Sangbad Lahar NE

Sangbad Lahar NE Sangbad Lahar NE will serve robust and high-quality news from every corner of Assam and relevant Nation

15/07/2025
জনাওক আপোনাৰ মতামত
15/07/2025

জনাওক আপোনাৰ মতামত

'১৯৭১ৰ আগত অহা সংখ্যালঘু ভূমিহীন মানুহকো মই মাটি দিম,মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
12/07/2025

'১৯৭১ৰ আগত অহা সংখ্যালঘু ভূমিহীন মানুহকো মই মাটি দিম,
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

 #.বিজেপি চৰকাৰক ১০০ ভিতৰত কিমান নম্বৰ আপুনি দিব ?
12/07/2025

#.বিজেপি চৰকাৰক ১০০ ভিতৰত কিমান নম্বৰ আপুনি দিব ?

২০২৬ ত ডিমৰীয়াৰ সমষ্টিৰ পৰা কোনে প্ৰাৰ্থিত্ব পোৱাৰ সম্ভাৱনা বেছি?
08/07/2025

২০২৬ ত ডিমৰীয়াৰ সমষ্টিৰ পৰা কোনে প্ৰাৰ্থিত্ব পোৱাৰ সম্ভাৱনা বেছি?

ৰাইজৰ বাবে মুকলি ডাউন টাউন পইণ্ট উৰণ সেতু।
06/07/2025

ৰাইজৰ বাবে মুকলি ডাউন টাউন পইণ্ট উৰণ সেতু।

05/07/2025

ডিগবৈত আবৃত্তি আৰু শিশু-নাট কৰ্মশালা।*

নৱ অসম নিৰ্মাণ ফাউণ্ডেশ্যন, ডিগবৈ আৰু এ.অ.চি লেবাৰ ইউনিয়নৰ যৌথ উদ্যোগত লেবাৰ ইউনিয়নৰ সভাগৃহত ৫ দিনীয়া আবৃত্তি আৰু শিশু-নাট কৰ্মশালা অনুষ্ঠিত হৈছে

আজিৰে পৰা আৰম্ভ হৈছে অমৰনাথ যাত্ৰা
02/07/2025

আজিৰে পৰা আৰম্ভ হৈছে অমৰনাথ যাত্ৰা

গোলাঘাটত আটক কৰা কংগ্ৰেছ কৰ্মীক মুকলি যুৱ কংগ্ৰেছৰ নেতাক নিৰ্দোষী সাব্যস্ত কৰি আৰক্ষীয়ে মুকলি কৰে
01/07/2025

গোলাঘাটত আটক কৰা কংগ্ৰেছ কৰ্মীক মুকলি
যুৱ কংগ্ৰেছৰ নেতাক নিৰ্দোষী সাব্যস্ত কৰি আৰক্ষীয়ে মুকলি কৰে

জাগীৰোডত বিজেপি দলৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী
01/07/2025

জাগীৰোডত বিজেপি দলৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী

গোলাঘাটত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ কনভয়ত কৰা আক্ৰমণৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে সমগ্ৰ ৰাজ্যত ৷ জাগীৰোডত....

মুখ্যমন্ত্ৰীৰ কনভয়লৈ বটল নিক্ষেপ কৰা ৪ কংগ্ৰেছীক আটক। পাৰ্থ সাৰথি বৰা, ৰূপান্তৰ তাঁতী, কৃষ্ণা চুতীয়া, ৰাহুল শইকীয়াক আটক।...
30/06/2025

মুখ্যমন্ত্ৰীৰ কনভয়লৈ বটল নিক্ষেপ কৰা ৪ কংগ্ৰেছীক আটক। পাৰ্থ সাৰথি বৰা, ৰূপান্তৰ তাঁতী, কৃষ্ণা চুতীয়া, ৰাহুল শইকীয়াক আটক। বৰ্তমানলৈকে গোলাঘাট থানাত ৰখা হৈছে ৪ কংগ্ৰেছীক।

Address

Dispur

Alerts

Be the first to know and let us send you an email when Sangbad Lahar NE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Sangbad Lahar NE:

Share