ্ছা আছে সুবিধা পালে নিশ্চয় শিকিম 😊
📌নতুন কাম বা নজনা কথা শিকাৰ কোনো বয়স নাই, গতিকে যেতিয়াই যতে যি শিকাৰ সুবিধা পোৱা শিকিব লাগে 🪡🧶📝