NewzNow

NewzNow আপোনাৰ বিশ্বাস, আমাৰ সততা। এক আপোচবিহীন কন্ঠৰ সৈতে আপোনাৰ কাষত NewzNow ...

24/07/2025

'কোনেও কব নোৱাৰে যে মই এইটো চিট পাম'

'মোৰো ডিমাণ্ড আছে চেণ্ট্ৰেল গুৱাহাটীৰ পৰা মই নিৰ্বাচন খেলিম'

'পৰিস্থিতি বেয়া ফালে নিব নালাগে'

'২৬ৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ লগত আসনৰ ভাগ সন্মান জনক ভাৱে হ'ব লাগিব'

অগপৰ কৰ্মী কিয় বৃদ্ধি পাইছে ক্ষোভ?কি ক'লে জ্যেষ্ঠ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই?

24/07/2025

"মিঞা মাটি ফাটি ওলাইছে নেকি"

"মিঞাৰ এটা ইতিহাস আছে"

"এই মানুহখিনি অসমৰ মানুহ, ভাৰত বৰ্ষৰ নাগৰিক তেওঁলোকে অবৈধ নহয়"

উৰীয়ামঘাটৰ উচ্ছেদৰ সন্দৰ্ভত কংগ্ৰেছৰ মুখপাত্ৰ মহচিন খানৰ প্ৰতিক্ৰিয়া

24/07/2025

'আমাক উচ্ছেদ কৰিলে মিচিং গাঁও খনো উচ্ছেদ কৰিব লাগিব'

'নহ'লে আমি সকলো মিচিং গাঁৱলৈ গৈ বহি যাম'

উচ্ছেদৰ জাননী দিবলৈ যোৱা আৰক্ষীৰে খণ্ডযুদ্ধ নেঘেৰিবিল বেদখলকাৰীৰ

24/07/2025

গোৱালপাৰাত উচ্ছেদ চলাই বিপদত অসম চৰকাৰ। উচ্চতম ন্যায়ালয়ে জাননী জাৰি কৰিলে অসম চৰকাৰ তথা গোৱালপাৰাৰ জিলা প্ৰশাসনলৈ। ২ সপ্তাহৰ ভিতৰত ৰাজ্য চৰকাৰে দাখিল কৰিব লাগিব শপতনামা। ৰাজ্য চৰকাৰৰ বিৰুদ্ধে দাখিল কৰা আদালত অৱমাননাৰ গোচৰটোৰ শুনানি অনুষ্ঠিত কৰি জাননী প্ৰেৰণ ন্যায়ালয়ৰ

24/07/2025

'গোৱালপাৰাৰ উচ্ছেদিতই ন্যায় পাব, পাব ক্ষতিপূৰণ'

উচ্চতম ন্যায়ালয়ত উচ্ছেদৰ বিৰুদ্ধে শুনানী আৰম্ভ হোৱাৰ পাছতেই এই মন্তব্য AIUDFৰ বিধায়ক ৰফিকুল ইছলামৰ

'নেঘেৰিবিল উচ্ছেদৰ নিৰ্দেশ, বীৰ লাচিত সেনাৰ ঐতিহাসিক জয়'শৃংখল চলিহাৰ ফেচবুক পোষ্ট
24/07/2025

'নেঘেৰিবিল উচ্ছেদৰ নিৰ্দেশ, বীৰ লাচিত সেনাৰ ঐতিহাসিক জয়'

শৃংখল চলিহাৰ ফেচবুক পোষ্ট

24/07/2025

প্ৰসংগ: গোৱালপাৰাৰ উচ্ছেদ, চৰকাৰ-জিলা প্ৰশাসনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আদালত অৱমাননাৰ গোচৰ শুনানী আৰম্ভ

প্ৰথম শুনানীত চৰকাৰ-জিলা প্ৰশাসনলৈ জাননী জাৰী উচ্চতম ন্যায়ালয়ৰ

24/07/2025

AC ক'পাৰৰ চুৰি কাৰ্যত লিপ্ত হ'ল এগৰাকী যুৱতী

কেমেৰাত বন্দী হ'ল চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য

24/07/2025

চাপৰত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

প্ৰচণ্ড গৰমকো নেওচি নৱম দিনাও অব্যাহত আছে প্ৰতিবাদী কাৰ্যসূচী

ৰাজ্যত অব্যাহত থাকিব স্মাৰ্ট মিটাৰ
24/07/2025

ৰাজ্যত অব্যাহত থাকিব স্মাৰ্ট মিটাৰ

24/07/2025

মেৰাপানীৰ ২ নং নেঘেৰিবিলত বনবিভাগৰ উচ্ছেদৰ জাননী

২নং নেঘেৰিবিল গাঁৱত বন বিভাগৰ বৃহৎ দল

৭ দিনৰ ভিতৰত গাঁও এৰিব লাগিব বেদখলকাৰীসকলে

৫০জন যাত্ৰী লৈ উৰা মৰা বিমান মাজআকাশৰ পৰাই নিৰুদ্দেশ
24/07/2025

৫০জন যাত্ৰী লৈ উৰা মৰা বিমান মাজআকাশৰ পৰাই নিৰুদ্দেশ

Address

Dispur

Alerts

Be the first to know and let us send you an email when NewzNow posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to NewzNow:

Share

Leading News portal in Assam

Newz Now is dedicated to provide pure, unbiased and genuine news.