D 7 News

D 7 News D7 NEWS Dgital Is Fully Dedicated Digital News Media From Northeast India.....
(265)

25/07/2025

ৰহস্যজনক মৃত্যুৰ ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত এখন ৰৈ থকা বাহনৰ ভিতৰত এগৰাকী লোকৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

25/07/2025

মানকাচৰত ফেকামাৰীত ৮ জনকৈ বাংলাদেশীক আটক কৰিছে আৰক্ষীয়ে।

লগতে আৰু দুজন নাগৰিক ভাৰতীয় দালাল চক্ৰ
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ফেকামাৰীত বাংলাদেশী কেইজনক আটক কৰিছে ।

24/07/2025

নাওবৈচাৰ ধৰ্মপুৰ ব্লকৰ দুজন ব্যক্তিৰ নেতৃত্বত চলি আছে বৃহৎ জোৱা খেলৰ ৰমৰমীয় বেহা।

23/07/2025

হিন্দু মহিলা হৈ মুছলমান মহিলাৰ পৰিচয়ৰে বোৰ্খা পৰিধান কৰি সহায় বিচাৰি আৰক্ষী জালত এইগৰাকী মহিলা

22/07/2025

⛔এখন দলং আৰু এখন জীয়া ছবিঃ
⛔উন্নয়নৰ মুখ নেদেখিলে দুই নং কৰুণাবাৰীৰ শিঙৰা নদীৰ এইখন দলঙেঃ
⛔বছৰ বছৰ ধৰি বিপদ সংকুল ভাৱে যাতায়ত অব্যাহত ৰাখিছে কৰুণাবাৰীৰ ৰাইজেঃ
⛔নাওবৈচাৰ বিধায়ক ভৰত চন্দ্ৰ নৰহৰ নাই গুৰুত্বঃ
⛔বাৰম্বাৰ বিষয়টো অৱগত কৰাৰ পিছতো গা নলৰিল ভৰত চন্দ্ৰ নৰহৰঃ
⛔ৰাইজৰ লগতে ছাত্ৰ ছাত্ৰীৰ দাবী চৰকাৰে শিঙৰা নদীৰ ওপৰত এখন পকী দলং নিৰ্মাণ কৰি দিবৰ বাবেঃ

22/07/2025

বাহনৰ ভিতৰত গোপন চেম্বাৰত লুকুৱাই লখিমপুৰলৈ সৰবৰাহ কৰে ড্ৰাগছ। লখিমপুৰ আৰক্ষীয়ে ধৰা পেলালে ড্ৰাগছ সৰবৰাহৰ কৌশল। নাৰায়ণপুৰৰ ধলপুৰত এখন ৱাগনৰ বাহনত চলিল আৰক্ষীৰ অভিযান। বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ নগাঁৱৰ চাপৰমুখৰ ফৈজুল হক আৰু নশ্বেদ আলী বঙালমৰা, বিহপুৰীয়া আৰক্ষীৰ জালত পৰাৰ পিছতেই পোহৰলৈ আহিছে ড্ৰাগছ সৰবৰাহৰ ন কৌশল।

22/07/2025

শিৱসাগৰত ড্ৰাগছ বিৰোধী অভিযান।

শিৱসাগৰ আৰক্ষীৰ গোপন তথ্যৰ ভিত্তিত এই অভিযান।

শিৱসাগৰ চহৰৰ বৰ্ডিং ৰোডত এই অভিযান।

22/07/2025

⛔লখিমপুৰৰ ঢলপুৰত আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহী
⛔নগাঁৱৰ পৰা লখিমপুৰলৈ বৃহৎ পৰিমাণৰ ড্ৰাগছ সৰবৰাহ
⛔বিহপুৰীয়া,শিমলুগুৰি,ঢলপুৰ আৰু বঙালমৰা আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছৰ লগতে এখন ৱাগনাৰ বাহন সহ নগাঁৱৰ চাপৰমুখৰ ফৈজুল হক আৰু নশ্বেদ আলীক আটক কৰে

22/07/2025

শিৱসাগৰ টাউন ৰেল ষ্টেচনৰ আন্তঃগাঁঠনি নিৰ্মাণৰ নামত অনিয়মৰ অভিযোগ।

ষ্টেচনটোৰ প্লেটফৰ্ম নিৰ্মাণ কৰাৰ পিছতেই মেলিলে চিৰাল ফাঁট।

*

22/07/2025

এই মুহূৰ্তত দিব লৈছোঁ এক গুৰত্বপূৰ্ণ খবৰ
অৰুণাচলৰ ছাগলীত এক পথ দুৰ্ঘটনাত গুৰুতৰ বাবে আহত লখিমপুৰৰ শ্ৰমিক, উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছে

22/07/2025

নগাঁৱৰ পৰা লখিমপুৰলৈ বৃহৎ পৰিমানৰ ড্ৰাগছ সৰবৰাহ

🔶নগাঁৱৰ পৰা লখিমপুৰলৈ বৃহৎ পৰিমানৰ ড্ৰাগছ সৰবৰাহ।🔶গোপন খবৰৰ ভিত্তিত ৰাজপথত বঙালমৰা, বিহপুৰীয়া আৰক্ষীৰ অভিযান।🔶AS- 02-AP...
22/07/2025

🔶নগাঁৱৰ পৰা লখিমপুৰলৈ বৃহৎ পৰিমানৰ ড্ৰাগছ সৰবৰাহ।

🔶গোপন খবৰৰ ভিত্তিত ৰাজপথত বঙালমৰা, বিহপুৰীয়া আৰক্ষীৰ অভিযান।

🔶AS- 02-AP- 4144 নম্বৰ ৱাগনৰ বাহনত তালাচী চলাই উদ্ধাৰ কৰে ৮ টা চাবোনৰ বাকচ ভৰ্তি ড্ৰাগছ।

🔶হাতেলোটে গ্ৰেপ্তাৰ হয় দুটা
সৰবৰাহকাৰী।
আৰক্ষীৰ জালত নগাঁও চাপৰমুখৰ ফৈজুল হক আৰু নশ্বেদ আলী।

Address

Dispur

Telephone

+919859602282

Website

Alerts

Be the first to know and let us send you an email when D 7 News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to D 7 News:

Share