BJP Bhergaon Mandal

BJP Bhergaon Mandal ভেৰগাঁও মণ্ডল – সংগঠনৰ শক্তি, কৰ্মীৰ গৌৰৱ 🪷
বুথৰ পৰা বিজয়লৈ
উন্নয়ন আৰু বিশ্বাসৰ যাত্ৰাত সদায় আগবাঢ়ি।

01/03/2026

জন আশীৰ্বাদ যাত্ৰা 🪷 💯 🚩
Himanta Biswa Sarma Dilip Saikia Pijush Hazarika BJP Assam Pradesh BJP Udalguri District

01/03/2026

আমাক লাগে আকৌ এবাৰ বিজেপি চৰকাৰ 🪷 💯 ✅
Himanta Biswa Sarma BJP Assam Pradesh Dilip Saikia Ajoy Kumar Hazarika Bharatiya Janata Party (BJP) BJP Bhergaon Mandal

01/03/2026

NDA ত থকা দল বিপিএফ ৰ নেতা দুৰ্গা দাস বড়ো বিজেপি বিৰোধী ।
সকলোৱে চিনি থওক 🙏
তেও জিকা পিছত কোনো পধ্যেই বিজেপিৰ কৰ্মী সকলক নাচায়।
Himanta Biswa Sarma Dilip Saikia Jayanta Mallabaruah BJP Assam Pradesh

🪷 জনসংযোগৰ এক উজ্জ্বল অধ্যায় 🪷আজি ৪৫নং ভেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত ভেৰগাঁও মণ্ডলত ১৩১ সংখ্যক প্ৰধানমন্ত্ৰী “মন কি ...
22/02/2026

🪷 জনসংযোগৰ এক উজ্জ্বল অধ্যায় 🪷

আজি ৪৫নং ভেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত ভেৰগাঁও মণ্ডলত ১৩১ সংখ্যক প্ৰধানমন্ত্ৰী “মন কি বাত” অনুষ্ঠান প্ৰতিটো বুথত অত্যন্ত সফলভাৱে অনুষ্ঠিত কৰা হয়।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অনুপ্ৰেৰণাদায়ক বক্তব্য মনোযোগেৰে শুনি বুথ পৰ্যায়ৰ কাৰ্য্যকৰ্তা, সমৰ্থক আৰু সজাগ নাগৰিকে দেশ গঢ়াৰ সংকল্প পুনৰ দঢ় কৰে।
এই সফল আয়োজনৰ বাবে ভেৰগাঁও মণ্ডলৰ সকলো বুথ সভাপতি, কাৰ্য্যকৰ্তা আৰু সহযোগী সকললৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।
👉 সংগঠনৰ শক্তিয়ে আগবঢ়াই লৈ যাব উন্নত আৰু শক্তিশালী ভাৰতৰ দিশে।

👉 বুথ মজবুত — সংগঠন শক্তিশালী — বিজয় নিশ্চিত।
Himanta Biswa Sarma Dilip Saikia Pijush Hazarika Bharatiya Janata Party (BJP) BJP Assam Pradesh BJP Udalguri District Biswajit Daimary Ajoy Kumar Hazarika Sujit Sarkar Bikan Chandra Deka
🪷

Address

Bhergaon
Dimakuchi

Telephone

+918638878830

Website

Alerts

Be the first to know and let us send you an email when BJP Bhergaon Mandal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to BJP Bhergaon Mandal:

Share