The Crosscurrent

The Crosscurrent The Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. জাতিৰ স্বাৰ্থত অপ্ৰতিৰোধ্য কণ্ঠ আমাৰ
(3)

26/07/2025

উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগত ভয়ংকৰ ডাৱৰ বিস্ফোৰণ

26/07/2025
26/07/2025

খৰাঙৰ কৱলত সমগ্ৰ ৰাজ্য। নলবাৰীত ৭৬% লৈ হ্ৰাস বৰষুণৰ পৰিমাণ

26/07/2025

লোকনিৰ্মাণত অব্যাহত ‘কি কি’ৰ লুণ্ঠনৰাজ। ‘কি কি’ ৰ লুণ্ঠনকলৈ সৰৱ ৰাইজৰ দল

25/07/2025

ভাৰত-যুক্তৰাজ্য মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰিত হ’ল। কিয় চুক্তিখন গুৰুত্বপূৰ্ণ? এই চুক্তিখন ভাৰতৰ বাবে লাভজনক হ’ব নে? ‘দেশ-দুনিয়া’ত চুক্তিখনৰ সবিশেষ

25/07/2025

কাৰ্বি আংলঙৰ বিজেপি নেত্ৰী মুন ইংতিপিৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ । চাকৰি দিয়াৰ নামত নিবনুৱা পৰা ধন সংগ্ৰহৰ অভিযোগ ।কাৰ্বি আংলং স্বাযত্ব শাসিত পৰিষদৰ পাৰিষদৰ নামত ধন সংগ্ৰহৰ অভিযোগ । RTI কৰ্মী মহাজন ক্ৰ'ই সংবাদ মেল যোগে উত্থাপন কৰে এই অভিযোগ

25/07/2025

চুপাৰি মাফিয়াৰ সৈতে মিলি উৰিয়ামঘাটৰ বনাঞ্চলত তামোলৰ খেতি কৰিছিল উচ্ছেদিতই। ফেছবুকযোগে এই অভিযোগ উত্থাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

25/07/2025

বক্স অফিচত ধুমুহা 'চাইয়াৰা'ৰ। মুক্তিৰ এসপ্তাহতে ২৫৩ কোটি টকা উপাৰ্জন। বছৰটোৰ তৃতীয় সৰ্বাধিক উপাৰ্জন কৰা ছবি 'চাইয়াৰা' । ষ্টাৰ অভিনেতা নথকাকৈ ছুপাৰ হিট 'চাইয়াৰা'।কি এই সাফল্যৰ মূলমন্ত্ৰ?

Address

Dispur

Alerts

Be the first to know and let us send you an email when The Crosscurrent posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to The Crosscurrent:

Share