TheCrosscurrent.in

TheCrosscurrent.in The Crosscurrent is an independent newsroom that produces investigative and analytical reporting wit
(4)

06/08/2025

কোন হ’ব উপ-ৰাষ্ট্ৰপতি? চৰ্চাত আছে মাল্লিকাৰ্জ্জুন খাৰ্গেৰ নামো।অসাধ্য সাধন কৰিব নেকি ৰাহুল গান্ধীয়ে?

06/08/2025

শত্ৰুকো মিত্ৰ হিচাপে আঁকোৱালি অগপৰ।বঙাইগাঁৱত মিত্ৰতাৰ আচৰিত ৰসায়ন।কংগ্ৰেছৰ সমৰ্থনত জিলা পৰিষদ গঠন অগপৰ

🅾️হিন্দু বাংলাদেশীৰ নাগৰিকত্ব লাভৰ পথ মুকলি কৰিলে দিছপুৰে🅾️অগপৰ নতুন মিত্ৰদল চিৰবৈৰী কংগ্ৰেছ!🅾️বিজেপিৰ প্ৰাক্তন মুখপাত্ৰ...
06/08/2025

🅾️হিন্দু বাংলাদেশীৰ নাগৰিকত্ব লাভৰ পথ মুকলি কৰিলে দিছপুৰে

🅾️অগপৰ নতুন মিত্ৰদল চিৰবৈৰী কংগ্ৰেছ!

🅾️বিজেপিৰ প্ৰাক্তন মুখপাত্ৰক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ নিযুক্তি

06/08/2025

চৰকাৰী ভূমিত উচ্ছেদ অব্যাহত ৰখাৰ বাবে চৰকাৰক আহ্বান উত্তৰ-পূব ছাত্ৰ সংগঠন(NESO)ৰ। ভূমিহীন বৈধ ভাৰতীয় নাগৰিকক চৰকাৰী নীতিৰ অধীনত ভূমি দিয়াৰো দাবী NESOৰ। গুৱাহাটীৰ প্ৰাগ কণ্টিনেণ্টেল হোটেলত NESOৰ সংবাদমেলত এই মন্তব্য AASUৰ সভাপতি উৎপল শৰ্মাৰ।

06/08/2025

দেৱভূমি উত্তৰাখণ্ডত ৰুষ্ট প্ৰকৃতি। খীৰ গংগা নদীৰ ভয়াৱহ ৰূপ।ডাৱৰ বিস্ফোৰণৰ ভয়াৱহ পৰিণাম।বানত ডুব গ'ল উত্তৰাখণ্ডৰ উত্তৰকাশী

06/08/2025

বিদেশীৰ বিৰুদ্ধে যুদ্ধৰ মাজতেই অ- মুছলমান বিদেশীক নাগৰিকত্বৰ সিদ্ধান্ত। হিন্দু বাংলাদেশীৰ নাগৰিকত্ব লাভৰ পথ মুকলি কৰিলে দিছপুৰে। প্ৰত্যাহাৰ হ’ব ৬ ধৰ্মৰ ‘সন্দেহযুক্ত’ লোকৰ বিৰুদ্ধে থকা গোচৰ।গোচৰ প্ৰত্যাহাৰৰ পাছতেই ‘সন্দেহযুক্ত’ই কৰিব নাগৰিকত্বৰ বাবে আবেদন

06/08/2025

ভোটবন্দীক লৈ সদনত মুঠতে আলোচনা নিবিচাৰে অধ্যক্ষই! ১৩ নম্বৰ দিনাও লোকসভাৰ সদনত আগ্ৰাসী ৰূপত বিৰোধী
বাৰে বাৰে সদন স্থগিত ৰাখি বিৰোধীৰ দাবীক আওকাণ অধ্যক্ষৰ! বিৰোধীৰ ওপৰত পুনৰ খৰ্গহস্ত অধ্যক্ষ ওম বিৰলা!

06/08/2025

কাগজৰ বাঘ শৃংখল চলিহাই দিছপুৰক প্ৰশ্ন কৰিব কেতিয়া ? কোনে শৃংখল চলিহাক পাতিলে আহোম যুগৰ ৰাজধানী শিৱসাগৰৰ অভিভাৱক ? কাৰ অনুমতিত আহোম ৰাজত্বৰ গৌৰৱ শিৱসাগৰত যুদ্ধ ঘোষণা শৃংখল চলিহাৰ ?কাৰ পৃষ্ঠপোষকতাত ঐতিহ্যময় শিৱসাগৰলৈ হিন্দু – মুছলমানৰ ৰাজনীতিৰ আমদানি শৃংখলৰ ?

06/08/2025

বি টি চি নিৰ্বাচনৰ বাবে তৎপৰ কংগ্ৰেছ। ওদালগুৰিৰ ৰাজীৱ ভৱনত বৈঠক বিধায়ক নুৰুল হুদা,ডাঃ আছিফ নাজাৰ,ভাস্কৰজ্যোতি বৰুৱা,শিৱামণি বৰাৰ। বি টি আৰ নিৰ্বাচনত কংগ্ৰেছে সংখ্যাগৰিষ্ঠ লাভ কৰিব বুলি দাবী।

06/08/2025

ভয়ংকৰ কূটকৌশল BJP ৰ! তেজস্বীৰ পিছত এইবাৰ লক্ষ্য পশ্চিমবংগৰ মমতা বেনাৰ্জী। দুই নম্বৰী প্ৰক্ৰিয়াৰে নিৰ্বাচনত জয়ী হ’ব BJP। ECৰ জৰিয়তে হাঁতোৰা মেলিব মমতাৰ ৰাজ্যত!

06/08/2025

মুখ্যমন্ত্ৰীৰ অকপট স্বীকাৰোক্তি- 'মোৰ পৃষ্ঠপোষকতাতে শিৱসাগৰত চলিছে মিঞা খেদা অভিযান।' শৃংখল চলিহা,চিতু বৰুৱাই কিবা ক’বনে ?

06/08/2025

বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ বিৰুদ্ধে অপৰাধিক মানহানি গোচৰ অধিবক্তা ইমতিয়াজ হুছেইনৰ । কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত গোচৰ। নিউজ চেনেলৰ এটা টক শ্ব'ত AAMSUৰ কাৰ্যকৰী সভাপতি গৰাকীক বাংলাদেশী বুলি অভিযোগ কৰিছিল শৃংখল চলিহাই। অপৰাধিক মানহানিৰ উপৰিও শৃংখল চলিহাৰ বিৰুদ্ধে দুই -এদিনতে ৫ কোটি টকাৰ দেৱানী মানহানি গোচৰ তৰিব ইমতিয়াজ হুছেইনে।

Address

H. No. 11. Nearby Kali Mandir, DownTown
Dispur

Alerts

Be the first to know and let us send you an email when TheCrosscurrent.in posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to TheCrosscurrent.in:

Share