Live Talks

Live Talks LiveTalks is fast Digital News
Media from Northeast .We bring you the
daily latest news.,

For Advertisement : +91 9395872926

25/07/2025

অগপ আৰু বিজেপিৰ সংঘাতকলৈ পুনৰ উত্তপ্ত ধুবুৰীৰ গোলকগঞ্জ।

24/07/2025

#মৰিগাঁৱৰ বঙালপাৰা কটহজাৰি তিৱা কৃষ্টি দলৰ উদ্যোগত সপ্তাহ জোৰাকৈ আৰম্ভ তিৱা লোকাচাৰৰ আখৰা।

23/07/2025

ৰূপহীহাটৰ শিঙিমাৰীত অগপ নেত্রী আঞ্জুমা বেগমৰ বাহনত দু/বৃ/ত্ত/ৰ আক্ৰমণ।

23/07/2025

শাওণৰ পথাৰত এতিয়া ৰাজ্যৰ চহা কৃষকৰ সীমাহীন ব্যস্ততা ৷ বোকাময় পথাৰত ভুঁই ৰুই সপোন ৰচাত ব্যস্ত কৃষক-ৰোৱনী ৷

#

22/07/2025

ধুবুৰীৰ পোৰাৰচৰ পঞ্চায়ত উঠি ৰজা বহি ৰজা পঞ্চায়ত সভাপতিৰ স্বামী মিজানুৰ ৰহমান।
পত্নী কহিনুৰ বেগমৰ পৰিবৰ্তে স্বামী মিজানুৰ ৰহমানে চলাইছে কাম কাজ।

22/07/2025

মৰিগাঁৱৰ মানিপুৰ আমতলি ঘাটৰ কলঙত এটা মৃতদেহ উদ্ধাৰ

পুৱা পথাৰলৈ অহা লোকে পানীত ওপঙি থকা অৱস্থাত মৃতদেহটো দেখা পাই খৱৰ দিয়ে গাঁও প্ৰধানক

22/07/2025

সোণাৰিত নাহৰফুটুকী বাঘৰ পোৱালি উদ্ধাৰ

আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ নাহৰফুটুকী পোৱালিটো

21/07/2025

বৃহৎ অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰিল হাইলকান্দি চহৰ

চহৰৰ চাৰি নম্বৰ ৱাৰ্ডত আজি হঠাতে ভয়ংকৰ অগ্নিকাণ্ড

স্থানীয় লোক আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুই নিয়ন্ত্ৰণ

21/07/2025

লোকসভাৰ বিৰোধী দলপতিয়েও নাপাই কথা কোৱাৰ সুযোগ। গণতন্ত্ৰ আজি কোন দিশে?

21/07/2025

১৯৬৫ ত ভোট দিয়া মানুহজন কেনেকৈ বাংলাদেশী হব পাৰে?

21/07/2025

আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ পৰা মা*ৰ*ণা*স্ত্ৰৰ বাবে কৰিব পাৰিব আবেদনমুখ্যমন্ত্ৰীৰ ঘোষণা
21/07/2025

আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ পৰা মা*ৰ*ণা*স্ত্ৰৰ বাবে কৰিব পাৰিব আবেদন
মুখ্যমন্ত্ৰীৰ ঘোষণা

Address

Dispur

Alerts

Be the first to know and let us send you an email when Live Talks posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Live Talks:

Share