News24 Asom

News24 Asom শোষণৰ বিৰুদ্ধে, শোষিতৰ কথাৰে
News24 Asom ৰাইজৰ কন্ঠ।

📌 হোজাইৰ SC ব'ৰ্ডৰ উপাধ্যক্ষ পিণ্টু দাসৰ বাসগৃহত টকাৰ পাহাৰ📌 আলমিৰা আৰু গাড়ীৰ ভিতৰত টকা দেখি আপুনিও হ'ব হতবাক
28/07/2025

📌 হোজাইৰ SC ব'ৰ্ডৰ উপাধ্যক্ষ পিণ্টু দাসৰ বাসগৃহত টকাৰ পাহাৰ
📌 আলমিৰা আৰু গাড়ীৰ ভিতৰত টকা দেখি আপুনিও হ'ব হতবাক

28/07/2025

BTR নেমছু ৰ সভাপতি হাফিজুল ইছলামৰ প্ৰতিক্ৰিয়া।
দিল্লী ৰাষ্ট্ৰপতি মহোদনীক ১১ দাবীৰে স্মাৰক পত্ৰ প্ৰেৰণ।

28/07/2025

📌'স্মাৰ্ট মিটাৰক লৈ চলি আছে কমিছন raj'
📌কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সংবাদ মেল

📌"দাবী ধমকি দিলেই অগপত টিকট নাপায়" -মন্ত্রী অতুল বৰা
27/07/2025

📌"দাবী ধমকি দিলেই অগপত টিকট নাপায়" -মন্ত্রী অতুল বৰা

📌কোনে জানিছিল ৰেল ষ্টেচনত সাধাৰণভাবে ৰৈ থকা এই সাধাৰণ লৰাজনেই বিশ্ববিখ্যাত অভিনেতা শ্বাহৰুখ খান হৈ উঠিব।                ...
27/07/2025

📌কোনে জানিছিল ৰেল ষ্টেচনত সাধাৰণভাবে ৰৈ থকা এই সাধাৰণ লৰাজনেই বিশ্ববিখ্যাত অভিনেতা শ্বাহৰুখ খান হৈ উঠিব।

📌অভিনেত্ৰী নন্দিনী কাশ্যপলৈ দিছপুৰ আৰক্ষীৰ চমন।
27/07/2025

📌অভিনেত্ৰী নন্দিনী কাশ্যপলৈ দিছপুৰ আৰক্ষীৰ চমন।

27/07/2025

🔹 মাজ আকাশত বিমানত আকৌ অঘটন
🔹 কথমপি প্ৰাণ ৰক্ষা ১৭৩জন ব্যক্তিৰ
🔹সৌভাগ্যক্ৰমে ৰক্ষা পৰে আটাইকেইজন যাত্ৰী
🔹উৰণৰ সময়ত আমেৰিকান এয়াৰলাইঞ্চৰ বিমানত এই ঘটনা

মৎস কুৰ্ম নৰসিংহ 🙏🙏🙏হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰত ভগৱান বিষ্ণুৰ তিনি অৱতাৰ 🚩 হয়গ্ৰীৱ মাধৱ মন্দিৰ দৰ্শন কৰি পূণ্য অৰ্জন কৰক ...
26/07/2025

মৎস কুৰ্ম নৰসিংহ 🙏🙏🙏
হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰত ভগৱান বিষ্ণুৰ তিনি অৱতাৰ 🚩 হয়গ্ৰীৱ মাধৱ মন্দিৰ দৰ্শন কৰি পূণ্য অৰ্জন কৰক 🙏😍🧡
সকলোৰে মঙ্গলৰ্থে পোষ্টটো শ্বেয়াৰ কৰি দিব 🤳

📌‘লাপাতা লেডিজ’ৰ তাৰকা তথা সাংসদ ৰবি কিষাণৰ সৈতে সাংসদ গৌৰৱ গগৈৰ ছেলফি...
26/07/2025

📌‘লাপাতা লেডিজ’ৰ তাৰকা তথা সাংসদ ৰবি কিষাণৰ সৈতে সাংসদ গৌৰৱ গগৈৰ ছেলফি...

