Assam News Express

Assam News Express Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Assam News Express, Media/News Company, Dispur.

দেশজুৰি হোৱা প্ৰতিবাদৰ পাছতেই পদত্যাগ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ প্ৰেৰণ ক...
25/07/2026

দেশজুৰি হোৱা প্ৰতিবাদৰ পাছতেই পদত্যাগ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ প্ৰেৰণ কৰিলে পদত্যাগ পত্ৰ

অৰ্জুন ভোগেশ্বৰ বৰুৱালৈ বদৰুদ্দিন আজমলে প্ৰদান কৰিলে ১লাখ টকা।প্ৰদান কৰি আজমলে কয় ---'তেখেতৰ হাতত সামান্য সহায়স্বৰূপে ১...
24/07/2026

অৰ্জুন ভোগেশ্বৰ বৰুৱালৈ বদৰুদ্দিন আজমলে প্ৰদান কৰিলে ১লাখ টকা।
প্ৰদান কৰি আজমলে কয় ---
'তেখেতৰ হাতত সামান্য সহায়স্বৰূপে ১ লাখ টকাৰ আৰ্থিক সাহাৰ্য্য আগবঢ়ালোঁ। এই ক্ষুদ্ৰ প্ৰয়াসে তেখেতৰ চিকিৎসা আৰু সুস্থতা লাভৰ পথত সামান্য হলেও সহায়ক হ'ব বুলি আশা কৰিছোঁ।আগন্তুক দিনবোৰতো সাধ্য অনুসৰি তেখেতৰ কাষত থিয় হৈ সকলোধৰণৰ সহায়-সহযোগিতা আগবঢ়াই যাম'

২৫ ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব বসুন্ধৰা ৪.০ৰাইজৰ সুবিধাৰ বাবে বিশেষ পৰ্টেল মুকলি কৰিবমাটিৰ সমস্যাৰ বিষয়ে পৰ্টেলত উল্লেখ কৰিব...
16/07/2026

২৫ ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব বসুন্ধৰা ৪.০
ৰাইজৰ সুবিধাৰ বাবে বিশেষ পৰ্টেল মুকলি কৰিব
মাটিৰ সমস্যাৰ বিষয়ে পৰ্টেলত উল্লেখ কৰিব পাৰিব

লাইফ জেকেট পৰিধান কৰি বিধানসভালৈ আহিল অখিল গগৈ। মহানগৰীৰ কৃত্ৰিম বান সমস্যাৰ প্ৰতিবাদকল্পে এই পদক্ষেপ বিধায়কগৰাকীৰ।
06/07/2026

লাইফ জেকেট পৰিধান কৰি বিধানসভালৈ আহিল অখিল গগৈ। মহানগৰীৰ কৃত্ৰিম বান সমস্যাৰ প্ৰতিবাদকল্পে এই পদক্ষেপ বিধায়কগৰাকীৰ।

01/07/2026
29/06/2026

আজি মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৭৬৫ কোটি টকা ব্যয় সাপেক্ষে নির্মীয়মাণ গুৱাহাটীৰ আৰ জি বৰুৱা ক্ৰীড়া প্ৰকল্পৰ প্ৰকল্পস্থলীত উপস্থিত হৈ নির্মাণ কার্যৰ অগ্ৰগতিৰ বুজ লয়।

📌 শিলচৰত মন্ত্ৰী কৌশিক ৰায়ৰ ছাডেন ভিজিট 📌 ৪ বছৰেও সম্পূৰ্ণ হোৱা নাই নলা-নৰ্দমাৰ কাম📌 কেমেৰাৰ সন্মুখতে ঠিকাদাৰক দিলে ধমক📌...
26/06/2026

📌 শিলচৰত মন্ত্ৰী কৌশিক ৰায়ৰ ছাডেন ভিজিট
📌 ৪ বছৰেও সম্পূৰ্ণ হোৱা নাই নলা-নৰ্দমাৰ কাম
📌 কেমেৰাৰ সন্মুখতে ঠিকাদাৰক দিলে ধমক
📌 শিলচৰ চহৰৰ কৃত্ৰিম বান সমস্যাৰ বুজ ল'লে মন্ত্ৰীগৰাকীয়ে
📌 কাম নকৰাকৈয়ে পেলাই থৈ দিয়াৰ বাবে ঠিকাদাৰক ধমক মন্ত্ৰীগৰাকীৰ

অম্বুবাচী মহাযোগত মা কামাখ্যা পুণ্যধামৰ ভাল লগা দৃশ্য..
25/06/2026

অম্বুবাচী মহাযোগত মা কামাখ্যা পুণ্যধামৰ ভাল লগা দৃশ্য..

📌অম্বুবাচী মেলা উপলক্ষে গুৱাহাটী যান- বাহন আৰক্ষী নীতি- নিৰ্দেশনা📌২২ জুনৰ পৰা ২৬জুন ২০২৬লৈ
22/06/2026

📌অম্বুবাচী মেলা উপলক্ষে গুৱাহাটী যান- বাহন আৰক্ষী নীতি- নিৰ্দেশনা
📌২২ জুনৰ পৰা ২৬জুন ২০২৬লৈ

Address

Dispur
781005

Website

Alerts

Be the first to know and let us send you an email when Assam News Express posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share