Dharmesh Boro 07

Dharmesh Boro 07 নিজৰ কিছু ভাল লগা মূহুৰ্ত বোৰ share কৰি ভাল লাগে

জ্বলি জ্বলি ছাঁই হোৱা মোৰ 😭😭😭😭😭😭
23/09/2025

জ্বলি জ্বলি ছাঁই হোৱা মোৰ 😭😭😭😭😭😭

21/09/2025

Apunar Ai Vedio Tu Sai Buku khon kiman Je Bixaise Prokakh koriboi Nuwaru.
Nijoke Kidore bujai Rakhisu Nije he Gom pau.
Jai zubeen Da

Zubeen da Aru Amar Major Nai Bohut Dukh Lagil Khabor  Tu Pai 😭😭😭😭😭😭😭
19/09/2025

Zubeen da Aru Amar Major Nai
Bohut Dukh Lagil Khabor Tu Pai
😭😭😭😭😭😭😭


With my Son😍😍
17/09/2025

With my Son😍😍


14/09/2025


প্ৰত্যেকটো সম্পৰ্ক আপোনজনৰ বা নিজৰ ভূলতেই শেষ হৈ নাযায় কিছুমান সম্পৰ্ক 'মা দেউতাৰ সুখৰ কাৰণেও নিজৰ সুখ বোৰ ত্যাগ কৰিবলগ...
17/12/2024

প্ৰত্যেকটো সম্পৰ্ক আপোনজনৰ
বা নিজৰ ভূলতেই শেষ হৈ নাযায়
কিছুমান সম্পৰ্ক 'মা দেউতাৰ সুখৰ
কাৰণেও নিজৰ সুখ বোৰ ত্যাগ কৰিব
লগীয়া হয় ।

যিজনে আপোনাক সঁচাকৈ ভাল পাইতাই  আপোনাৰ সমস্যা বোৰ বুজি পাইআৰু যিজনে ভাল নাপাই তাই সমস্যা বোৰ দেখি তোমাৰ জীৱনৰ পৰা আঁতৰি ...
17/12/2024

যিজনে আপোনাক সঁচাকৈ ভাল পাই
তাই আপোনাৰ সমস্যা বোৰ বুজি পাই
আৰু যিজনে ভাল নাপাই তাই সমস্যা
বোৰ দেখি তোমাৰ জীৱনৰ পৰা আঁতৰি জাই I

কেতিয়াও জীৱনত এনেকুৱা হব বুলি ভবা নাছিলোঁ  অকলে কান্দিব লাগিবআৰু সকলোৰ  সন্মুখত হাঁহিমুখে থাকিব লাগিব !
15/12/2024

কেতিয়াও জীৱনত এনেকুৱা হব
বুলি ভবা নাছিলোঁ
অকলে কান্দিব লাগিব
আৰু সকলোৰ সন্মুখত হাঁহি
মুখে থাকিব লাগিব !

তোমাৰ কপালৰ লিখিত বাক্য  তোমাৰ পৰা কোনুৱে কাঢ়ি নিব নোৱাৰে, ভগৱানৰ উপৰত বিশ্বাস ৰখাতোমাৰ জীৱনত তেওঁকে পাবা যিজনকোনোদিনে ...
14/12/2024

তোমাৰ কপালৰ লিখিত বাক্য
তোমাৰ পৰা কোনুৱে কাঢ়ি নিব নোৱাৰে,
ভগৱানৰ উপৰত বিশ্বাস ৰখা
তোমাৰ জীৱনত তেওঁকে পাবা যিজন
কোনোদিনে তোমাৰ হোৱা সম্ভৱ নাছিল ।

Address

Dimakuchi

Website

Alerts

Be the first to know and let us send you an email when Dharmesh Boro 07 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share