"নৃশংস নৃপতি কুল" বুলি কোব়া বৰ্ণ আধিপত্যবাদী সকলে বিগত 165 বছৰ , (1857 মনিৰামৰ ফাঁচীৰ পাছত) কেব়ল অতি হিন্দুত্ব সংস্কৃত...
26/07/2025

"নৃশংস নৃপতি কুল" বুলি কোব়া বৰ্ণ আধিপত্যবাদী সকলে বিগত 165 বছৰ , (1857 মনিৰামৰ ফাঁচীৰ পাছত) কেব়ল অতি হিন্দুত্ব সংস্কৃতিৰ পাঠ পঢ়ালে আমাক | 600 বছৰে ধৰ্ম আধিপত্য বিহীন উদাৰ প্ৰগতিশীল সমাজ খনৰ ৰথৰ চকৰি হঠাৎ ঘুৰায় দিলে অতি হিন্দুত্ব অসমীয়াবাদৰ পথত |
এই অতি আৰ্য্যবাদী অসমীয়াত্বৰ ৰথৰ চেঁপাত তল পৰিল অসমৰ মূল গণ সংস্কৃতি | MASS CULTURE. ।প্ৰাধান্য পালে হিন্দুত্ববাদী ধৰ্ম সংস্কৃতিয়ে | ইয়াত তল গ'লমিচিঙৰ ডঞি পলো নৰা চিগা বিহুৰ মাদকতা |বড়োৰ লোক সংস্কৃতি |সোনোব়ালৰ কলী বুঢ়ী নাচ কিম্বা আহোমৰ মুগা সংস্কৃতি | সকলো অৰ্থহীন নিম্ন ইতৰ লোকৰ সংস্কৃতি |
অসমীয়া ভাষা সংস্কৃতি মানে আমাক পঢ়ালে বুজালে কণ কণ বয়সতে কেবল মাধব কন্দলীৰ ৰামায়ন ,বৈষ্ণব সংস্কাৰ |ঈশ্বৰ মহাত্ম্যৰ লীলা |নাম ও দিলে ক্লাচিকেল কালচাৰ CLASSICAL CULTURE | মানে শ্ৰেষ্ঠসংস্কৃতি |
আহোম মৰানৰ অনন্য গণ সংস্কৃতি সভ্যতা ---মুগা কৃষ্টিৰ কথা আমাক পঢ়িবলৈ নিদিলে |অসমীয়াই নেজানিলে মিচিংৰ নৰাচিগা বিহু |নেজানিলে খাচিয়াৰ নংক্ৰেম নৃত্যৰ কথা |নেজানিলে গাৰোৰ ব়াংগালা ,ৰাভাৰ বাইখো আৰু অলেখ
বৃটিচৰ শাসনত নব্য হিন্দুত্ববাদে সাৰপাই উঠিছিল |এই নব্য আৰ্য আধিপত্যবাদী শ্ৰেণী এক ভয়ানক বিষবাষ্প চতিয়াই গল | অসমীয়া মানেই হিন্দুত্ব সংস্কাৰ | বৈষ্ণব সংস্কাৰ |অসমীয়া মানে আৰ্য্য অসমীয়া ভাষা কোব়া মানুহ বিলাক |অসমীয়া মানে আৰ্য্য সংস্কৃতি অনুগামী সকল | এক প্ৰকাৰৰ সাংস্কৃতিক বৌদ্ধিক ফেচীবাদ চলাইছিল |
আনকি অসমৰ গণ সংস্কৃতি বিহুকো নিষেধ কৰিব বিচাৰিছিল হলিৰাম কমলাকান্ত হঁতে |এইয়া এজন দুজন নহয় |এটা শ্ৰেণী |আধিপত্যবাদী শ্ৰেণীয়ে অসমীয়াৰ মন মগজুত হিন্দুত্বাদৰপ্ৰতি এক গোলামী চেতনা মজ্জাগত ভাবে চাব মাৰিলে |
তেওঁলোকে অসমীয়া ভাষাৰ উত্তৰনত বৈষ্ণব ব্ৰজাব়লীৰ কথা কয় |কিন্তু অসমীয়া বুৰঞ্জী সাহিত্যৰ কথা নকয় |আজান ফকীৰৰ চুফীবাদৰ কথা নকয় |নকয় জিকিৰৰ নিঁভাঁজ অসমীয়া ভাষাৰ কথা | সেইটোহে আচল ভাষা আছিল |আহোম শাসনত LINGUA FRANCA |
এই আধিপত্যবাদৰ পৰিনতি সুদুৰ প্ৰসাৰী হয়েই ,অসমীয়াৰ বাবে ক্ষয়ংকৰী | নগামিজ (অসমীয়া) নগা সকল আঁতৰিলে |অসমীয়া কথা কোব়া নিচি সকল গল |বড়ো গল | কেব়ল মাত্ৰ এই অতি অসমীয়া আৰ্য্য বাদৰ বাবে |
