26/07/2025
📣আপুনি জানেনে📣
📚ভবিষ্যত প্ৰজন্মক ধ্বংস কৰিবলৈ উঠি অহা
কিশোৰ কিশোৰীক ডিস্ট্ৰেক্ট কৰা হয়,
ল’ৰাসকলক ডিস্ট্ৰেক্ট কৰিবলৈ সন্মুখত
‘ছোৱালী’ক এটা সামগ্ৰীৰ (product) দৰে
উপস্থাপন কৰে। যেতিয়া ল’ৰাবোৰে কম কাপোৰ
পিন্ধা ছোৱালীৰ শৰীৰলৈ চায়, তেতিয়া
তেওঁলোকৰ মন নিজে নিজে ডিস্ট্ৰেক্ট হয়। আৰু
ছোৱালীক ডিস্ট্ৰেক্ট কৰিবলৈ, সিহতক চুটি
কাপোৰ পিন্ধাৰ অভ্যাস কৰোৱা হয়, যাতে কোনো
ল’ৰাই তেওঁলোকৰ ফালে ঘূৰি চালে, তেওঁলোকে
নিজৰ সৌন্দৰ্য আৰু শৰীৰকেই নিজৰ শক্তি বুলি
ভাবিবলৈ আৰম্ভ কৰি লয় আৰু সেই অহংকাৰত
ডুব গৈ ডিস্ট্ৰেক্ট হয়।
📚আজিৰ দিনত এই পদ্ধতিয়েই সৰ্বাধিক সফল
— ল’ৰাক ছোৱালীৰ শৰীৰৰ জড়িয়তে আৰু
ছোৱালীক নিজৰ শৰীৰৰ সৌন্দৰ্যৰ জড়িয়তে
ডিস্ট্ৰেক্ট কৰি ভবিষ্যত ধ্বংস কৰি আহিছে।
সেইবাবে আমাৰ শিক্ষা ব্যৱস্থাত পাশ্চাত্যৰ পৰশ
পৰা ব্যক্তিগত খণ্ডৰ শিক্ষানুস্থান বোৰত ছোৱালী
বোৰ জীয়ৰী হোৱাৰ পাচতো ছোৱালী বোৰ স্কুলত
বুকুৰ ভাজ পৰিস্ফুট হোৱাকৈ চাৰ্ট আৰু আঠুৰ
ওপৰত স্কাৰ্ট পিন্ধা নিয়ম দ্বাদশ শ্ৰেণীলৈকে
বাধ্যতামূলক কৰি চলাই অহা হৈছে — যাতে
ভবিষ্যতে আৰু অধিক চুটি কাপোৰ পিন্ধিবলৈ
লাজ নকৰে।
📚প্ৰতিটো ধৰ্মতে শৰীৰ ঢাকি ৰখাৰ যি প্ৰথা
আছে, সেয়া বিনাকাৰণে এই ধৰাত ধৰ্মৰ নিয়ম
ৰূপে প্ৰতিষ্টা লাভ কৰা নাই। হয়তো এই কাৰণে
মহম্মদ চাহাবে নাৰীৰ শৰীৰৰ ভাজ ঢাকি ৰখা
ধৰণৰ কাপোৰ পিন্ধাটো বাধ্যতামূলক কৰিছিল।
এইকাৰণেই চাগে হিন্দু সভ্যতাত নাৰীৰ কাপোৰ
অত্যন্ত শালীন আছিল । সমাজ ভাঙি পৰাৰ পৰা
ৰক্ষা কৰাৰ একমাত্ৰ উপায় হ’ল — মানৱীয়
সহজাত প্ৰবৃত্তি(Human instinct)ক শৃংখলাবদ্ধ
ভাবে নিয়ন্ত্ৰণ কৰা, স্বাধীনতাৰ নামত মুক্ত কৰা
নহয়। গতিকে আজিৰ বিশ্বত ডিস্ট্ৰেক্ট কৰিবলৈ
ক নিয়ন্ত্ৰণ কৰাৰ পৰিবৰ্তে
ৰিলিজ কৰাৰ কথা বেছিকৈ প্ৰমট কৰা হয় ।
📚📚 "Brave New World" (লেখক ✍️
এডলাচ হাক্সলে) কিতাপত লিখিছে:
👉সমাজক নিয়ন্ত্ৰণ কৰিবলৈ অতিতৰে পৰা
কামুকতা(sensuality), যৌনতা(saxuality),
মনোৰঞ্জনক মূখ্য আহিলা হিচাপে ব্যৱহাৰ কৰি
অহা হৈছে ।
👉চেক্সুৱেল ইডুকেছনৰ নামত যৌন স্বতন্ত্ৰতাৰ
অভ্যাস কৰোৱা হয় ।
📚📚"The Sexualization of Children in the
Media"(✍️ Barrie Gunter) কিতাপত লিখিছে
বিজ্ঞাপন, বিদ্যালয়ৰ ড্ৰেছ কডৰ মাধ্যমেৰে
ছোৱালীৰ মগজুত ভবিষ্যতে অধিক চুটি কাপোৰ
পিন্ধিবলৈ লাজ নকৰিবৰ বাবে নেৰেটিভ বোনোৱা
হয় যাতে ছোৱালী গৰাকী পণ্যলৈ ৰপান্তৰ হয় ।
📚📚"Propaganda"(✍️Edward Bernays
কিতাপত লিখিছে সুন্দৰতা আৰু শৰীৰক Human
behavior tool হিচাপে ব্যৱহাৰ কৰিবলৈ চুটি
কাপোৰ পিন্ধাৰ নেৰেটিভে বনোৱা হয় ।
🔴বৰ্তমান এই চেক্সুৱেল ইডুকেছনৰ জড়িয়তে যি
যৌন স্বতন্ত্ৰতাৰ অভ্যাস গঢ়ি উঠিল তাৰ ৰিজাল্ট
হৈছে সামাজিক ভাবে বিয়া নোহোৱাকৈ একেটা
ৰূমত 8/10বছৰ লৰা ছোৱালী একেতা ৰূমত
একেখন বিছনাত শোৱাৰ পৰম্পৰা, যাক বৰ্তমানৰ
শিক্ষিত ও সভ্য সমাজে লিভ ইন ৰিলেছনশ্বীম বুলি
কয় । অনৈতিক সদায় অনৈতিক । সেইটো লিগেল
হ'ব পাৰে কাৰণ লিগেল ইলিগেল সংখ্যাৰ ওপৰত
নিৰ্ভৰ কৰে । এটা নিয়ম বা কাম লিগেল কৰাবলৈ
নিজৰ পক্ষত সেই কাম কৰা মানুহৰ সংখ্যা বৃদ্ধি
কৰিলেই হ'ল । আমি সভ্য সমাজে মনত ৰখা
উচিত অনৈতিকৰ ফলাফল সদায় বেয়াই হয় ।
✍️