RUPAK Baishya

RUPAK Baishya Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from RUPAK Baishya, Media, Gate 2 , Sankardev Kalakhetra Botahghuli Panjabari Road, Dispur.

Permanently closed.
সকলোকে লগ পাম এই অনুস্থানত । ধন্যবাদ
23/01/2021

সকলোকে লগ পাম এই অনুস্থানত । ধন্যবাদ

ঘাত-প্ৰতিঘাত
19/06/2019

ঘাত-প্ৰতিঘাত

দৈনিক অসম , নিয়মীয়া বাৰ্তা আৰু দৈনিক জনমভূমি
19/06/2019

দৈনিক অসম , নিয়মীয়া বাৰ্তা আৰু দৈনিক জনমভূমি

শুৱালকুছি সাংবাদিক সন্থাৰ দ্বাৰা আয়োজিত মত-বিনিময় অনুস্থানত আন্তঃৰাষ্ট্ৰীয় গৱেষক-চিকিৎসক DR BIKUL DAS....ডাঙৰীয়া।
16/06/2019

শুৱালকুছি সাংবাদিক সন্থাৰ দ্বাৰা আয়োজিত মত-বিনিময় অনুস্থানত আন্তঃৰাষ্ট্ৰীয় গৱেষক-চিকিৎসক DR BIKUL DAS....ডাঙৰীয়া।

come and join.....
15/06/2019

come and join.....

শ্ৰী শ্ৰী বদলা পদ্ম আতা পুৰুষৰ ৪৭৩ তম জন্ম জয়ন্তী অনুস্থানত। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত
15/06/2019

শ্ৰী শ্ৰী বদলা পদ্ম আতা পুৰুষৰ ৪৭৩ তম জন্ম জয়ন্তী অনুস্থানত। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত

কষ্টৰ ফল সদায় মিঠা
14/06/2019

কষ্টৰ ফল সদায় মিঠা

কথাবোৰ থিক এনেকুৱাই ।
14/06/2019

কথাবোৰ থিক এনেকুৱাই ।

মহানগৰীৰ আদিংগীৰিত।
11/06/2019

মহানগৰীৰ আদিংগীৰিত।

মহানগৰীৰ ওচৰতে থকা এখন ভিতৰুৱা গাওঁ  আদিংগিৰি। আদিংগিৰি হাইস্কুলত  গুৱাহাটী মহানগৰীৰ অন্যতম এখন অগ্ৰণী মহাবিদ্যালয় "ললিত...
11/06/2019

মহানগৰীৰ ওচৰতে থকা এখন ভিতৰুৱা গাওঁ আদিংগিৰি। আদিংগিৰি হাইস্কুলত গুৱাহাটী মহানগৰীৰ অন্যতম এখন অগ্ৰণী মহাবিদ্যালয় "ললিত চন্দ্ৰ ভঁৰালী মহাবিদ্যালয়"
(L C B College)ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি[NSS] আৰু ছাত্ৰ একতা সভাৰ উদ্যোগত আদিংগিৰি অঞ্চলৰ ছাত্ৰ - ছাত্ৰীক লৈ অনুষ্ঠিত বিশেষ কৰ্মশালাত ছাত্ৰ ছাত্ৰীৰ সৈতে মত-বিনিময় অনুস্থানত অতিথি হিচাপে আমন্ত্ৰণ ৰক্ষা কৰিলোঁ।। ধন্যবাদ L C B মহাবিদ্যালয়।

Address

Gate 2 , Sankardev Kalakhetra Botahghuli Panjabari Road
Dispur

Website

Alerts

Be the first to know and let us send you an email when RUPAK Baishya posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category