Amri Birta Achatai

Amri Birta Achatai Amri Constituency News

20/07/2025
RIP Dr Ruplin Rongpipi.
04/07/2025

RIP Dr Ruplin Rongpipi.

পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকামত বিদ্যুৎস্পৃষ্ট হৈ এক শোকাৱহ দুৰ্ঘটনাত ড° ৰূপলিন ৰংপিপী নামৰ প্ৰচুৰ সম্ভাৱনাপূৰ্ণ চিকিৎসকগৰাকীৰ মৃত্যু হোৱা খবৰ শুনি অতি শোকাহত হৈছোঁ৷ চিকিৎসা বৃত্তিৰ সমানে সমানে সাংস্কৃতিক ক্ষেত্ৰতো অতি দখল থকা ৰূপলিন ৰংপিপীয়ে নিচেই কম সময়তে সৃষ্টি কৰিছিল অজস্ৰ অনুৰাগীৰ৷ এই কঠিন সময়ত তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ৷ কাৰ্বি সমাজে ৰূপলিন ৰংপিপীৰ অৱদান সদায়েই মনত ৰাখিব৷

ওঁম শান্তি🙏

03/07/2025
01/07/2025

Address

Diphu

Alerts

Be the first to know and let us send you an email when Amri Birta Achatai posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share