Northeast Now Video

Northeast Now Video জনতাৰ স্বাৰ্থত জনতাৰ পক্ষত .... সত্য - নিৰপেক্ষ বিশ্লেষণৰ বাবে Like - Follow আৰু comment কৰক
(7)

02/08/2026

📌উফ্ কঁকালৰ বিষ!
📌এদিন বানাক্ৰান্তৰ মাজত ঘূৰিয়েই কঁকালৰ বিষ হ'ল বিজেপি বিধায়কৰ !
📌আনএগৰাকী বিধায়ক আকৌ হ'ল শয্যাগত !
📌কিছু দিন পূৰ্বে বিজেপি মন্ত্ৰীয়ে হাতত পাইছিল আঘাত!
📌মুঠৰ ওপৰত ৰাইজৰ সেৱা কৰি কৰি লেঠা নিছিগা হৈছে বিজেপি বিধায়কৰ !
📌বিপৰীতে তপিনাত খজুতি লৈও আজিও Active মুডত বিধায়ক অখিল !
📌ৰাইজৰ মাজত সাহায্য বিতৰণত পিছ পৰি ৰোৱা নাই গৌৰৱ,লুৰীণ !
📌বান বিধস্ত অঞ্চলত অখিলক সংগ দিলে কুংকিয়েওঁ !

02/08/2026

সোণাৰিৰ টিয়কঘাটতত AJYCP ৰ সভাপতি পলাশ চাংমাই আৰু অন্যান্য নেতৃত্বই সিঁচিলে কঠিয়া! উজনি অসমৰ বানাক্ৰান্ত কৃষক ৰাইজক প্ৰয়োজনীয় কঠিয়া যাতে যোগান ধৰিব পাৰে তাৰ লক্ষ্যৰে যুৱ ছাত্ৰ পৰিষদে কঠিয়া সিচি ৰাইজক সহযোগিতা আগবঢ়োৱাৰ কথা সদৰি কৰে পৰিষদৰ নেতৃত্বই।

নিট পৰীক্ষাৰ অনিয়মক লৈ প্ৰতিবাদ কৰা ছাত্ৰ-ছাত্ৰীক 'ক্ষমা' কৰি দিয়া বুলি কৰা প্ৰধানমন্ত্ৰীৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা ৰাহ...
02/08/2026

নিট পৰীক্ষাৰ অনিয়মক লৈ প্ৰতিবাদ কৰা ছাত্ৰ-ছাত্ৰীক 'ক্ষমা' কৰি দিয়া বুলি কৰা প্ৰধানমন্ত্ৰীৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা ৰাহুল গান্ধীৰ!

02/08/2026

📌Attention হিমন্তবিশ্ব আৰু বিশ্বজিত ফুকন!
📌উৰিয়ামঘাটৰ পৰা মিঞা খেদাই বন ধ্বংসযজ্ঞ অবৈধ শিল খননৰে গোলাঘাট-যোৰহাটত মহা প্ৰলয় কৰাৰ চক্ৰান্ত বনদস্যুৰ!
📌মুখ্যমন্ত্ৰী মহোদয়; চৰাইদেউ-শিৱসাগৰৰ দৰে গোলাঘাট, যোৰহাট, নগাঁৱতো জলপ্ৰলয় অনাৰ মন নেকি আপোনাৰ?
📌এনেদৰে প্ৰকৃতিৰ ধ্বংসযজ্ঞ চলাই জনসাধাৰণৰ জীৱন অতিকৈ বিপদাপন্ন কৰিবলৈকে আপোনাক ৰাইজে শাসনত বহুৱাইছিল নেকি?
📌আপুনি এইবোৰ দেখি শুনিও ধৃতৰাষ্ট্ৰৰ ভাৱত অৱতীৰ্ণ হৈছে কিয়? নে পুনৰ এনেকুৱা প্ৰলয় বা দুৰ্যোগ আহক বুলি আশাৰে বাট চাই ৰৈছে নেকি?

02/08/2026
02/08/2026

📌 এগৰাকী অভিযন্তা হোৱাৰ সপোন আছিল মেধাৱী কল্পনাৰ!
📌 মাক-দেউতাকক এটি সুখী জীৱন দিয়াৰ সপোন আছিল কল্পনাৰ!
📌 কিন্তু নিষ্ঠুৰ নিয়তিয়ে সেই সপোন পূৰণ কৰিবলৈ সময় নিদিলে কল্পনাক!
📌 বলিয়া বানে পিতৃ-মাতৃৰ বুকুৰ পৰা কাঢ়ি নিলে কল্পনাক!
📌 এটি কলৰ ভূঁৰত বানৰ পানী পাৰ হৈ নিজৰ ঘৰখন চাবলৈ গৈছিল কল্পনা।
📌 সাতুৰিব নজনা কল্পনা পিছলি পৰে সেই ভূঁৰৰ পৰা!

মানুহে মানুহৰ বাবে.....!
02/08/2026

মানুহে মানুহৰ বাবে.....!

02/08/2026

📌কাম কৰে ২০ টকাৰ,কথা কয় ৮০ টকাৰ!
📌বানপানীৰ সাহায্যৰ নামত এইয়া চৰকাৰৰ জনসেৱা নে ?নে প্ৰচাৰৰ নিকৃষ্ট প্ৰতিযোগিতা?
📌চৰকাৰী সাহায্য পাবলৈ বানাক্ৰান্ত ৰাইজে অপেক্ষা কৰিবলগীয়া হ'ল দীঘলীয়া সময় আৰু যেতিয়া চৰকাৰ সাৰ পালে তেতিয়া সাহায্যতকৈ গুৱাহাটীৰ আকাশ-বতাহ ছানি ধৰিলে চৰকাৰৰ আত্মপ্ৰচাৰৰ পোষ্টাৰে!
📌সাহায্য সামগ্ৰীৰ টোপোলাৰ পৰা আৰম্ভ কৰি চহৰৰ দেৱাললৈকে সকলোতে কেৱল বিজেপিৰ ষ্টীকাৰ আৰু পোষ্টাৰ !
📌কিন্তু নীলোৎপলৰ তীক্ষ্ণ প্ৰশ্নই এতিয়া জোকাৰি গৈছে সমগ্ৰ ৰাজ্য!
📌নীলোৎপলৰ ৰোষত ভালকৈয়েই পৰিছে হিমন্তৰ চৰকাৰ!

02/08/2026

সাহায্যৰ টোপোলা লৈ শিৱসাগৰত ৰবীন আৰ্মী!

প্ৰণৱ দলেৰ বিৰুদ্ধে NSA প্ৰয়োগ চৰকাৰৰ ৰাজনৈতিক চক্ৰান্ত!
02/08/2026

প্ৰণৱ দলেৰ বিৰুদ্ধে NSA প্ৰয়োগ চৰকাৰৰ ৰাজনৈতিক চক্ৰান্ত!

Address

Northeast Now
Dispur
781006

Telephone

+917577805040

Alerts

Be the first to know and let us send you an email when Northeast Now Video posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Northeast Now Video:

Shortcuts

Share