01/04/2026
লাহৰীঘাট সমষ্ঠিৰ প্ৰতিটো ৱাৰ্ডৰ জনগণৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা।এইবাৰ লাহৰীঘাটত আছিফ নাজাৰ হতৰ পৰিয়াল কেন্দ্ৰীক অপ-শাসন মুক্ত কৰিবলৈ লাহৰীঘাটৰ জনগণ একত্ৰিত হৈছে।
এই দৃশ্য লাহৰীঘাট সমষ্ঠিৰ বালিডোংগা গাওঁ পঞ্চায়তৰ ৭ নং ৱাৰ্ডৰ দৃশ্য।
#লাহৰীঘাট