Khobor Live

Khobor Live [email protected]
An attempt of independent journalism with an objective to cover the whole scenario in a true manner
(1)

29/07/2025
মিঞামুক্ত হ'ব উৰিয়ামঘাট। ১৫০খন বুলড'জাৰেৰে বেদখলকাৰী মিঞাৰ ঘৰত চলিল উচ্ছেদ।
29/07/2025

মিঞামুক্ত হ'ব উৰিয়ামঘাট। ১৫০খন বুলড'জাৰেৰে বেদখলকাৰী মিঞাৰ ঘৰত চলিল উচ্ছেদ।

21/07/2025

অসমৰ কৃষি নৱজাগৰণৰ নতুন আৰ্হিৰ কেন্দ্ৰ গৰুখুটিত

18/07/2025

অমানৱীয় উচ্ছেদ বন্ধ কৰা আৰু ক্ষতিপূৰণসহ উচ্ছেদিতক পুনৰ সংস্থাপনৰ দাবীত তেজপুৰত আমছুৰ প্ৰতিবাদঃপ্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ
তেজপুৰৰ পাচঁমাইলত আমছুৰ উত্তাল প্ৰতিবাদ।
অমানৱীয় উচ্ছেদৰ বিৰোধিতাৰে আমছুৰ সহস্ৰাধিক কৰ্মীয়ে সাব্যস্ত কৰে এই প্ৰতিবাদ।

18/07/2025

ভাৰতীয় মুছলমানক কৰা অন্ন্যায়ৰ প্ৰতিবাদত ১৫ জুলাইত গুৱাহাটী কঁপাব নেমছু'ই ঘোষণা কৰিলে নেমছু'ৰ সভাপতি বদৰুল ইছলামে।
যেতিয়ালৈকে মুছলমানক অত্যাচাৰ কৰিব তেতিয়ালৈকে ধাৰাবাহিক আন্দোলন অব্যাহত ৰাখিব নেমছু'ই

18/07/2025

*ভাৰতীয় মুছলমানক কৰা অন্ন্যায়ৰ প্ৰতিবাদত ১৫ জুলাইত গুৱাহাটী কঁপাব নেমছু'ই ঘোষণা কৰিলে নেমছু'ৰ সভাপতি বদৰুল ইছলামে।
*যেতিয়ালৈকে মুছলমানক অত্যাচাৰ কৰিব তেতিয়ালৈকে ধাৰাবাহিক আন্দোলন অব্যাহত ৰাখিব নেমছু'ই

18/07/2025

আবিলেকৰ উদ্যোগত বিনামূলীয়া ইন্টার্নশ্বিপ কাৰ্যসূচীৰ শুভাৰম্ভ"।

নতুন শিক্ষা নীতিৰ আধাৰত ১২০ ঘন্টীয়া পাঠদান কাৰ্যসূচী।

17/07/2025

NSKৰ তত্বাৱধানত ৰঙিয়া গ্লো'বেল কাৰাটে একাডেমীত সম্ভাৰ্থনা অনুষ্ঠান।অলপতে হৈ যোৱা ১৮তম হোকা ৰাজ্যিক কাৰাটে প্ৰতিযোগিতাত ৰঙিয়া গ্লোবেল‌ কাৰাটে একাডেমীৰ পৰা খেলিবলৈ যোৱা আটাইগৰাকী খেলুৱৈক একোখনকৈ মানপত্ৰৰে সম্ভাৰ্থনা জনোৱা হয়‌‌ লগতে ৰাষ্ট্ৰীয় পৰ্য্যায়ত খেল‌ প্ৰদৰ্শণ কৰি অসম তথা ৰঙিয়ালৈ গৌৰৱ কঢ়িয়াই অনা শ্ৰীমান বড়োক এখন মানপত্ৰৰ লগতে এটি নগদ ধনৰ টোপোলাৰে সম্ভাৰ্থনা জনোৱা ৰঙিয়া গ্লোবেল কাৰাটে একাডেমীৰ তৰফৰ পৰা।

16/07/2025

লখিমপুৰৰ উচ্ছেদিত জনতাৰ কাষত ত্ৰাণকৰ্তা ৰূপে অখিল গগৈ

16/07/2025

উচ্ছেদিত জনতাৰ কাষত ত্ৰাণকৰ্তা ৰূপে অখিল গগৈ

ভাইৰেল এখন বিশেষ ফটো !
15/07/2025

ভাইৰেল এখন বিশেষ ফটো !

11/07/2025

ৰঙিয়াৰ ৰাজপথত চাইকেল চলাই জীৱন সংগ্ৰাম এগৰাকী মহিলাৰ।স্বামীৰ অসুস্থতাৰ বাবে পেটৰ তাড়নাত ৰঙিয়াৰ আলিয়ে গলিয়ে এনেদৰে চাইকেল ঠেলি ঠেলি ব্যৱসায় চলাই গৈছে মহিলা গৰাকীয়ে।

Address

Dispur

Telephone

+918638396703

Website

Alerts

Be the first to know and let us send you an email when Khobor Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Khobor Live:

Share