03/08/2026
📌 বিহাৰ, মধ্য প্ৰদেশ আৰু গুজৰাটত হোৱা উপ-নিৰ্বাচনৰ ফলাফলক লৈ নৰ্থ ইষ্ট নাওৰ মুখ্য সম্পাদক পৰেশ মালাকাৰৰ মন্তব্য!
📌 বিহাৰত প্ৰশান্ত কিশোৰৰ ঐতিহাসিক জয়; বেংকিপুৰত ভাঙিল বিজেপিৰ দুৰ্গ!
📌মধ্যপ্ৰদেশৰ দতিয়াত কংগ্ৰেছৰ জয়; বিজেপিক পৰাস্ত কৰিলে ঘনশ্যাম সিঙে!
📌 গুজৰাটৰ মঞ্জলপুৰত বিজেপিৰ দখল অটুট; ৩০ হাজাৰৰো অধিক ভোটত সত্যেন্দ্ৰভাই পেটেলৰ বিজয়!