গুণ গুণ চেতিয়াৰ মুগা শিল্প এক প্ৰতীকী প্ৰতিনিধিত্বহে |
স্বাধীনতাৰ পাছত যেতিয়া অনন্য মুগা শিল্পৰ কদৰ বাঢ়িল ,তাকো হিন্দুত্ব আধিপত্য বাদীয়ে লুকুব়াই ৰাখিলে মুগা শিল্প কোনে চৰ্চা কৰে | অনৰ্গল প্ৰচাৰ দিছে শুব়ালকুচিৰ তাঁতীৰ শালৰ |যেন সোনালী সূতা বিলাক বৰ্ণহিন্দু সকলে নিজৰ চালৰ পৰা তৈয়াৰ কৰে | মুগা কাপোৰৰ অনন্য বজাৰ দেখি বৰ্ণহিন্দুৰ জাক উবুৰিখাই পৰিছে |G I টেগ বনায়ছে |তেহে কব পাৰিব এইয়া অসমীয়া মানে অন্য এক আৰ্য্য সংস্কাৰ |চতুৰ অতি আধিপত্যবাদ |
মনত থব এইয়া আহোম মৰানৰ অবদান নহয় |এইটোহে গণ সংস্কৃতি অসমৰ | এইটোহে মূল সভ্যতা | লেটা খোব়া আহোম মৰান মিচিংৰ পৰা এই সংস্কৃতি কোনো বৰ্ণবাদীয়ে কাঢ়ি নিব নোব়াৰে | কাৰন তেওঁলোকে মুগা নুচুব়ে |মুগা কাপোৰ পিন্ধেহে |কোনে পিন্ধাইছে 👉গুণ গুণ চেতিয়াৰ দৰে
মুগা চুমনিত কাউৰী বাদুলীখেদি দিনৰাত একাকাৰ কৰা শ্ৰমজীবী অসমীয়াই |
শেষত নিতান্তই ব্যক্তিগত |মই সুদুৰ দিচাংৰ কাষৰ গাওঁ এখনৰ পৰা প্ৰথম কটনলৈ পঢ়িবলৈ আহোতে মায়ে মোক এখন এৰি চাদৰ নিজে বোব়া দি পঠাইছিল | মায়ে কৈছিল গুব়াহাটীত বা এৰি চাদৰ লয় নলয়? লাজ লাগিলে নলবি |
মই পিছে হোষ্টেলত লৈছিলো |
বহু বছৰৰ পাছত যেতিয়া জাৰ্মান চিন্তাবিদ THEODORE ADORNO আৰু GIORGY LUCACS ৰ শ্ৰেণী চেতনা পঢ়িলো তেতিয়াহে বুজিছিলো মাৰ সংকোচৰ কথা |শ্ৰেণীআধিপত্যবাদী সংস্কাৰ কি? গণ সংস্কৃতিকি ? প্ৰতিযুগত এটা আধিপত্যবাদী শ্ৰেণীয়ে নিম্ন শ্ৰেণীৰ ওপৰত এক সংস্কৃতি জাপি দিয়ে যাক মানুহে মূল আৰু উচ্চ সংস্কৃতি বুলি ভ্ৰম কৰে |

@ Jatin Buragohain

📌মালদ্বীপৰ বিভিন্ন ৰাজনৈতিক দলৰ সদস্যৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুৰুত্বপূৰ্ণ বৈঠক...
26/07/2025

📌মালদ্বীপৰ বিভিন্ন ৰাজনৈতিক দলৰ সদস্যৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুৰুত্বপূৰ্ণ বৈঠক...

বেদখলকাৰীয়ে বন ধ্বংস কৰি গঢ়ি তুলিছে ব্যৱসায়িকভাৱে বাগান! উৰিয়ামঘাটত দখলীকৃত বনভূমি পৰিদৰ্শন মাননীয় মুখ্যমন্ত্ৰী ড০ হিম...
26/07/2025

বেদখলকাৰীয়ে বন ধ্বংস কৰি গঢ়ি তুলিছে ব্যৱসায়িকভাৱে বাগান! উৰিয়ামঘাটত দখলীকৃত বনভূমি পৰিদৰ্শন মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ...

Address

Dispur

Website

Alerts

Be the first to know and let us send you an email when News24 Asom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to News24 Asom:

Share