Parag Asom

Parag Asom অসমীয়া মোৰ প্ৰথম পৰিচয়। Travelling and Motivational.

25/11/2024

Jeep Safari কৰি Kaziranga ত বাঘ দেখা পাই পৰ্য্যটকৰ আনন্দ।
Drishti Travels & Driver Service 7578837220





Parag Asom

11/11/2024

Parag ৰ Halmet চুৰি কৰি চুৰ পলাই সাৰিল।
তাৰ পাছত কি হ'ল........😄😄

11/11/2024

Good morning Everyone

09/11/2024

Laitlum Canyons Meghalaya

15/10/2024

কথা কেইটা ভালকৈ মন দি শুনিব লাগিব।

14/10/2024

কিছুমান অভিভাৱকে সপোন দেখে সন্তানৰ কথা ভাবি আনফালে সেই সন্তানে গুৱাহাটীৰ মাজত modern বান্দৰ হৈ দিনে নিশাই বাইকৰ পাছত উঠি .....!

11/10/2024

এইবাৰ কেনে মজা 👉সুলভ মূল্যৰ মদৰ দোকান আৰু সুলভ মূল্যৰ চৰকাৰী Card .

28/09/2024

🙋মোৰ T-shirts টো আপোনাৰ বাৰু ভাল লাগিছে নে ? নাই লগা যদিও কোনো কথা নাই😄😄😄। Parag Asom

21/09/2024

আজি এটা ভাত খোৱাৰ video বনালো , পাছে যিহে গৰম পৰিছে তাকে নকৰিনো কৰিম কি ।

09/09/2024

👉 আজি গুৱাহাটীৰ পৰা পোনে পোনে আমাৰ মৰমৰ আইতাৰ ওচৰ আহি পালোঁ।

04/09/2024

👉দুজন Taxi Driver এজনে মাহত 10 ৰ পৰা 15,000 হে উপাৰ্জন কৰিবলৈ সক্ষম হয় আন জনে 40 ৰ পৰা 50,000 টকা উপাৰ্জন কৰে কিন্তু কেনেকৈ.......!







Parag Asom

02/09/2024

👉Guwahati ৰ বিভিন্ন ৰাস্তাত আজি একেটাই সমস্যা। কোনো এটা ৰাস্তা যেতিয়া বনাই থাকে এনেকুৱা বিভাগে নাকত তেল দি শুই থাকে আৰু ৰাস্তাটো বনাই সম্পুৰ্ণ হ'লেই সেই বিভাগৰ লোক আহি এনেকুৱা এটা কৰেহি।👇








Parag Asom

কেনে মজা 👉এশটা গৰু মাৰিলে বুলে এটা বাঘ শাৰী নাযায়। তেনে ক্ষেত্ৰত তহতৰ নিচিনা এটা চুকত সোমাই থকা ভেকুলী ক'ত সাৰিব পাৰিবি...
24/08/2024

কেনে মজা 👉এশটা গৰু মাৰিলে বুলে এটা বাঘ শাৰী নাযায়। তেনে ক্ষেত্ৰত তহতৰ নিচিনা এটা চুকত সোমাই থকা ভেকুলী ক'ত সাৰিব পাৰিবি নেদেখা জনৰ ওচৰত।
নগাঁও ধিংৰ এটা অপৰাধ কাণ্ড তিনিটা নৰপিশাচৰ কামনাৰ বলি এগৰাকী কণমানি ছোৱালী । সেই কাণ্ডৰ মূল অভিযুক্ত তফজ্জুল ইছলামৰ পানীত সোমাই মৃত্যু। এনেকৈয়ে তহতৰ হিচাপ ল'ব ওপৰত থকা জনে।👇



Parag Asom

Address

Dispur
Dispur

Telephone

+916001759173

Website

Alerts

Be the first to know and let us send you an email when Parag Asom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Parag Asom:

Videos

Share

Category