Digboi Times 24×7

Digboi Times 24×7 Digboi Live 24×7

23/03/2024

#সমুখত হেপাহৰ ৰঙালী।মৰান জনগোষ্ঠীৰ বিহুগীতৰ তালে তালে ডিগবৈৰ মামৰণি গাওঁৰ বোৱাৰীসকল ব্যস্ত হৈ পৰিছে তাঁ‌তশালত।

23/03/2024

⭕️ মাকুম ৰজনীকান্ত বৰদলৈ খেলপথাৰত অনুষ্ঠিত হোৱা
দিবা নৈশ ক্ৰিকেট প্ৰতিযোগিতাৰ শুভ উদ্ধোধন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

20/03/2024

জুইশালত মৰান জনগোষ্ঠীৰ এজন ৬০বছৰীয়া বিহুৱা ককা।

20/03/2024

#বহাগলৈ মাজত মাথোঁ আৰু কেইটামান দিন।

তেনেসময়তে তিনিচুকীয়াৰ ডিগবৈৰ পাণবাৰী গাওঁৰ যুৱক তৰুণ গগৈ বৰ্তমান ব্যস্ত হৈ পৰিছে তাঁ‌ত শালত।

20/03/2024

সামৰণি পৰিল ডিব্ৰুগড় জিলাৰ
চাবুৱাৰ ভাৰধৰা গাওঁত ঈশ্বৰ মুখী হোৱা ৯৫ জনকৈ পুৰুষ-মহিলা ভক্তৰ প্ৰবিত্ৰ নামজাননী অনুষ্ঠান।

17/03/2024

#অসম চৰকাৰে চাহ জনজাতিৰ দাবী,সমস্যা সমূহ পূৰণ কৰিলে নে?
#কোনে দিব চাহ জনজাতিৰ মৰ্যাদা?

#কোন সাংসদে সাংসদত উপস্থাপন কৰিব চাহ জনজাতিক?

এই সন্দৰ্ভত আটছা,ডিগবৈ আঞ্চলিক সমিতিৰ সভাপতি চন্দন চূড়ীয়ে কি কয় চাওঁ আহক।

09/03/2024

⭕ তিনিচুকীয়া জিলাৰ ডিগবৈৰ গোপনাৰী বৰ্টলিং প্লাণ্টত
Transporter Association ৰ প্ৰতিবাদ

29/02/2024

#তিনিচুকীয়াৰ থানা চাৰিআলিত CAAৰ বিৰুদ্ধে প্ৰতিবাদ

#ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা উমানন্দ মুদৈ মৰাণকে ধৰি কেইবাজনো সহযোগীক আটক আৰক্ষীৰ

26/02/2024

"জয় আই অসম ধ্বনিৰে"
ডিগবৈত আপ'ৰ কাৰ্য্যকৰ্তা সন্মিলন ।

মনোজ ধানোৱাৰ মন্তব্য কংশ মামাক বধ কৰিবলৈ কৃষ্ণৰ অৱতাৰ ৰূপত অৰবিন্দ কেজিৱাল৷

Address

Digboi Town
Digboi

Website

Alerts

Be the first to know and let us send you an email when Digboi Times 24×7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share