Mirror of Assam

Mirror of Assam Mirror of Assam
Time to change...Your Voice...Your Channel

31/07/2024

📌কাৰ্বি আংলংৰ শিক্ষা বিভাগত আজৱ কাণ্ড
📌ভাৰাতীয়া শিক্ষকেৰে চলিছে পাঠদান
📌বৰপুংৰ বিদ্যালয়ৰ ফুপুলা স্বৰূপ উদঙালে অসম বিধান সভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনে
📌অন কেমেৰা তদন্তৰ নিৰ্দেশ দিলে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ শিক্ষা বিভাগৰ বিষয়াক
📌কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ শিক্ষা বিভাগৰ EM ৰিচাৰ্ড টকবিক দিলে তদন্তৰ নিৰ্দেশ

Himanta Biswa Sarma Dr. Numal Momin Tuliram Ronghang

04/06/2024

অভিলেখ সংখ্যক ভোট লাভেৰে ধুবুৰীত জয়ী ৰকিবুল হুচেইন।

04/06/2024

বিজেপি পাৰ্থী অমৰ সিং তিচ'ৰ নিশ্চিত হোৱাৰ পাছতে প্ৰথম প্ৰতিক্ৰিয়া Exclusive

04/06/2024

বিজেপি পাৰ্থী অমৰ সিং তিচ'ৰ নিশ্চিত হোৱাৰ পাছতে বিধায়ক দৰসিং ৰংহাংৰ প্ৰতিক্ৰিয়া

DIPHU LS - LEADING BNP AMARSING TISSO (132516LEAD)
04/06/2024

DIPHU LS - LEADING BNP AMARSING TISSO (132516LEAD)

           #ৰকিবুল হুচেইন - 466981 #বদৰুদ্দিন আজমল - 162703ৰকিবুল হুচেইন 304278 ভোটত আগবাঢ়ি আছে
04/06/2024


#ৰকিবুল হুচেইন - 466981
#বদৰুদ্দিন আজমল - 162703

ৰকিবুল হুচেইন 304278 ভোটত আগবাঢ়ি আছে

04/06/2024


*UPDATE | Lok Sabha Elections 2024*

BJP leading in 8, Congress at 3, AGP at 1, UPPL at 1.

BJP is leading in Darrang-Udalguri, Guwahati, Diphu, Silchar,

Kaziranga, Sonitpur, Lakhimpur and Dibrugarh.

Congress is leading in Jorhat, Nagaon and Dhubri.

UPPL is leading in Kokrajhar.

AGP is leading in Barpeta.

DIPHU  LS- LEADING- BJP AMARSINGH TISSO (27493)
04/06/2024

DIPHU LS- LEADING- BJP AMARSINGH TISSO (27493)

04/06/2024
02/06/2024

01/06/2024

আন এক লজ্জাজনক ঘটনাই জোঁকাৰিছে কাৰ্বি আংলং জিলাৰ হাওৰাঘাট।এইবাৰ ধৰ্ষণকাৰীৰ ৰূপত টেট্ শিক্ষক গৌতম নাথ

Assam Police Himanta Biswa Sarma Karbi Anglong Police GP Singh

📌বিয়াৰ পেন্দেল ঘৰৰ পৰা নিয়াই নাছিলদৰা লম্পট শিক্ষকে কৰিলে বেয়া কাম📌৯বছৰীয়া কণমানিকো এৰি নিদিলে লম্পট শিক্ষক গৌতম নাথ...
01/06/2024

📌বিয়াৰ পেন্দেল ঘৰৰ পৰা নিয়াই নাছিল
দৰা লম্পট শিক্ষকে কৰিলে বেয়া কাম
📌৯বছৰীয়া কণমানিকো এৰি নিদিলে লম্পট শিক্ষক গৌতম নাথে
📌হাওৰাঘাটৰ ৰংকুতৰ লম্পট শিক্ষক গৌতম নাথৰ কাণ্ডই জোকাৰিছে সচেতন মহল
📌26মেত সংঘটিত হৈছিল এই ঘটনা, ভয় ভবুকিৰে লুকুৱাই ৰাখিছিল অভিযুক্ত গৌতম নাথে
📌ঘটনা পোহৰলৈ অহাৰ পাছতে উত্তৰ বৰবিল আৰক্ষীৰ কাষ চাপে ভুক্তভোগী পৰিয়ালে

Address

DILIP HUZURI PATH, SARUMATORIA
Dispur
781005

Alerts

Be the first to know and let us send you an email when Mirror of Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Mirror of Assam:

Share

Connect with us

Mirror of Assam is now available on website, Facebook,Twitter, Instagram and YouTube